• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুযোগ পোৱাৰ পিছতো দলৰ সৈতে নাথাকিল মহম্মদ ছামী, প্ৰতিবেদনত প্ৰকাশ বিস্ফোৰত তথ্য

সুযোগ পোৱাৰ পিছতো দলৰ সৈতে নাথাকিল মহম্মদ ছামী, প্ৰতিবেদনত প্ৰকাশ বিস্ফোৰত তথ্য

1 year ago
আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

19 minutes ago
বংগোপসাগৰৰ পৰা আহি আছে ভয়ংকৰ বিপদ!

বংগোপসাগৰৰ পৰা আহি আছে ভয়ংকৰ বিপদ!

52 minutes ago
২৭ লাখ ভাৰতীয়ৰ বাবে ডাঙৰ খবৰ!

২৭ লাখ ভাৰতীয়ৰ বাবে ডাঙৰ খবৰ!

1 hour ago
কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত

কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত

3 hours ago
টাইগাৰ নহয়, বিষ্ণোই গেঙৰ টাৰ্গেট আমিৰ খান! আৰক্ষীৰ হাতত কি নতুন তথ্য?

টাইগাৰ নহয়, বিষ্ণোই গেঙৰ টাৰ্গেট আমিৰ খান! আৰক্ষীৰ হাতত কি নতুন তথ্য?

3 hours ago
চতুৰ্থবাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভা, ভাৰতে পালে সুখৰ বতৰা!

চতুৰ্থবাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভা, ভাৰতে পালে সুখৰ বতৰা!

4 hours ago
শান্তিৰ নিশ্বাস ল’লে ৰাহুল গান্ধী! অমিত শ্বাহক লৈ কৰা মন্তব্য সন্দৰ্ভত দোষমুক্ত ঘোষণা আদালতৰ

শান্তিৰ নিশ্বাস ল’লে ৰাহুল গান্ধী! অমিত শ্বাহক লৈ কৰা মন্তব্য সন্দৰ্ভত দোষমুক্ত ঘোষণা আদালতৰ

4 hours ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

Gold-Silver Price : উৎসৱৰ বতৰত সোণ-ৰূপৰ মূল্যই দেখাইছে যাদু, মূল্য জানি লওক

4 hours ago
পৃথিৱীৰ ভিতৰতে অন্য এখন জগত, ‘এলিয়েন গ্ৰহ’ত আবদ্ধ ৩৮ জন ভাৰতীয়!

পৃথিৱীৰ ভিতৰতে অন্য এখন জগত, ‘এলিয়েন গ্ৰহ’ত আবদ্ধ ৩৮ জন ভাৰতীয়!

5 hours ago
দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

8 hours ago
ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ

ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ

9 hours ago
উশাহ চুটি আৰু অত্যধিক ঘাম ওলোৱা… এয়া গেছৰ নে হাৰ্ট এটেকৰ সংকেত?

উশাহ চুটি আৰু অত্যধিক ঘাম ওলোৱা… এয়া গেছৰ নে হাৰ্ট এটেকৰ সংকেত?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

সুযোগ পোৱাৰ পিছতো দলৰ সৈতে নাথাকিল মহম্মদ ছামী, প্ৰতিবেদনত প্ৰকাশ বিস্ফোৰত তথ্য

editor by editor
May 25, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
সুযোগ পোৱাৰ পিছতো দলৰ সৈতে নাথাকিল মহম্মদ ছামী, প্ৰতিবেদনত প্ৰকাশ বিস্ফোৰত তথ্য
0
SHARES
750
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সুযোগ পোৱাৰ পিছতো দলৰ সৈতে নাথাকিল মহম্মদ ছামী, প্ৰতিবেদনত প্ৰকাশ বিস্ফোৰত তথ্য

ভাৰতৰ ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে প্ৰকাশ পাইছে নতুন অধিনায়কৰ নমাৰ লগতে দলৰ নাম। কিন্তু এই শৃংখলাৰ পৰা বাদ পৰিছে মহম্মদ ছামী। আঘাতৰ বাবে তেওঁ অন্তিমখন অষ্ট্ৰেলিয়া শৃংখলাতো খেলিব পৰা নাছিল।

সুস্থতাৰ পিছত ক্ৰিকেটলৈ ঘূৰি আহিলেও নিৰ্বাচকসকলে এতিয়াও ছামীক ইংলেণ্ডৰ বাবে ফিট বুলি ধৰা নাই। যাৰ পিছতে ছামিৰ ফিটনেছক লৈ পুনৰ প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিছে।

দেশতেই হওক বা বিদেশতেই হওক, টেষ্ট ক্ৰিকেটত টিম ইণ্ডিয়াৰ অন্যতম নিৰ্ভৰযোগ্য খেলুৱৈ হৈছে ছামী। বুমৰাহৰ লগতে বলিঙত ছামী ভাৰতীয় দলৰ অন্যতম শক্তি।

কিন্তু এই মহাশক্তি মহম্মদ ছামী এতিয়া দলৰ পৰা দূৰত। পিটিআইয়ে ছামীৰ বিষয়ে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি দল পৰিচালনা সমিতিয়ে ছামীক অষ্ট্ৰেলিয়া ছিৰিজৰ বাবে দলত যোগদান কৰিবলৈ অনুৰোধ জনাইছিল। কিন্তু ৰেডবল ক্ৰিকেটৰ পৰা নিজকে আঁতৰাই ৰাখিছে ছামীয়ে নিজেই। কাৰণ ছামীৰ শৰীৰ এতিয়াও সাজু নহয় ৰেডবল ক্ৰিকেটৰ বাবে।

মহমম্দ ছামীয়ে অৱশ্যে এতিয়াও সুস্থতাৰ পৰা উঠাৰ পাছত ভাৰতীয় জাতীয় দলৰ সৈতে খেলা নাই, অৱশ্যে তেওঁ ৰঞ্জি ট্ৰফীত খেলিছিল। তথাপি মাত্ৰ ৪৩ অভাৰতহে বলিং কৰিছিল।

যদিও ছামীয়ে এইবাৰ আই পি এলত হায়দৰাবাদৰ হৈ খেলিছিল, তথাপি নিজৰ ফৰ্ম দেখুৱাব নোৱাৰিলে। ৯ খন মেচত মাত্ৰ ৬ টা উইকেটহে দখল কৰিবলৈ সক্ষম হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India EnglandIndian BallerIndian CricketMohammad Swami
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা
অসম

আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

October 26, 2026
বংগোপসাগৰৰ পৰা আহি আছে ভয়ংকৰ বিপদ!
ভাৰত

বংগোপসাগৰৰ পৰা আহি আছে ভয়ংকৰ বিপদ!

October 26, 2026
২৭ লাখ ভাৰতীয়ৰ বাবে ডাঙৰ খবৰ!
নিয়োগ

২৭ লাখ ভাৰতীয়ৰ বাবে ডাঙৰ খবৰ!

October 26, 2026
কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত
জীৱনশৈলী

কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত

October 26, 2026
Next Post
সূৰ্যৰ ঘৰলৈ আহিব মঙল, জুন মাহৰ আৰম্ভণিৰে পৰাই সাহস আৰু আত্মবিশ্বাস তুংগত উঠিব এই ৫ৰাশিৰ

সূৰ্যৰ ঘৰলৈ আহিব মঙল, জুন মাহৰ আৰম্ভণিৰে পৰাই সাহস আৰু আত্মবিশ্বাস তুংগত উঠিব এই ৫ৰাশিৰ

আজি সৌভাগ্য যোগ, মহাদেৱৰ কৃপাত উন্নতিৰ শিখৰত উঠিব এই ৫ ৰাশিৰ জাতক জাতিকা

আজি সৌভাগ্য যোগ, মহাদেৱৰ কৃপাত উন্নতিৰ শিখৰত উঠিব এই ৫ ৰাশিৰ জাতক জাতিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.