• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ট্ৰলী বেগৰ পৰা বিয়পিছিল দুৰ্গন্ধ, ট্ৰলী বেগ খুলিয়েই হতবাক আৰক্ষী, কি আছে ট্ৰলীবেগৰ ভিতৰত?

ট্ৰলী বেগৰ পৰা বিয়পিছিল দুৰ্গন্ধ, ট্ৰলী বেগ খুলিয়েই হতবাক আৰক্ষী, কি আছে ট্ৰলীবেগৰ ভিতৰত?

1 year ago
Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

5 minutes ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

ভুলতেও আওকাণ নকৰিব এই ৪ টা সপোনক, পাব ভৱিষ্যতৰ ইংগিত!

1 hour ago
ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

2 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

3 hours ago
২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

11 hours ago
জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

12 hours ago
আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

13 hours ago
অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

14 hours ago
‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

15 hours ago
প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

15 hours ago
‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

16 hours ago
আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ট্ৰলী বেগৰ পৰা বিয়পিছিল দুৰ্গন্ধ, ট্ৰলী বেগ খুলিয়েই হতবাক আৰক্ষী, কি আছে ট্ৰলীবেগৰ ভিতৰত?

ট্ৰলী বেগৰ পৰা বিয়পিছিল দুৰ্গন্ধ, ট্ৰলী বেগ খুলিয়েই হতবাক আৰক্ষী, কি আছে ট্ৰলীবেগৰ ভিতৰত?

editor by editor
June 5, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ট্ৰলী বেগৰ পৰা বিয়পিছিল দুৰ্গন্ধ, ট্ৰলী বেগ খুলিয়েই হতবাক আৰক্ষী, কি আছে ট্ৰলীবেগৰ ভিতৰত?
0
SHARES
975
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাস্তাৰ কাষত কেইবাদিনো ধৰি পৰি আছিল ট্ৰলি বেগটো৷ প্ৰথমে কোনোৱে বিশেষ গুৰুত্ব দিয়া নাছিল৷ কিন্তু কেইবাদিন ধৰি একে স্থানতে ট্ৰলিবেগটো পৰি থকা দেখি সন্দেহ হয় পথচাৰীৰ৷ লাহে লাহে ট্ৰলিৰ পৰা দুৰ্গন্ধও বিয়পিবলৈ ধৰে৷ অৱশেষত দুৰ্গন্ধ বাঢ়ি যোৱাত পথচাৰীয়ে আৰক্ষীৰ কাষ চাপি এই বেগ সম্পৰ্কে জনায়৷ চুবুৰীয়াৰ অনুৰোধতেই আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ ট্ৰলিবেগ খুলি হতবাক হৈ পৰিছে৷ সেই বেগৰ পৰা উদ্ধাৰ কৰা হৈছে এগৰাকী মহিলাৰ পচাগেলা দেহ৷

সৰ্বভাৰতীয় সংবাদমাধ্যম সূত্ৰৰ পৰা জনা গৈছে ঘটনাটো ঘটিছে হায়দৰাবাদৰ বাচুপল্লিত৷ আৰক্ষীয়ে জনাইছে যে বুধবাৰে ট্ৰলি বেগৰ পৰা আৰক্ষীয়ে এগৰাকী মহিলাৰ পচাগেলা দেহ উদ্ধাৰ কৰা হৈছে৷ দীৰ্ঘদিন ধৰি এই বেগটো পৰি আছিল ৰাস্তাত৷ আৰক্ষীয়ে বৰ্তমানলৈকে মহিলাৰ পৰিচয়, নাম উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ অনুমানমতে মহিলাগৰাকীয় বয়স ২৫-৩৫ৰ ভিতৰত৷ কৰোবাত হত্যা কৰি ট্ৰলী বেগত ভৰাই দেহটো এই এলেকাত পেলাই যোৱাৰ সন্দেহ আৰক্ষীৰ৷ দেহটোৰ অধিকাংশই গেলি গৈছে৷ মৰোণোত্তৰ পৰীক্ষাৰ বাবে দেহটো প্ৰেৰণ কৰিছে আৰক্ষীয়ে৷

বিগত দুই সপ্তাহৰ পূৰ্বৰ পৰাই আৰক্ষীৰ ওচৰলৈ অহা নিখোজ লোকৰ খাতিয়ান পৰীক্ষা কৰিছে আৰক্ষীয়ে৷ কেনেকৈ হত্যা কৰা হৈছে মহিলাগৰাকীক সেই তথ্য মৰোণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!
ভাৰত

Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

June 24, 2026
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!
জীৱনশৈলী

ভুলতেও আওকাণ নকৰিব এই ৪ টা সপোনক, পাব ভৱিষ্যতৰ ইংগিত!

June 24, 2026
ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।
বিনোদন

ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

June 24, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

June 24, 2026
Next Post
উদ্ধাৰ হোৱা ৰেইনকোটত বিশেষ দাগ, এতিয়াও সন্ধান নাই ইন্দোৰৰ সোনমৰ, সন্মুখলৈ আহিছে শাহুৱেকৰ সৈতে হোৱা শেষ কথোপকথন

উদ্ধাৰ হোৱা ৰেইনকোটত বিশেষ দাগ, এতিয়াও সন্ধান নাই ইন্দোৰৰ সোনমৰ, সন্মুখলৈ আহিছে শাহুৱেকৰ সৈতে হোৱা শেষ কথোপকথন

ভাৰতৰ বিৰুদ্ধে ইংলেণ্ডৰ টেষ্ট দল ঘোষণা, ভাৰতৰ তুলনাত কিমান শক্তিশালী প্লেয়িং ১১

ভাৰতৰ বিৰুদ্ধে ইংলেণ্ডৰ টেষ্ট দল ঘোষণা, ভাৰতৰ তুলনাত কিমান শক্তিশালী প্লেয়িং ১১

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.