• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭০ ভৰি সোণ, ৮০ হাজাৰ টকা… আহমেদাবাদৰ দুৰ্ঘটনাস্থলত কি কি মূল্যবান সামগ্ৰী উদ্ধাৰ?

৭০ ভৰি সোণ, ৮০ হাজাৰ টকা… আহমেদাবাদৰ দুৰ্ঘটনাস্থলত কি কি মূল্যবান সামগ্ৰী উদ্ধাৰ?

1 year ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

6 minutes ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

33 minutes ago
গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

1 hour ago
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

1 hour ago
চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

3 hours ago
ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

3 hours ago
সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

4 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

২০ বছৰ বয়সত কৰক এই কাম, সলনি হব আপোনাৰ ভৱিষ্যত!

5 hours ago
পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

5 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

অষ্টম দৰমহা আয়োগত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন বন্ধ হ’ব নেকি? NC-JCM এ প্ৰকাশ কৰিছে সম্পূৰ্ণ সত্য

6 hours ago
ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

7 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৭০ ভৰি সোণ, ৮০ হাজাৰ টকা… আহমেদাবাদৰ দুৰ্ঘটনাস্থলত কি কি মূল্যবান সামগ্ৰী উদ্ধাৰ?

৭০ ভৰি সোণ, ৮০ হাজাৰ টকা... আহমেদাবাদৰ দুৰ্ঘটনাস্থলত কি কি মূল্যবান সামগ্ৰী উদ্ধাৰ?

editor by editor
June 18, 2025
in জীৱনশৈলী
0
৭০ ভৰি সোণ, ৮০ হাজাৰ টকা… আহমেদাবাদৰ দুৰ্ঘটনাস্থলত কি কি মূল্যবান সামগ্ৰী উদ্ধাৰ?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰায় এসপ্তাহ পাৰ হৈছে৷ কিন্তু এতিয়াও দেশবাসীয়ে আহমেদাবাদৰ ভয়াৱহ সেই বিমান দুৰ্ঘটনাৰ কথা পাহৰিব পৰা নাই৷ পাইলট আৰু ক্ৰুমেম্বাৰসহ ২৪২ জন যাত্ৰীক লৈ উৰাৰ ঠিক কেই ছেকেণ্ডৰ মাজতেই আহমেদাবাদৰ বি জে মেডিকেল কলেজ হোষ্টেলৰ ওপৰত বিমানখন ভাঙি পৰে৷ কোনোমতে এজন যাত্ৰীৰ প্ৰাণ ৰক্ষাও পৰিছে৷ দুৰ্ঘটনাৰ পাছৰে পৰাই ইয়াৰ সৈতে জড়িত বহু তথ্য ভাইৰেলো হৈছে৷ ইয়াৰ মাজতেই দুৰ্ঘটনাস্থলৰ পৰা নগদ ধনসহ আৰু কি কি সামগ্ৰী পোৱা গৈছে সেই তথ্যও সন্মুখলৈ আহিছে৷

আহমেদাবাদৰ য’ত বোয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ মডেলৰ বিমানখন ভাঙি পৰিছিল তাৰ পৰা কেইমিনিটমানৰ দূৰত্বত থাকে ৫৬ বছৰ বয়সীয়া নিৰ্মাণ ব্যৱসায়ী ৰাজু পেটেল৷ দুৰ্ঘটনাস্থলত তেঁৱেই প্ৰথম উপস্থিত হৈছিল৷ তাৰপিছতেই তেওঁ নিজৰ দলৰ লোকসকলক সেই স্থানলৈ মাতে৷ তেওঁলোকে তাৰপৰা ৭০ ভৰি সোনৰ গহনা, ৮০ হাজাৰ টকা আৰু এখন গীতাৰ ওপৰিও একাধিক পাছপৰ্ট উদ্ধাৰ কৰে৷

ৰাজু পেটেলে এক সংবাদমাধ্যমৰ আগত কয়, ‘প্ৰথম ১৫-২০ মিনিট আমি ধ্বংসস্তূপৰ সন্মুখলৈ যাব পৰা নাছিলো৷ আমাৰ দলৰ কোনো ষ্ট্ৰেচাৰো নাছিল৷ কিন্তু আমি সাহস হেৰুওৱা নাছিলো৷ শাড়ি আৰু চাদৰেৰে আহতসকলক ধ্বংসস্তূপৰ পৰা উদ্ধাৰৰ ব্যৱস্থা কৰো৷ আমাৰ হাতত যি আছিল সকলোবোৰ দি আমি উদ্ধাৰৰ চেষ্টা চলাইছিলো৷ আমি কেৱল জানিছিলো আমি মানুহৰ জীৱন বচাব লাগিব৷ ইয়াৰপাছতেই উদ্ধাৰকাৰী দল আৰু এম্বুলেঞ্চ ঘটনাস্থলত উপস্থিত হয়৷ তাৰ সৈতে আমিও উদ্ধাৰ কামত সোমাই পৰো৷

পেটেলে কয়, ‘দুৰ্ঘটনাস্থলত পুৰি যোৱা বেগ আৰু ভঙা সামগ্ৰীও বহু আছিল৷ আমি সোন, নগদধনসহ সকলোবোৰ উদ্ধাৰ কৰি আৰক্ষীৰ হাতত তুলি দিছো৷ তেওঁ জনাইছে যে সেইদিনটোত আৰক্ষীয়ে তেওঁৰ দলক নিশা ৯টা বজালৈকে দুৰ্ঘটনাস্থলৰ পৰা উদ্ধাৰকাৰ্য চলোৱাৰ অনুমতি দিছিল৷

কেৱল সেয়াই নহয়, ইয়াৰ পূৰ্বেও ২০০৮ চনত আহমেদাবাদ বিস্ফোৰণৰ সময়ত পেটেলে উদ্ধাৰ কাৰ্যত জপিয়াই পৰিছিল৷ পেটেলে কয়, আমি হাস্পতালৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰৈত আছিলো যত বোমা বিস্ফোৰণ ঘটে৷ কিন্তু এইবাৰৰ ভয়াৱহ জুই আমি জীৱনতো পাহৰিব নোৱাৰিম৷ পেটেলৰ এই কাৰ্যক প্ৰশংসা কৰিছে গুজৰাটৰ গৃহমন্ত্ৰী হৰ্ষ সাংভিয়েও৷ তেওঁ কয়, এই ধৰণৰ জৰুৰী পৰিস্থিতিত এইধৰণৰ নাগৰিকৰ ভূমিকাৰ কোনো তুলনা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়
জীৱনশৈলী

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

August 30, 2026
চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ
জীৱনশৈলী

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

August 30, 2026
ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!
জীৱনশৈলী

ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

August 30, 2026
সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো
জীৱনশৈলী

সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

August 30, 2026
Next Post
মাহত এবাৰ শাৰীৰিক মিলনতেই বাঢ়ে হৃদৰোগৰ আশংকা! কিমান সংগমত সুস্থ থাকে হাৰ্ট? চমকি উঠা কি বাখ্যা দিলে ফিটনেছ প্ৰশিক্ষকে

মাহত এবাৰ শাৰীৰিক মিলনতেই বাঢ়ে হৃদৰোগৰ আশংকা! কিমান সংগমত সুস্থ থাকে হাৰ্ট? চমকি উঠা কি বাখ্যা দিলে ফিটনেছ প্ৰশিক্ষকে

এইবাৰ আহাৰৰ গুপ্ত নৱৰাত্ৰি কেতিয়াৰে পৰা আৰম্ভ হ’ব? দুৰ্গাক আৰাধনা কৰাৰ সঠিক সময় আজিয়েই জানি থওক

এইবাৰ আহাৰৰ গুপ্ত নৱৰাত্ৰি কেতিয়াৰে পৰা আৰম্ভ হ’ব? দুৰ্গাক আৰাধনা কৰাৰ সঠিক সময় আজিয়েই জানি থওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.