• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্যৰ ঘৰলৈ আহিব মঙল, জুন মাহৰ আৰম্ভণিৰে পৰাই সাহস আৰু আত্মবিশ্বাস তুংগত উঠিব এই ৫ৰাশিৰ

সূৰ্যৰ ঘৰলৈ আহিব মঙল, জুন মাহৰ আৰম্ভণিৰে পৰাই সাহস আৰু আত্মবিশ্বাস তুংগত উঠিব এই ৫ৰাশিৰ

2 months ago
শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

12 mins ago
পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

30 mins ago
শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

2 hours ago
‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

3 hours ago
১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

17 hours ago
ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

19 hours ago
বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

19 hours ago
ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

21 hours ago
চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

22 hours ago
মীন ৰাশিত শনিৰ ওলোটা গতি আৰম্ভ, লগতে আৰম্ভ ৩ ৰাশিৰ উন্নতি

মীন ৰাশিত শনিৰ ওলোটা গতি আৰম্ভ, লগতে আৰম্ভ ৩ ৰাশিৰ উন্নতি

23 hours ago
২০১৭ তে উকলে ভিছাৰ ম্যাদ, জনবসতিৰ পৰা আঁতৰি দুই সন্তানৰ সৈতে কৰ্নাটকৰ গুহাত বাস ৰাছিয়ান মহিলাৰ

২০১৭ তে উকলে ভিছাৰ ম্যাদ, জনবসতিৰ পৰা আঁতৰি দুই সন্তানৰ সৈতে কৰ্নাটকৰ গুহাত বাস ৰাছিয়ান মহিলাৰ

23 hours ago
১ আগষ্ট ২০২৫ৰ পৰা UPIৰ নিয়মৰ সালসলনি, কি কি সলনি হ’ব UPI লেনদেনত?

১ আগষ্ট ২০২৫ৰ পৰা UPIৰ নিয়মৰ সালসলনি, কি কি সলনি হ’ব UPI লেনদেনত?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 14, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সূৰ্যৰ ঘৰলৈ আহিব মঙল, জুন মাহৰ আৰম্ভণিৰে পৰাই সাহস আৰু আত্মবিশ্বাস তুংগত উঠিব এই ৫ৰাশিৰ

সূৰ্যৰ ঘৰলৈ আহিব মঙল, জুন মাহৰ আৰম্ভণিৰে পৰাই সাহস আৰু আত্মবিশ্বাস তুংগত উঠিব এই ৫ৰাশিৰ

editor by editor
May 26, 2025
in বিবিধ, লেখা
0
সূৰ্যৰ ঘৰলৈ আহিব মঙল, জুন মাহৰ আৰম্ভণিৰে পৰাই সাহস আৰু আত্মবিশ্বাস তুংগত উঠিব এই ৫ৰাশিৰ
0
SHARES
20.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষ অনুসৰি মঙল হৈছে সাহস, বীৰত্ব আৰু আত্মবিশ্বাসৰ কাৰক গ্ৰহ৷ মঙলৰ শুভ প্ৰভাৱত জাতকৰ সাহস আৰু আত্মবিশ্বাস বাঢ়ে৷ বৰ্তমান মঙলে কৰ্কট ৰাশিত অৱস্থান কৰিছে৷ আগন্তুক ৭ জুন দেওবাৰে নিশা ২ বাজি ১০ মিনিটত কৰ্কট ৰাশি ত্যাগ কৰি সিংহ ৰাশিত গোচৰ কৰিব ৰঙা গ্ৰহ মঙলে৷ ২৮ জুলাই পৰ্যন্ত মঙলে সিংহ ৰাশিত অৱস্থান কৰিব৷ জানি থওক এই সময়ত ভিতৰত মঙলৰ প্ৰভাৱত নানান দিশৰ পৰা লাভৱান হব কোন কোন ৰাশিৰ জাতক?

সিংহ ৰাশি

জুনৰ আৰম্ভণিতে সিংহ ৰাশিত প্ৰৱেশ কৰিব মঙলে৷ ইয়াৰ ফলত এই সময়ত প্ৰচুৰ এনাৰ্জি থাকিব সিংহ ৰাশিৰ জাতকৰ৷ এই এনাৰ্জি সঠিক ভাৱে ব্যৱহাৰ কৰিব পাৰিলে কেৰিয়াৰতত সকলো বাধা দূৰ কৰিব পাৰিব এওঁলোকে৷ চাকৰি আৰু ব্যৱসায়ত সকলো সমস্যা দূৰ হব৷ দাম্পত্য জীৱনৰ অশান্তি দূৰ হব৷ বিদ্যুতৰ পৰা এই সময়ত সাবধানে থাকিব লাগিব সিংহ ৰাশিৰ জাতক৷

কন্যা ৰাশি

সিংহ ৰাশিত মঙলৰ গোচৰত কন্যা ৰাশিৰ জাতকৰ জীৱনৰ বহু সমস্যা দূৰ হব৷ ব্যৱসায়ত যিসমূহ চুক্তি আপুনি বহু দিন ধৰি কৰাৰ চেষ্টা কৰিছিল এইবাৰ সেয়া চূড়ান্ত কৰিব পাৰিব৷ কৰ্মক্ষেত্ৰত দৰমহা বৃদ্ধিৰ যোগ আছে আৰু এই সময়ত আপোনাৰ আৰ্থিক পৰিস্থিতি শক্তিশালী হব৷ দাম্পত্য জীৱনত সমস্যা থাকিলে সমাধান হব৷ সন্তানৰ শিক্ষা সংক্ৰান্তিয় সুখবৰ পাব পাৰে৷
তুলা ৰাশি
মঙলৰ গোচৰৰ প্ৰভাৱত তুলা ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতিত ডাঙৰ পৰিবৰ্তন আহিব পাৰে৷ আৰ্থিক বিষয়ত পৰিয়ালৰ সহায় পাব৷ আপোনাৰ কামৰ উন্নতি হব আৰু ডাঙৰ লাভ কৰিব পাৰে৷ স্বাস্থ্য ভালে থাকিব৷ কোনো সুখবৰ পাব, যিয়ে আপোনাৰ আত্মবিশ্বাস আৰু বঢ়াব৷ ব্যৱসায়ত লাভ হব৷ স্বাস্থ্যও ভালে থাকিব৷
বৃশ্চিক ৰাশি

সিংহ ৰাশিত মঙলৰ গোচৰৰ সুফল পাব বৃশ্চিক ৰাশিৰ জাতকে৷ চেষ্টা কৰক নিজৰ অতিৰিক্ত এনাৰ্জিক ভুল পথে চালনা নকৰিব৷ প্ৰতি মঙলবাৰে হনুমান চালিছা পাঠ কৰক৷ আপুনি নিজৰ সকলো কাম ধৈৰ্য ধৰি শান্ত মনেৰে কাম সম্পন্ন কৰিব পাৰিব৷ কামৰ প্ৰতি চিৰিয়াছনেছ বাঢ়িব৷ সাংসৰিক বিষয়ত সুখবৰ পাব পাৰে৷

মীন ৰাশি

মঙলৰ গোচৰৰ প্ৰভাৱত শত্ৰুক পৰাজিত কৰিব পাৰিব মীন ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ পৰিশ্ৰম বাঢ়িব আৰু তাৰ সৈতে উপাৰ্জনো বাঢ়িব৷ সোণ আৰু তামৰ ব্যৱসায়ীসকল লাভৱান হব৷ মঙলৰ পৰা পোৱা এনাৰ্জি সঠিক কামত ব্যৱহাৰ কৰিলে সুফল পাব৷ প্ৰতিদ্বন্দীসকলক হৰুৱাই কেৰিয়াৰত উন্নতি কৰিব৷ কোনো সাহসী সিদ্ধান্ত ল’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?
জীৱনশৈলী

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

July 14, 2025
পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে
জীৱনশৈলী

পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

July 14, 2025
‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ
জীৱনশৈলী

‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

July 14, 2025
১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য
জীৱনশৈলী

১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

July 13, 2025
Next Post
আজি সৌভাগ্য যোগ, মহাদেৱৰ কৃপাত উন্নতিৰ শিখৰত উঠিব এই ৫ ৰাশিৰ জাতক জাতিকা

আজি সৌভাগ্য যোগ, মহাদেৱৰ কৃপাত উন্নতিৰ শিখৰত উঠিব এই ৫ ৰাশিৰ জাতক জাতিকা

চীনত ধৰা পৰিছে নতুন বেক্টেৰিয়া, চিন্তাত বিশ্ববাসী, চীনৰ ক’ত পোৱা গৈছে এই বেক্টেৰিয়া?

চীনত ধৰা পৰিছে নতুন বেক্টেৰিয়া, চিন্তাত বিশ্ববাসী, চীনৰ ক'ত পোৱা গৈছে এই বেক্টেৰিয়া?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.