• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতত সংক্ৰমণ গতি বৃদ্ধি পাইছে COVIDৰ, কোন ৰাজ্যৰ কি পৰিস্থিতি, কিমান সংক্ৰমিত?

ভাৰতত সংক্ৰমণ গতি বৃদ্ধি পাইছে COVIDৰ, কোন ৰাজ্যৰ কি পৰিস্থিতি, কিমান সংক্ৰমিত?

11 months ago
আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!

আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!

14 minutes ago
ভুলতো নাখাব এইবোৰ খাদ্য, হ’ব পাৰে বৃক্কত পাথৰ!

ভুলতো নাখাব এইবোৰ খাদ্য, হ’ব পাৰে বৃক্কত পাথৰ!

57 minutes ago
বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

2 hours ago
মহিলাতকৈ পুৰুষৰ কি বস্তু পৃথক? জানি আপুনিও হ’ব আচৰিত!

মহিলাতকৈ পুৰুষৰ কি বস্তু পৃথক? জানি আপুনিও হ’ব আচৰিত!

3 hours ago
পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

21 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

21 hours ago
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

22 hours ago
ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

22 hours ago
মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

23 hours ago
ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

24 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

1 day ago
8th Pay Commission ৰ আহিছে নতুন আপডেট, আপুনি জানেনে কেনেকৈ দৰমহাৰ সিদ্ধান্ত লোৱা হ’ব?

8th Pay Commission ৰ আহিছে নতুন আপডেট, আপুনি জানেনে কেনেকৈ দৰমহাৰ সিদ্ধান্ত লোৱা হ’ব?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভাৰতত সংক্ৰমণ গতি বৃদ্ধি পাইছে COVIDৰ, কোন ৰাজ্যৰ কি পৰিস্থিতি, কিমান সংক্ৰমিত?

editor by editor
May 25, 2025
in বিশ্ব, ভাৰত
0
ভাৰতত সংক্ৰমণ গতি বৃদ্ধি পাইছে COVIDৰ, কোন ৰাজ্যৰ কি পৰিস্থিতি, কিমান সংক্ৰমিত?
0
SHARES
757
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত সংক্ৰমণ গতি বৃদ্ধি পাইছে COVIDৰ, কোন ৰাজ্যৰ কি পৰিস্থিতি, কিমান সংক্ৰমিত?

কোভিডৰ নতুন ভেৰিয়েণ্ট JN.1 নামৰ ভাইৰাছ বিধৰ এতিয়া সংক্ৰমণ গতি বৃদ্ধি পাইছে। মাথো কেইটামান সপ্তাহৰ পাছতে চীন-হংকং-ছিংগাপুৰৰ পাছত ভাৰততো এতিয়া বৃদ্ধি পাইছে সংক্ৰমিত লোকৰ সংখ্যা। দেশৰ ভিতৰতে সৰ্বাধিক সংক্ৰমিত ৰাজ্য হৈছে কেৰালা, তামিলনাডু, মহাৰাষ্ট্ৰ আৰু কৰ্নাটক।

প্ৰকাশিত তথ্য অনুসৰি কেৰালাতেই সৰ্বাধিক লোক এই ভাইৰাছত সংক্ৰমিত বুলি ধৰা পৰিছে। যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত ৰেণ্ডম টেষ্টিং আৰু নিৰীক্ষণ আৰম্ভ কৰা হৈছে।

একে সময়তে তামিলনাডুত ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰি দিছে প্ৰশাসনে। দিল্লী-নয়দাতো কৰ’না আক্ৰান্তৰ তথ্য পোৱা গৈছে। একে সময়তে মহাৰাষ্ট্ৰতো এজন কৰ’না আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে।

মে’ মাহত কেৰালাত সৰ্বাধিক Covid আক্ৰান্ত হৈছে ২৭৩ জন। ইয়াৰ লগতে তিনি বছৰৰ পাছত দিল্লীতো ২৩ জন ক’ৰোনা আক্ৰান্ত হৈছে। কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুতো কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে এজন ৮৪ বছৰীয়া বৃদ্ধৰ। খবৰ অনুসৰি কৰ্ণাটকত এই পৰ্যন্ত ৩৮ জন নতুনকৈ Covid-19 আক্ৰান্ত ৰোগী ধৰা পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: covid 19Indian CovidJN 1
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…
ভাৰত

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

April 28, 2026
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?
ভাৰত

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

April 28, 2026
‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’,  জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে
ভাৰত

‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’, জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

April 28, 2026
ভয় শেষ, এতিয়া মাথোঁ মানুহে পৰিৱৰ্তন বিচাৰে… নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগবাসীলৈ PM মোদীৰ মুকলি চিঠি
ভাৰত

ভয় শেষ, এতিয়া মাথোঁ মানুহে পৰিৱৰ্তন বিচাৰে… নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগবাসীলৈ PM মোদীৰ মুকলি চিঠি

April 27, 2026
Next Post
কাঁন মহোৎসৱত জিলিকিল এগৰাকী IAS, কিন্তু IASৰ পৰা ফেশ্বন জগত কিদৰে ?

কাঁন মহোৎসৱত জিলিকিল এগৰাকী IAS, কিন্তু IASৰ পৰা ফেশ্বন জগত কিদৰে ?

আপোনাৰৰ জন্ম তাৰিখেই দিব ভৱিষ্যতৰ খবৰ, কি আছে কাৰ ভাগ্যত?

আপোনাৰৰ জন্ম তাৰিখেই দিব ভৱিষ্যতৰ খবৰ, কি আছে কাৰ ভাগ্যত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.