• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাথো ৩০ দিনৰ ভিতৰতে বিশ্বৰ ৫ দ্বিগ্বজ ক্ৰিকেটাৰে বিদায় দিলে ক্ৰিকেটক, চাওক তালিকা

মাথো ৩০ দিনৰ ভিতৰতে বিশ্বৰ ৫ দ্বিগ্বজ ক্ৰিকেটাৰে বিদায় দিলে ক্ৰিকেটক, চাওক তালিকা

1 year ago
মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

5 minutes ago
সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

36 minutes ago
উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

1 hour ago
এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

2 hours ago
শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

3 hours ago
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

4 hours ago
এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

5 hours ago
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

6 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

18 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

18 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

19 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মাথো ৩০ দিনৰ ভিতৰতে বিশ্বৰ ৫ দ্বিগ্বজ ক্ৰিকেটাৰে বিদায় দিলে ক্ৰিকেটক, চাওক তালিকা

editor by editor
June 3, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
মাথো ৩০ দিনৰ ভিতৰতে বিশ্বৰ ৫ দ্বিগ্বজ ক্ৰিকেটাৰে বিদায় দিলে ক্ৰিকেটক, চাওক তালিকা
0
SHARES
365
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাথো ৩০ দিনৰ ভিতৰতে বিশ্বৰ ৫ দ্বিগ্বজ ক্ৰিকেটাৰে বিদায় দিলে ক্ৰিকেটক, চাওক তালিকা

চলিত বৰ্ষৰ মে’ মাহটো ক্ৰিকেট জগতৰ বাবে বহু খেলুৱৈৰ অৱসৰ তথা ক্ৰিকেটক বিদায় দিয়া মাহ হিচাপ পৰিগণিত হৈ পৰে। ২০২৫ চনৰ মে’ মাহত বিশ্বৰ বহু আগশাৰীৰ খেলুৱৈয়ে অৱসৰৰ কথা ঘোষণা কৰিছে। ইয়াৰ পিছত জুনৰ আৰম্ভণিতে ২ জন খেলুৱৈয়ে অৱসৰৰ কথা ঘোষণা কৰে।

খেলুৱৈসকলৰ এই সিদ্ধান্তক লৈ অনুৰাগীসকল কিছু ক্ষুব্ধ হৈ পৰিছে। ৰোহিত-বিৰাটৰ দৰে প্ৰবীণ খেলুৱৈয়েও ২০২৫ চনৰ মে’ মাহত টেষ্ট ক্ৰিকেটৰ পৰা বিদায় লৈছিল। এতিয়া আইপিএল ২০২৫ৰ পিছতো বহু খেলুৱৈয়ে অৱসৰ ঘোষণা কৰাৰ সম্ভৱনাই দেখা দিছে।

৭ মে’ত ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেট ত্যাগ কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ পিছত ১৫ মে’ত বিৰাট কোহলীয়েও টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰি সকলোকে আচৰিত কৰি তোলে। ইয়াৰ পিছত শ্ৰীলংকাৰ তাৰকা খেলুৱৈ এঞ্জেলো মেথিউছেও ২৩ মে’ত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে।

২ জুনত দুগৰাকী মহান খেলুৱৈয়ে অৱসৰৰ কথা ঘোষণা কৰে। প্ৰথমে অষ্ট্ৰেলিয়াৰ তাৰকা অল ৰাউণ্ডাৰ গ্লেন মেক্সৱেলে এদিনীয়া ক্ৰিকেটৰ পৰা বিদায় লয়। ইয়াৰ পিছতে দক্ষিণ আফ্ৰিকাৰ উইকেটকীপাৰ বেটছমেন হাইনৰিখ ক্লাচেনে ক্ৰিকেটৰ তিনিওটা ফৰ্মেট ত্যাগ কৰাৰ সিদ্ধান্ত লয়।

মাথো ৩৩ বছৰ বয়সত ক্লাচেনৰ হঠাতে অৱসৰ লোৱাটো চিন্তাৰ বিষয়। এইদৰে মাথো ২৭ দিনৰ ভিতৰতে বিশ্বৰ ৫ গৰাকী মহান খেলুৱৈয়ে ক্ৰিকেটৰ কোনো নহয় কোনো এটা ফৰ্মেটৰ পৰা বিদায় মাগে।

এতিয়া অনুমান কৰা হৈছে- ভাৰতৰ অন্য কেইবাগৰাকী জ্যেষ্ঠ খেলুৱৈয়ে অৱসৰ ঘোষণা কৰিব পাৰে। এই তালিকাত চেতেশ্বৰ পূজাৰা আৰু অজিংক্যা ৰাহানেৰ নাম অন্তৰ্ভুক্ত। দুয়োগৰাকী খেলুৱৈয়ে দীৰ্ঘদিন ধৰি টিম ইণ্ডিয়াৰ পৰা আঁতৰি আছে। এনে পৰিস্থিতিত এইসকল খেলুৱৈয়ে শীঘ্ৰে অৱসৰৰ কথা ঘোষণা কৰিব পাৰিব বুলি আশা কৰা হৈছে

চলিত বৰ্ষত জানুৱাৰী মাহৰ পৰা বিশ্বৰ বহু কেইগৰাকী আগশাৰীৰ খেলুৱৈয়ে ক্ৰিকেটৰ পৰা বিদায় মাগে। সেই কেইগৰাকী হৈছে –

গ্লেন মেক্সৱেল- অষ্ট্ৰেলিয়া- এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ
বিৰাট কোহলী- ভাৰত- টেষ্ট ক্ৰিকেট
ৰোহিত শৰ্মা- ভাৰত- টেষ্ট ক্ৰিকেট
ষ্টিভ স্মিথ- অষ্ট্ৰেলিয়া- এদিনীয়া ক্ৰিকেট
মাৰ্কছ ষ্টোইনিচ- অষ্ট্ৰেলিয়া- এদিনীয়া ক্ৰিকেট
এঞ্জেলা মেথিউজ- শ্ৰীলংকা- টেষ্ট ক্ৰিকেট
মুস্তাফিকুৰ ৰহমান- বাংলাদেশ- এদিনীয়া ক্ৰিকেট
দিমুথ কৰুণাৰত্নে- শ্ৰীলংকা- ইণ্টাৰনেশনেল
মহমুদুল্লাহ- বাংলাদেশ- টেষ্ট ক্ৰিকেট

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketCricket PlayerCricket WorldIndian Cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ
জীৱনশৈলী

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

June 15, 2026
সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম
বিনোদন

সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

June 15, 2026
উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো
বিনোদন

উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

June 15, 2026
এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা
বিশ্ব

এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

June 15, 2026
Next Post
কোটি কোটি ব্যৱহাৰকাৰীৰ অপেক্ষাৰ অন্ত পেলাই হোৱাটছ এপত আহি আছে বিশেষ সুবিধা

কোটি কোটি ব্যৱহাৰকাৰীৰ অপেক্ষাৰ অন্ত পেলাই হোৱাটছ এপত আহি আছে বিশেষ সুবিধা

প্ৰেমৰ বাবে নহয়, এটা বিশেষ কাৰণতহে অমিতাভে বিয়া কৰাইছিল জয়াক, নাইবা আজিৰ দিনত নহ’লহেঁতেন স্বামী-স্ত্ৰী

প্ৰেমৰ বাবে নহয়, এটা বিশেষ কাৰণতহে অমিতাভে বিয়া কৰাইছিল জয়াক, নাইবা আজিৰ দিনত নহ'লহেঁতেন স্বামী-স্ত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.