• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ড্ৰীম প্ৰজেক্ট কৰাৰ পাছতে সন্যাস ল’ব আমিৰে, এক সাক্ষাতত নিজেই দিলে ইংগিত

ড্ৰীম প্ৰজেক্ট কৰাৰ পাছতে সন্যাস ল’ব আমিৰে, এক সাক্ষাতত নিজেই দিলে ইংগিত

12 months ago
গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, আগন্তুক সপ্তাহত সন্মান আৰু অৰ্থ বাঢ়িব কাৰ কাৰ?

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, আগন্তুক সপ্তাহত সন্মান আৰু অৰ্থ বাঢ়িব কাৰ কাৰ?

16 minutes ago
২৫ মে’ৰ পৰা ৪ৰাশিৰ প্ৰমোছন পাক্কা, ব্যৱসায়তো বাম্পাৰ লাভ, বুধৰ নক্ষত্ৰ গোচৰত কি কি লাভ?

২৫ মে’ৰ পৰা ৪ৰাশিৰ প্ৰমোছন পাক্কা, ব্যৱসায়তো বাম্পাৰ লাভ, বুধৰ নক্ষত্ৰ গোচৰত কি কি লাভ?

51 minutes ago
সূৰ্য-বৃহস্পতিৰ দ্বিদ্বাদশ যোগ, ১৯ জুনৰ পৰা ৪ৰাশিৰ সুসময়ৰ আৰম্ভণি, কেৰিয়াৰত ব্যাপক উন্নতি কাৰ কাৰ?

সূৰ্য-বৃহস্পতিৰ দ্বিদ্বাদশ যোগ, ১৯ জুনৰ পৰা ৪ৰাশিৰ সুসময়ৰ আৰম্ভণি, কেৰিয়াৰত ব্যাপক উন্নতি কাৰ কাৰ?

1 hour ago
সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

2 hours ago
বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?

বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?

3 hours ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

4 hours ago
‘সংঘাতে দুই দেশৰেই ক্ষতি কৰে৷ আমি শত্ৰুৰ পৰা বন্ধু!’ বিশ্বক আচৰিত কৰি বন্ধুত্বৰ হাত মিলালে প্ৰেছিডেণ্ট চি জিনপিং আৰু ট্ৰাম্পে

‘সংঘাতে দুই দেশৰেই ক্ষতি কৰে৷ আমি শত্ৰুৰ পৰা বন্ধু!’ বিশ্বক আচৰিত কৰি বন্ধুত্বৰ হাত মিলালে প্ৰেছিডেণ্ট চি জিনপিং আৰু ট্ৰাম্পে

4 hours ago
চীনৰ উপহাৰ চীনতেই পেলাই বিমানত উঠিল ট্ৰাম্প, ভাঙি পেলোৱা হ’ল লগত অনা ফোনো, আঁৰত কি কাৰণ?

চীনৰ উপহাৰ চীনতেই পেলাই বিমানত উঠিল ট্ৰাম্প, ভাঙি পেলোৱা হ’ল লগত অনা ফোনো, আঁৰত কি কাৰণ?

5 hours ago
জেঠৰ প্ৰথম শনিবাৰেই শনিজয়ন্তী, গ্ৰহৰাজৰ জন্মতিথিৰ পৰা সুসময় আৰম্ভ এই ৩ৰাশিৰ

জেঠৰ প্ৰথম শনিবাৰেই শনিজয়ন্তী, গ্ৰহৰাজৰ জন্মতিথিৰ পৰা সুসময় আৰম্ভ এই ৩ৰাশিৰ

5 hours ago
LPG ক লৈ বৃহৎ চুক্তি, তেল মজুতকৰণত ভাৰতৰ কাষত আৰৱ আমিৰশাহি, পশ্চিম এছিয়াৰ যুদ্ধৰ মাজতেই ডাঙৰ ডিল প্ৰধানমন্ত্ৰী মোদীৰ

LPG ক লৈ বৃহৎ চুক্তি, তেল মজুতকৰণত ভাৰতৰ কাষত আৰৱ আমিৰশাহি, পশ্চিম এছিয়াৰ যুদ্ধৰ মাজতেই ডাঙৰ ডিল প্ৰধানমন্ত্ৰী মোদীৰ

6 hours ago
মহাৰাষ্ট্ৰত এগৰাকী মহিলাই স্বামীৰ সৈতে মিলি শেষ কৰিলে প্ৰেমিকক, দেহ উদ্ধাৰ ড্ৰামত, সমগ্ৰ ঘটনাৰ সবিশেষ পঢ়ক

মহাৰাষ্ট্ৰত এগৰাকী মহিলাই স্বামীৰ সৈতে মিলি শেষ কৰিলে প্ৰেমিকক, দেহ উদ্ধাৰ ড্ৰামত, সমগ্ৰ ঘটনাৰ সবিশেষ পঢ়ক

6 hours ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

ভাগ্যই ল’ব নতুন গতি, শনি জয়ন্তীত কৰক এই কাম!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ড্ৰীম প্ৰজেক্ট কৰাৰ পাছতে সন্যাস ল’ব আমিৰে, এক সাক্ষাতত নিজেই দিলে ইংগিত

editor by editor
June 1, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
ড্ৰীম প্ৰজেক্ট কৰাৰ পাছতে সন্যাস ল’ব আমিৰে, এক সাক্ষাতত নিজেই দিলে ইংগিত
0
SHARES
135
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ড্ৰীম প্ৰজেক্ট কৰাৰ পাছতে সন্যাস ল’ব আমিৰে, এক সাক্ষাতত নিজেই দিলে ইংগিত

বলীউডৰ ছুপাৰষ্টাৰ মিষ্টাৰ পাৰফেক্টনিষ্ট আমিৰ খানে এক সাক্ষাতত দিলে এক চাঞ্চল্যকৰ তথ্য। তেখেতৰ ড্ৰীম প্ৰজেক্ট সমাপন হোৱাৰ পাছতে সন্যাস লব পাৰে কামৰ পৰা। ৩৭ বছৰীয়া দীঘলীয়া কেৰিয়াৰত বহুকেইখন ছুপাৰ হিট ছবি দিয়া লগতে বিশেষ বিশেষ চৰিত্ৰৰে অনুৰাগীক আকৰ্ষণ কৰাৰ পাছত এতিয়া বিদায় দিয়াৰ দিন সমাগত।

বৰ্তমানে মিষ্টাৰ পাৰফেক্টনিষ্ট আগন্তুক ছবি ‘চিতাৰে জমীন পৰ’ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। এই ছবিখনৰ প্ৰচাৰৰ সময়তে আমিৰ খানে তেখেতৰ ড্ৰীম প্ৰজেক্ট মহাভাৰতৰ বিষয়ে মুকলিকৈ কয়।

এই ছবিখনত তেওঁৰ চৰিত্ৰ সন্দৰ্ভত তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ চৰিত্ৰত অভিনয় কৰিব বিচৰাৰ ইংগিত দিয়ে। কিন্তু এই ড্ৰীম প্ৰজেক্ট মহাভাৰত কৰাৰ পাছত একো নকৰা অৰ্থাৎ অৱসৰ লোৱাৰ বক্তব্যই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মহাভাৰতত নিজৰ ভূমিকা সন্দৰ্ভত উল্লেখ কৰি আমিৰ খানে ৰাজ শমণিৰ প’ডকাষ্টত কয়, ‘শ্ৰীকৃষ্ণৰ চৰিত্ৰত মই অতিশয় আপ্লুত। ব্যক্তিগতভাৱে এই চৰিত্ৰটো মোৰ বৰ ভাল লাগে আৰু মহাভাৰত বনোৱাটো মোৰ সপোন, কিন্তু সঁচাকৈয়ে ই অতি কঠিন।

আমিৰে লগতে ইয়াকো কয় যে তেওঁ নিশ্চিতভাৱে মহাভাৰত প্ৰকল্পৰ কাম কৰিব। এইখনেই হয়তো তেওঁৰ শেষ ছবি হ’ব পাৰে বুলিও তেওঁ ইংগিত দিয়ে। ‘মহাভাৰত সকলো আছে, আৱেগ, গভীৰতা আৰু ভৱিষ্যৎ আছে।’

লগতে আমিৰে ইয়াকো কয় যে, পৃথিৱীত যিয়েই নহওক কিয়, এই কাহিনীত দৰ্শকে সকলো বিচাৰি পাব। হয়তো এই কামটো কৰাৰ পিছত মই অনুভৱ কৰিম যে মোৰ বাবে একোৱেই বাকী নাই। ইয়াৰ কাহিনী ইমানেই বিশেষ যে ইয়াৰ পিছত আৰু একো কৰাটো কঠিন হৈ পৰিব।

মহাভাৰত প্ৰকল্প সন্দৰ্ভত তেওঁ কয় যে এয়া তেওঁৰ আটাইতকৈ ডাঙৰ সপোন। ইয়াৰ চিত্ৰনাট্য প্ৰস্তুত কৰিবলৈ বছৰ বছৰ লাগিছিল। বৰ্তমান তেওঁ এই ছবিখনত কাম কৰিব নে নকৰে সেয়া সিদ্ধান্ত লোৱা হোৱা নাই। অৱশ্যে এই ছবিখনৰ চৰিত্ৰত অভিনয় কৰিবলৈ উপযুক্ত অভিনেতা নিয়োগ কৰাৰ চেষ্টা কৰিছে। ছুপাৰষ্টাৰগৰাকীয়ে লগতে কয় যে ছবিখন একাধিক অংশত নিৰ্মাণ হ’ব আৰু একাধিক পৰিচালকে ইয়াৰ কাম কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amir khanBollywoodbollywood actormahabharat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, আগন্তুক সপ্তাহত সন্মান আৰু অৰ্থ বাঢ়িব কাৰ কাৰ?
জীৱনশৈলী

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, আগন্তুক সপ্তাহত সন্মান আৰু অৰ্থ বাঢ়িব কাৰ কাৰ?

May 16, 2026
২৫ মে’ৰ পৰা ৪ৰাশিৰ প্ৰমোছন পাক্কা, ব্যৱসায়তো বাম্পাৰ লাভ, বুধৰ নক্ষত্ৰ গোচৰত কি কি লাভ?
জীৱনশৈলী

২৫ মে’ৰ পৰা ৪ৰাশিৰ প্ৰমোছন পাক্কা, ব্যৱসায়তো বাম্পাৰ লাভ, বুধৰ নক্ষত্ৰ গোচৰত কি কি লাভ?

May 16, 2026
সূৰ্য-বৃহস্পতিৰ দ্বিদ্বাদশ যোগ, ১৯ জুনৰ পৰা ৪ৰাশিৰ সুসময়ৰ আৰম্ভণি, কেৰিয়াৰত ব্যাপক উন্নতি কাৰ কাৰ?
জীৱনশৈলী

সূৰ্য-বৃহস্পতিৰ দ্বিদ্বাদশ যোগ, ১৯ জুনৰ পৰা ৪ৰাশিৰ সুসময়ৰ আৰম্ভণি, কেৰিয়াৰত ব্যাপক উন্নতি কাৰ কাৰ?

May 16, 2026
সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?
জীৱনশৈলী

সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

May 16, 2026
Next Post
মাথো ১ সপ্তাহতেই ৩০০০ পাৰ, ভাৰতত কিয় দ্ৰুত গতিত বিয়পিছে কভিড

মাথো ১ সপ্তাহতেই ৩০০০ পাৰ, ভাৰতত কিয় দ্ৰুত গতিত বিয়পিছে কভিড

দৈনিক ৰাশিফল- সপ্তাহৰ প্ৰথম দিনটোত কেৰিয়াৰ উন্নতিৰ যোগ ৫ ৰাশিৰ

দৈনিক ৰাশিফল- সপ্তাহৰ প্ৰথম দিনটোত কেৰিয়াৰ উন্নতিৰ যোগ ৫ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.