জ্যোতিষশাস্ত্ৰত শনিক কৰ্ম আৰু ন্যায়ৰ দেৱতা বুলি কোৱা হয়৷ নতুন গ্ৰহৰ মাজত শনিয়ে সকলোতকৈ ধীৰ গতিত ৰাশিচক্ৰ পৰিবৰ্তন কৰে৷ প্ৰায় আঢ়ৈ বছৰত শনিয়ে এটা ৰাশিৰ পৰা অন্য ৰাশিলৈ যায়৷ ১২ ৰাশিৰ এটা পূৰ্ণ চক্ৰ সম্পন্ন কৰিবলৈ প্ৰায় ৩০ বছৰ সময় লাগে৷ এই সময়ত শনিয়ে কেতিয়াবা মাৰ্গী আৰু কেতিয়াবা বিপৰীত পথত গতি কৰে৷ আগন্তুক ১৩ জুলাইত শনিয়ে মীন ৰাশিত মাৰ্গি হব৷ ইয়াৰপাছতেই ২০২৫ চনৰ ২৮ নৱেম্বৰ পৰ্যন্ত চিধা গতিত থাকিব৷ শনিৰ এই যাত্ৰাত তিনি ৰাশিৰ ভাগ্যৰ চকা ঘূৰিব৷ শীঘ্ৰেই কাৰ কাৰ কঁপাল ফুলিব? জানি থওক সবিশেষ৷
বৃষ ৰাশি
শনিৰ মাৰ্গী দশাই বৃষ ৰাশিৰ জীৱনলৈ সুখৰ দিন আনিব৷ শীঘ্ৰেই বেছ কিছু পৰিবৰ্তন লক্ষ্য কৰিব পাৰিব এই ৰাশিৰ মানুহে৷ বহুদিনীয়া অপূৰ্ণ কাম এইবাৰ শেষ কৰিব পাৰিব৷ কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা আছে৷ অফিচত পদোন্নতি হব পাৰে৷ দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে৷ ব্যৱসায়ত লাভৰ মুখ দেখিব৷ সংগীৰ সৈতে সম্পৰ্ক মজবুত হব৷
কৰ্কট ৰাশি
শনিৰ মাৰ্গীয়ে ভাগ্য খুলিব কৰ্কট ৰাশিৰ৷ চলিত বছৰৰ শেষত এই ৰাশিৰ অধিকাৰীয়ে ভাগ্যৰ পূৰ্ণ সহযোগিতা পাব৷ নতুন চাকৰি লাভৰ সুযোগ পাব৷ বৰ্তমান চাকৰিত পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ বর্তমান চাকরিতে পদোন্নতি এবং বেতনবৃদ্ধির সম্ভাবনা রয়েছে। ব্যবসায়ে বড় বিনিয়োগ করতে পারেন। যে কোনও কাজে পরিবারের সমর্থন পাবেন।
মকৰ ৰাশি
শনিৰ আশীৰ্বাদত মকৰ ৰাশিৰ ভাগ্য সলনি হব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷ আৰ্থিক সমস্যাৰ পৰা সমাধান পাব৷ কোনো আইনী গোচৰ চলিলে নিষ্পত্তি হব পাৰে৷ সকলো বাধা দূৰ হৈ হাতৰ মুঠিলৈ সাফল্য আহিব৷ চাকৰি আৰু ব্যৱসায়ত উন্নতিৰ যোগ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















