• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাঁন মহোৎসৱত জিলিকিল এগৰাকী IAS, কিন্তু IASৰ পৰা ফেশ্বন জগত কিদৰে ?

কাঁন মহোৎসৱত জিলিকিল এগৰাকী IAS, কিন্তু IASৰ পৰা ফেশ্বন জগত কিদৰে ?

1 year ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

10 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

10 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

10 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

11 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

12 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

13 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

13 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

14 hours ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

14 hours ago
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

15 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

অহা সপ্তাহত বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক গুৰুত্বপূৰ্ণ কাম

16 hours ago
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাঁন মহোৎসৱত জিলিকিল এগৰাকী IAS, কিন্তু IASৰ পৰা ফেশ্বন জগত কিদৰে ?

editor by editor
May 25, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
কাঁন মহোৎসৱত জিলিকিল এগৰাকী IAS, কিন্তু IASৰ পৰা ফেশ্বন জগত কিদৰে ?
0
SHARES
247
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাঁন মহোৎসৱত জিলিকিল এগৰাকী IAS, কিন্তু IASৰ পৰা ফেশ্বন জগত কিদৰে ?

কাঁন চলচ্চিত্ৰ মহোৎসৱত ৰেড কাৰ্পেটত বহু ভাৰতীই বৰ্তমানে নিজৰ নিজৰ জলবা দেখুৱাই আছে। প্ৰবীন তাৰকাৰ লগতে বহু নৱাগতেও এইবাৰ আকৰ্ষণীয় সাজ-সজ্জাৰে দৃষ্টি কাঢ়ি বহু লোকৰ।

সেই সকলো লোকৰ ভিতৰত এটা নাম বৰ্তমানে বিশেষভাৱে চৰ্চিত হৈছে, সেয়া হৈছে- অভিষেক সিং। নেটফ্লিক্সৰ ৱেব ছিৰিজ দিল্লী ক্ৰাইম ২ত অভিনয় কৰা অভিষেক এতিয়া কাঁন চলচ্চিত্ৰ মহোৎসৱত শিৰোনাম দখল কৰিছে।

কাৰণ অভিষেক সিং অন্যৰ দৰে কেৱল অভিনেতা নহয়, তেখেত UPSC ২০১১ বেটচৰ প্ৰাক্তন আই এ এছ বিষয়া।

‘১৯৪৬: ডাইৰেক্ট একচন ডে’ – দ্য ইৰেজড হিষ্ট্ৰী অৱ বেংগল’ ছবিখনৰ জৰিয়তে অভিষেক সিঙে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছে।

বিশেষ কথাটো হ’ল অভিষেকৰ ছবি কাঁনত প্ৰদৰ্শিত হৈছে, যিয়ে ৰাইজৰ পৰা আচৰিত ধৰণৰ সঁহাৰি লাভ কৰিছে। অভিষেকৰ কথা কওঁতে তেওঁ উত্তৰ প্ৰদেশৰ জৌনপুৰৰ বাসিন্দা। অভিষেকৰ পিতৃ আই পি এছ বিষয়া হৈ আহিছে। কিন্তু ছবিৰ প্ৰতি থকা আগ্ৰহৰ বাবে অভিষেকে আই এ এছ পদৰ পৰা পদত্যাগ কৰে।

ইয়াৰ পূৰ্বে অভিষেকে প্ৰশাসনিক বিষয়া হৈ দেশৰ সেৱা কৰাৰ লগতে মডেলিং আৰু অভিনয় কৰিছিল। কিন্তু পিছত চাকৰিৰ পৰা পদত্যাগ কৰি সম্পূৰ্ণৰূপে চিনেমাৰ জগতত প্ৰৱেশ কৰে।

এই ছবিখনৰ পূৰ্বে অভিষেক ৱেব ছিৰিজ ‘দিল্লী ক্ৰাইম’ৰ দ্বিতীয় ছিজনত অভিনয় কৰিছে। ইয়াৰ উপৰিও তেওঁ বহুতো চুটি ছবিও কৰিছে। অভিনয়ৰ উপৰিও অভিষেক মডেলিঙৰ প্ৰতিও অতি আগ্ৰহী, যাৰ বাবে তেওঁ বহু ফেশ্বন শ্ব’তো খোজ দিছে। অভিষেকে লেকমে ফেশ্বন উইক আৰু মনীষ মালহোত্ৰাৰ ফেশ্বন শ্ব’তো ৰেম্প মডেল হিচাপে অংশ লৈছে। অভিষেক ২০২৩ চনত আই এ এছ পদৰ পৰা পদত্যাগ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Abhishek SingCanes Festival
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?
শিক্ষা

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

August 23, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

August 23, 2026
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?
জীৱনশৈলী

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

August 23, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

August 23, 2026
Next Post
আপোনাৰৰ জন্ম তাৰিখেই দিব ভৱিষ্যতৰ খবৰ, কি আছে কাৰ ভাগ্যত?

আপোনাৰৰ জন্ম তাৰিখেই দিব ভৱিষ্যতৰ খবৰ, কি আছে কাৰ ভাগ্যত?

জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপত দলৰ পৰা বাহিৰ কৰি দিলে লালু প্ৰসাদ যাদৱে, লগতে ক’ল- পৰিয়ালতো নাই কোনো স্থান

জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপত দলৰ পৰা বাহিৰ কৰি দিলে লালু প্ৰসাদ যাদৱে, লগতে ক'ল- পৰিয়ালতো নাই কোনো স্থান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.