• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপত দলৰ পৰা বাহিৰ কৰি দিলে লালু প্ৰসাদ যাদৱে, লগতে ক’ল- পৰিয়ালতো নাই কোনো স্থান

12 months ago
বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?

1 hour ago
বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

2 hours ago
গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

3 hours ago
এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

4 hours ago
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

16 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

17 hours ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপত দলৰ পৰা বাহিৰ কৰি দিলে লালু প্ৰসাদ যাদৱে, লগতে ক’ল- পৰিয়ালতো নাই কোনো স্থান

editor by editor
May 25, 2025
in ভাৰত, ৰাজনীতি
0
জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপত দলৰ পৰা বাহিৰ কৰি দিলে লালু প্ৰসাদ যাদৱে, লগতে ক’ল- পৰিয়ালতো নাই কোনো স্থান
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপত দলৰ পৰা বাহিৰ কৰি দিলে লালু প্ৰসাদ যাদৱে, লগতে ক’ল- পৰিয়ালতো নাই কোনো স্থান

ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱে জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপ যাদৱক দলৰ পৰা বহিষ্কাৰ কৰি দিছে। ৬ বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰা হৈছে তেজ প্ৰতাপক। লগতে পৰিয়ালৰ সৈতেও পুত্ৰৰ কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰিছে লালু প্ৰসাদ যাদৱে।

শেহতীয়াকৈ তেজ প্ৰতাপ যাদৱৰ এখন ফটো তেওঁৰ ফেচবুক একাউণ্টৰ পৰা শ্বেয়াৰ কৰা হৈছিল। এই ছবিখনত তেওঁক এগৰাকী মহিলাৰ সৈতে দেখা গৈছে। ইয়াৰ লগতে লিখা আছিল যে দুয়োৰে মাজত ১২ বছৰ ধৰি সম্পৰ্ক আছে।

অৱশ্যে কিছু সময়ৰ পাছত তেজ প্ৰতাপে কয় যে তেওঁৰ একাউণ্ট হেক কৰা হৈছে আৰু এই সকলোবোৰ তেওঁৰ বদনাম কৰিবলৈ কৰা হৈছে। লগতে তেওঁ ফটোখনক ভুৱা বুলি অভিহিত কৰি কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত এই ফটোখন সৃষ্টি কৰা বুলিও কয়।

লালু যাদৱে জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপ যাদৱক দলৰ পৰা বহিষ্কাৰ কৰাৰ সন্দৰ্ভত তথ্য দিওঁতে লিখিছে, “ব্যক্তিগত জীৱনত নৈতিক মূল্যবোধক অৱজ্ঞা কৰিলে সামাজিক ন্যায়ৰ বাবে আমাৰ সামূহিক সংগ্ৰাম দুৰ্বল হৈ পৰে। পুত্ৰৰ কাৰ্যকলাপ, ৰাজহুৱা আচৰণ আৰু দায়িত্বহীন আচৰণ আমাৰ পাৰিবাৰিক মূল্যবোধ আৰু পৰম্পৰাৰ অনুকূল নহয়। ”

আনহাতে শনিবাৰে ২৪ মে’ ৰ সন্ধিয়া তেজ প্ৰতাপ যাদৱে নিজৰ ফেচবুক একাউণ্টত এটা পোষ্ট লিখি এগৰাকী যুৱতীৰ সৈতে ফটো শ্বেয়াৰ কৰিছিল। লগতে লিখিছিল, ‘মই তেজ প্ৰতাপ যাদৱ আৰু এই ছবিখনত মোৰ সৈতে থকা যুৱতীগৰাকী অনুষ্কা যাদৱ! আমি দুয়ো যোৱা ১২ বছৰ ধৰি ইজনে সিজনক চিনি পাওঁ। আমি যোৱা ১২ বছৰ ধৰি সম্পৰ্কত আছো। বহুদিনৰ পৰা আপোনালোক সকলোকে এই কথা ক’বলৈ মন গৈছিল যদিও কেনেকৈ ক’ব বুজিব পৰা নাছিলো। সেইবাবেই আজি এই পোষ্টটোৰ জৰিয়তে মোৰ হৃদয়ৰ অনুভৱ আপোনালোক সকলোৰে লগত শ্বেয়াৰ কৰিছো। আশাকৰোঁ আপোনালোক সকলোৱে বুজিব মই কোৱা কথাখিনি।

যুৱতীগৰাকীৰ সৈতে থকা এই ফটো খনেই এতিয়া লালু প্ৰসাদ যাদৱৰ লগতে ৰাষ্ট্ৰীয় জনতা দলতো প্ৰভাৱ পৰিব বুলি অনুমান কৰা হৈছে। বিহাৰত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে লালুৰ পৰিয়ালৰ এই অস্থিৰতাই নিৰ্বাচনত ইছ্যু হৈ পৰিব পাৰে বুলি অনুমান কৰা হৈছে।

কাৰণ মানুহেও এই ফটোখন ভাইৰেল হোৱাৰ পাছতে বহু প্ৰশ্ন উত্থাপন হৈছে- যদি অনুষ্কাৰ লগত তেজ প্ৰতাপৰ সম্পৰ্ক আছিল, তেন্তে তেওঁ কিয় ঐশ্বৰ্যৰ জীৱন নষ্ট কৰিলে।

সেয়ে এই সকলোবোৰ সমস্যাৰ সমাধান হিচাপেই লালু প্ৰসাদে পুত্ৰক দল লগতে পৰিয়ালৰ পৰা বহিষ্কাৰ কৰাৰ কথা উল্লেখ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Lalu Prashad YadavRJD
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?
জীৱনশৈলী

May 22, 2026
বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?
জীৱনশৈলী

বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

May 22, 2026
এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে
জীৱনশৈলী

এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

May 22, 2026
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল
জীৱনশৈলী

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

May 22, 2026
Next Post
ইতিহাস ৰচিলে নোভাক জ’কভিছে, এনে ৰেকৰ্ড গঢ়া বিশ্বৰ তৃতীয়গৰাকী খেলুৱৈ

ইতিহাস ৰচিলে নোভাক জ'কভিছে, এনে ৰেকৰ্ড গঢ়া বিশ্বৰ তৃতীয়গৰাকী খেলুৱৈ

সুযোগ পোৱাৰ পিছতো দলৰ সৈতে নাথাকিল মহম্মদ ছামী, প্ৰতিবেদনত প্ৰকাশ বিস্ফোৰত তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন