• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুনৰ আৰম্ভণিতেই কাষ চাপিব মঙ্গল আৰু কেতু, ক্ষতিকৰ কুজকেতু যোগত বিপদ বাঢ়িব এই ৫ৰাশিৰ জাতকৰ

জুনৰ আৰম্ভণিতেই কাষ চাপিব মঙ্গল আৰু কেতু, ক্ষতিকৰ কুজকেতু যোগত বিপদ বাঢ়িব এই ৫ৰাশিৰ জাতকৰ

10 months ago
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

13 minutes ago
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

54 minutes ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

1 hour ago
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

2 hours ago
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

3 hours ago
কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

3 hours ago
৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

3 hours ago
মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

4 hours ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

4 hours ago
কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

4 hours ago
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

5 hours ago
Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুনৰ আৰম্ভণিতেই কাষ চাপিব মঙ্গল আৰু কেতু, ক্ষতিকৰ কুজকেতু যোগত বিপদ বাঢ়িব এই ৫ৰাশিৰ জাতকৰ

জুনৰ আৰম্ভণিতেই কাষ চাপিব মঙ্গল আৰু কেতু, ক্ষতিকৰ কুজকেতু যোগত বিপদ বাঢ়িব এই ৫ৰাশিৰ জাতকৰ

editor by editor
May 27, 2025
in জীৱনশৈলী
0
জুনৰ আৰম্ভণিতেই কাষ চাপিব মঙ্গল আৰু কেতু, ক্ষতিকৰ কুজকেতু যোগত বিপদ বাঢ়িব এই ৫ৰাশিৰ জাতকৰ
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জুন মাহৰ আৰম্ভণিতেই সিংহ ৰাশিত মিলিত হব মঙল আৰু কেতু। ৭ জুনত মঙল সিংহ ৰাশিলৈ আহিব। কেতু তাত পূৰ্বৰে পৰাই অৱস্থান কৰি আছে। সেয়ে সিংহ ৰাশিতেই যুঁটি গঠন কৰিব মঙল আৰু কেতুৱে। জ্যোতিষ অনুসৰি মঙল হৈছে অগ্নি গ্ৰহ। এই গ্ৰহৰ প্ৰতীক জুই। আকৌ সিংহ ৰাশিৰ উপাদানো জুই। অন্যহাতে কেতু হৈছে ছায়া গ্ৰহ। জুই আৰু ছায়াৰ মিলনত গঠিত হৈছে কুজকেতু যোগ। বৈদিক জ্যোতিষ অনুসৰি এই যোগ কোনো কোনো ৰাশিৰ বাবে বিশেষ ক্ষতিকৰ হব পাৰে। জানি থওক কুজকেতু যোগৰ প্ৰভাৱত কাৰ কাৰ সন্মুখত ডাঙৰ বিপদ আহি আছে?

মেষ ৰাশিত কুজকেতু যোগৰ প্ৰভাৱ

মেষ ৰাশিৰ পঞ্চম ঘৰত গঠিত হব কুজকেতু যোগ। এই যোগৰ প্ৰভাৱত উচ্চশিক্ষাত বাধা পাব পাৰে। সন্তানক লৈ মনত উদ্বেগ থাকিব। প্ৰেম জীৱনলৈ নানান সমস্যা আহিব পাৰে। মঙল আৰু কেতুৰ প্ৰভাৱত কাৰ্যালয়তো সমস্যাৰ সন্মুখীন হব পাৰে। সহকৰ্মীৰ সৈতে মতৰ অমিল হব পাৰে। কাম মাজপথত ৰৈ যাব পাৰে। কামৰ সময়ত বন্ধুক কাষত নাপাব পাৰে।

বৃষ ৰাশিত কুজকেতু যোগৰ প্ৰভাৱ

বৃষ ৰাশিৰ চতুৰ্থ ঘৰত গঠিত হব কুজকেতু যোগ। এই পৰিস্থিতিত আপোনাৰ মনত নানান অজানা ভয়ে বাস কৰিব পাৰে। পৰিয়ালৰ পৰা দূৰো হব পাৰে। নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক। হাৰ্টৰ অসুখত আক্ৰান্ত হব পাৰে। মাতৃৰ স্বাস্থ্যই আপোনাক উদ্বিগ্ন কৰিব পাৰে। আইনী জটিলতা ৰৈ যাব পাৰে। মাটি ঘৰ সংক্ৰান্তীয় নানান সমস্যাই দেখা দিব পাৰে।

কৰ্কট ৰাশিত কুজকেতু যোগৰ প্ৰভাৱ

কৰ্কট ৰাশিৰ দ্বিতীয় ঘৰত গঠিত হব কুজকেতু যোগ। এই সময়ত নিজৰ কথাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। আপোনাৰ কথা আৰু ব্যৱহাৰ আক্ৰমণাত্মক হৈ উঠিব পাৰে। সামাজিক স্তৰত যি তি কথা নকব। ভাৱিচিন্তি কথা কওক। অন্যথা আপোনাৰ ভাৱমূৰ্তি বিনষ্ট হব। এই সময়ত কৰোবাত ধন বিনিয়োগ কৰিলে ক্ষতি হব পাৰে। পাবলগীয়া ধন নাপাব পাৰে।

সিংহ ৰাশিত কুজকেতু যোগৰ প্ৰভাৱ

সিংহ ৰাশিৰ প্ৰথম ঘৰতেই গঠিত হব কুজকেতু যোগ। এই অশুভ যোগৰ প্ৰভাৱত সিংহ ৰাশিৰ জাতকৰ আক্ৰমণাত্মক স্বভাৱ বহুগুণে বৃদ্ধি পাব। কিছু ভুল সিদ্ধান্ত আপুনি লৈ পেলাব যাৰ ফলত অপমানিত হব। দাম্পত্য় জীৱনতো অশান্তি থাকিব। আনকি সম্পৰ্কৰ অৱনতি লৈ ডিভোৰ্ছৰ পথলৈকো আগুৱাব পাৰে।

বৃশ্চিক ৰাশিত কুজকেতু যোগৰ প্ৰভাৱ

বৃশ্চিক ৰাশিৰ দশম ঘৰত গঠিত হব কুজকেতু যোগ। ইয়াৰ ফলত সকলো কামতেই অতিৰিক্ত পৰিশ্ৰম কৰিব লাগিব বৃশ্চিক ৰাশিৰ জাতকে। কুজকেতু যোগৰ মিশ্ৰ ফল পাব আপুনি। প্ৰচুৰ যুদ্ধৰ অন্ততহে সাফল্য আহিব। জীৱনৰ কঠিন সময় আহিলেও বন্ধুক কাষত পাব। নিজৰ প্ৰতি বিশ্বাস হেৰুৱাই পেলাব। কোনো কাম কৰিবলৈ মনলৈ উদ্যম আহিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?
জীৱনশৈলী

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

March 23, 2026
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত
জীৱনশৈলী

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

March 23, 2026
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ
জীৱনশৈলী

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

March 23, 2026
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?
জীৱনশৈলী

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

March 23, 2026
Next Post
তিৰুপতি মন্দিৰ চত্বৰতেই নমাজ পঢ়িছে যুৱকে! ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগেই আৰম্ভ বিতৰ্ক. কোন এই যুৱক?

তিৰুপতি মন্দিৰ চত্বৰতেই নমাজ পঢ়িছে যুৱকে! ভিডিঅ' ভাইৰেল হোৱাৰ লগে লগেই আৰম্ভ বিতৰ্ক. কোন এই যুৱক?

ঋণ লোৱাৰ পূৰ্বে এশবাৰ ভাৱক, ঋণৰ বোজাৰ বাবেই বন্ধ গাড়ীৰ ভিতৰত একে পৰিয়ালৰ ৭ব্যক্তিৰ সৈতে ভয়ংকৰ কাণ্ড

ঋণ লোৱাৰ পূৰ্বে এশবাৰ ভাৱক, ঋণৰ বোজাৰ বাবেই বন্ধ গাড়ীৰ ভিতৰত একে পৰিয়ালৰ ৭ব্যক্তিৰ সৈতে ভয়ংকৰ কাণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.