• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগষ্টৰ ১ তাৰিখৰ পৰা সলনি হ’ব UPIৰ এই নিয়ম

আগষ্টৰ ১ তাৰিখৰ পৰা সলনি হ’ব UPIৰ এই নিয়ম

1 year ago
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

14 minutes ago
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

51 minutes ago
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

3 hours ago
প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

3 hours ago
শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

4 hours ago
EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

4 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

১২ আগষ্টত বৃহস্পতি হ’ব উদয়, লাভৱান হ’ব নে সকলো হেৰুৱাব আপুনি?

5 hours ago
চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

6 hours ago
ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

6 hours ago
বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

7 hours ago
বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

8 hours ago
ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগষ্টৰ ১ তাৰিখৰ পৰা সলনি হ’ব UPIৰ এই নিয়ম

editor by editor
June 1, 2025
in জীৱনশৈলী, বাণিজ্য, বিনোদন, বিশ্ব, ভাৰত
0
আগষ্টৰ ১ তাৰিখৰ পৰা সলনি হ’ব UPIৰ এই নিয়ম
0
SHARES
502
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগষ্টৰ ১ তাৰিখৰ পৰা সলনি হ’ব UPIৰ এই নিয়ম

প্ৰতি মাহৰ আৰম্ভণিতে নিয়মৰ কিছু সালসলনি কৰা হয়। একেদৰে জুন মাহৰ আৰম্ভণিৰ লগে লগে কিছু পৰিৱৰ্তন কৰা হৈছে আৰু ইউ পি আই পেমেণ্টৰ সন্দৰ্ভতো পৰিৱৰ্তন কৰা হৈছে। এই নতুন নিয়মসমূহ ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে (এন পি চি আই) কাৰ্যকৰী কৰে।

এই পৰিৱৰ্তনৰ প্ৰভাৱ বিশেষকৈ ব্যৱসায়ী আৰু সঘনাই ইউপিআই ব্যৱহাৰকাৰীসকলে অনুভৱ কৰিব। ২০২৫ চনৰ ১ জুন আৰু ১ আগষ্টৰ পৰা কিছুমান ডাঙৰ পৰিৱৰ্তন হ’ব।

ইউ পি আইৰ নতুন নিয়ম কি কি ! এন পি চি আইয়ে ইউ পি আই সন্দৰ্ভত নিয়ম কাৰ্যকৰী কৰিছে। এই নিয়মৰ অধীনত পেমেণ্ট কৰাৰ সময়ত ব্যৱহাৰকাৰীয়ে কেৱল ‘আলটিমেট বেনিফিচিয়াৰী’ অৰ্থাৎ প্ৰকৃত ৰিচিভাৰৰ বেংকিং নামহে দেখিব।

তথ্য অনুসৰি সম্পাদিত নামবোৰ আৰু আপোনাৰ দৃষ্টিগোচৰ নহ’ব আৰু কেৱল বেংকত পঞ্জীয়নভুক্ত নামহে দেখা যাব বুলি কোৱা হৈছে। ইয়াৰ লগতে লেনদেনৰ সঁহাৰিৰ সময় ৩০ ছেকেণ্ডৰ পৰা ১৫ ছেকেণ্ডলৈ হ্ৰাস কৰাৰ নিৰ্দেশনা দিয়া হৈছে। ইয়াক জুন মাহৰ শেষৰ ফালে অৰ্থাৎ ৩০ জুনলৈকে সকলো ইউপিআই এপত কাৰ্যকৰী কৰিব পৰা যাব।

NPCI এ এটা বিজ্ঞপ্তি জাৰি কৰিছে য’ত UPI API (Application Programming Interface) ব্যৱহাৰ সীমিত কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। ইয়াৰ উদ্দেশ্য হৈছে চিস্টেমত অত্যধিক লোড হ্ৰাস কৰি চাৰ্ভাৰ ডাউনৰ দৰে সমস্যা এৰাই চলা । এতিয়া বেলেঞ্চ দিনটোত মাত্ৰ ৫০ বাৰহে পৰীক্ষা কৰিব পাৰিব আৰু অটো-পে লেনদেন কেৱল নন-পিক আৱাৰতহে কৰিব পাৰিব।

নতুন নিয়ম অনুসৰি এতিয়া পেটিএম বা ফোনপেৰ দৰে প্ৰতিটো এপৰ পৰা দিনটোত ৫০ বাৰলৈকে বেলেঞ্চ চেক কৰিব পাৰিব। অৰ্থাৎ যদি আপুনি দুটা এপ ব্যৱহাৰ কৰে তেন্তে প্ৰতিটো এপৰ পৰা ৫০-৫০ বাৰ বেলেঞ্চ চেক কৰিব পাৰিব।

ইয়াৰ বাহিৰেও আপুনি আপোনাৰ একাউণ্টৰ তালিকা অৰ্থাৎ কোনবোৰ একাউণ্ট লিংক কৰা হৈছে চাব পাৰিব, দিনটোত মাত্ৰ ২৫ বাৰ। এন পি চি আইয়ে বেংকসমূহক এইটোও কৈছে যে যেতিয়াই কোনো লেনদেন হয় (যেনে টকা পঠোৱা বা লাভ কৰা), তেতিয়াই তাৰ পিছত বেলেঞ্চটো স্বয়ংক্ৰিয়ভাৱে প্ৰদৰ্শিত হ’ব লাগে, যাতে আপুনি বাৰে বাৰে বেলেঞ্চ পৰীক্ষা কৰিব নালাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ
প্ৰযুক্তি

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

August 8, 2026
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ
বিনোদন

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

August 8, 2026
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!
বিনোদন

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

August 8, 2026
প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!
জীৱনশৈলী

প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

August 8, 2026
Next Post
ড্ৰীম প্ৰজেক্ট কৰাৰ পাছতে সন্যাস ল’ব আমিৰে, এক সাক্ষাতত নিজেই দিলে ইংগিত

ড্ৰীম প্ৰজেক্ট কৰাৰ পাছতে সন্যাস ল'ব আমিৰে, এক সাক্ষাতত নিজেই দিলে ইংগিত

মাথো ১ সপ্তাহতেই ৩০০০ পাৰ, ভাৰতত কিয় দ্ৰুত গতিত বিয়পিছে কভিড

মাথো ১ সপ্তাহতেই ৩০০০ পাৰ, ভাৰতত কিয় দ্ৰুত গতিত বিয়পিছে কভিড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.