আহি আছে ‘স্কুইড গেম ৩’, ট্ৰেইলাৰ ৰিলিজ, পূৰ্বৰ তুলনাত অধিক শ্বাসৰুদ্ধকৰ
বিশ্বজুৰি খলকনি তোলা ছবি স্কুইড গেম নামৰ চিনেমা খনৰ তৃতীয়টো সংস্কৰণ আহি আছে। চলিত মাহতেই মুক্তি পাব ‘স্কুইড গেম ৩’ য়ে। তাৰ পূৰ্বে ৰিলিজ পালে ‘স্কুইড গেম ৩’ৰ ট্ৰেইলাৰ।
ট্ৰেইলাৰ দেখিয়ে জানিব পৰা গৈছে ছবিখন এইবাৰ পূৰ্বৰ তুলনাত অধিক মনোগ্ৰাহী তথা ৰোমাঞ্চিত তথা শ্বাসৰুদ্ধকাৰ হ’ব।
চলিত মাহৰ ৬ জুন তাৰিখে লেটফ্লেক্সত সপ্ৰচাৰিত হব ছবি খন। প্ৰকাশ পোৱা ট্ৰেইলাৰত দেখা গৈছে এইখন হব ‘স্কুইড গেম’ৰ তৃতীয় তথা অন্তিমখন ছবি।
এই ‘স্কুইড গেম ৩’ত মুখ্য চৰিত্ৰৰ গী হুনে এইবাৰ মিষ্ট্ৰিয়াছ ফ্ৰণ্ট মেনৰ বিৰুদ্ধে যুঁজ দিছে। এইবাৰ পূৰ্বৰ তুলনাত অধিক কঠোৰ নিয়মেৰে খেলা দেখা গৈছে খেল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















