• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশা প্ৰায়েই টোপনি ভাঙি যায়? শৰীৰত কি মাৰাত্মক ৰোগে বাঁহ বান্ধিছে? নাজানিলেই চৰম বিপদত পৰিব পাৰে আপুনিও

নিশা প্ৰায়েই টোপনি ভাঙি যায়? শৰীৰত কি মাৰাত্মক ৰোগে বাঁহ বান্ধিছে? নাজানিলেই চৰম বিপদত পৰিব পাৰে আপুনিও

1 year ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

22 minutes ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

43 minutes ago
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

1 hour ago
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

2 hours ago
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

2 hours ago
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

2 hours ago
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

3 hours ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

4 hours ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

5 hours ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

6 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

7 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিশা প্ৰায়েই টোপনি ভাঙি যায়? শৰীৰত কি মাৰাত্মক ৰোগে বাঁহ বান্ধিছে? নাজানিলেই চৰম বিপদত পৰিব পাৰে আপুনিও

নিশা প্ৰায়েই টোপনি ভাঙি যায়? শৰীৰত কি মাৰাত্মক ৰোগে বাঁহ বান্ধিছে? নাজানিলেই চৰম বিপদত পৰিব পাৰে আপুনিও

editor by editor
June 17, 2025
in জীৱনশৈলী
0
নিশা প্ৰায়েই টোপনি ভাঙি যায়? শৰীৰত কি মাৰাত্মক ৰোগে বাঁহ বান্ধিছে? নাজানিলেই চৰম বিপদত পৰিব পাৰে আপুনিও
0
SHARES
575
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিকালি নিশা প্ৰায়সংখ্যক লোকেই নিদ্ৰাহীনতাত ভোগে৷ দিনজুৰি পৰিশ্ৰমৰ পাছতো নিশা দুচকুৰ পতা এক নহয়৷ কিন্তু সুস্থতাৰ বাবে টোপনি অত্যন্ত জৰুৰী৷ নিশা টোপনিৰ ঔষধ খোৱা স্বাস্থ্যৰ বাবে উপকাৰী নহয়৷ বহুতৰেই নিশা মাজে মাজে টোপনি ভাঙি যায়৷ কিছু পৰিমাণে পানী খাই আকৌ শুই পৰে যদিও ভালকৈ টোপনি নহয়৷ কি কাৰণত টোপনি ভাঙে তাৰ কাৰণ বহুতেই নাজানে৷ কিন্তু দিনৰ পাছত দিন এই সমস্যাত ভূগিলে এয়া শৰীৰৰ গুৰুতৰ ৰোগৰ ইংগিত৷

  • বিশেষজ্ঞৰ মতে, হঠাৎ টোপনি ভাঙি যোৱাটো স্বাস্থ্যৰ পক্ষে মাৰাত্মক৷ প্ৰধানকৈ শ্বাস-প্ৰঃশ্বাসত বাধা পোৱাৰ কাৰণেই টোপনি ভাঙি যায়৷
  • নিশা হঠাৎ টোপনি ভঙাৰ সমস্যা বয়সৰ সৈতে বাঢ়িবলৈ আৰম্ভ হয়৷ সমীক্ষাই কৈছে, টোপনি ভঙাৰ এই সমস্যাৰ সৈতে বাঢ়িব পাৰে হাৰ্ট আৰু তেজ চলাচলৰ সমস্যাও৷ ইয়াৰ সৈতে মৃত্যুৰ আশংকাও বাঢ়ি থাকে৷
  • এছিড ৰিফ্লেক্সৰ সমস্যা থাকিলে নিশা বাৰে বাৰে টোপনি ভাঙিব পাৰে৷
  • মহিলাসকলৰ পিৰিয়ড চলাৰ সময়ত দেহত হৰমনৰ ভাৰসাম্য নষ্ট হলেও নিশা টোপনি ভঙাৰ সমস্যা হয়৷
  • দেহত শৰ্কৰাৰ পৰিমাণ হঠাৎ কমি গলে টোপনি ভাঙিব পাৰে৷ এই ক্ষেত্ৰত সেই ব্যক্তিৰ ঘামো বেছিকৈ ওলাব পাৰে৷
  • বাৰে বাৰে টোপনি ভাঙিলে অৱষ্ট্ৰাকটিভ শ্লিপ এপনিয়া আছেনে নাই সেয়া চেক কৰিব পাৰে৷ দীৰ্ঘদিন এই সমস্যা চলিলে অৱশ্যেই চিকিৎসকৰ পৰামৰ্শ লওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা
জীৱনশৈলী

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

September 26, 2026
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!
জীৱনশৈলী

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

September 26, 2026
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

September 26, 2026
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ
জীৱনশৈলী

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

September 26, 2026
Next Post
এই স্কিমত বিনিয়োগ কৰিলে ১০লাখ হৈ যাব ৩০লাখ! জানক ক’ত কেনেকৈ বিনিয়োগ কৰিব?

এই স্কিমত বিনিয়োগ কৰিলে ১০লাখ হৈ যাব ৩০লাখ! জানক ক’ত কেনেকৈ বিনিয়োগ কৰিব?

২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.