• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাহত এবাৰ শাৰীৰিক মিলনতেই বাঢ়ে হৃদৰোগৰ আশংকা! কিমান সংগমত সুস্থ থাকে হাৰ্ট? চমকি উঠা কি বাখ্যা দিলে ফিটনেছ প্ৰশিক্ষকে

মাহত এবাৰ শাৰীৰিক মিলনতেই বাঢ়ে হৃদৰোগৰ আশংকা! কিমান সংগমত সুস্থ থাকে হাৰ্ট? চমকি উঠা কি বাখ্যা দিলে ফিটনেছ প্ৰশিক্ষকে

1 year ago
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

23 minutes ago
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

50 minutes ago
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

1 hour ago
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

2 hours ago
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

3 hours ago
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

3 hours ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

4 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

5 hours ago
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

5 hours ago
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

6 hours ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

23 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাহত এবাৰ শাৰীৰিক মিলনতেই বাঢ়ে হৃদৰোগৰ আশংকা! কিমান সংগমত সুস্থ থাকে হাৰ্ট? চমকি উঠা কি বাখ্যা দিলে ফিটনেছ প্ৰশিক্ষকে

মাহত এবাৰ শাৰীৰিক মিলনতেই বাঢ়ে হৃদৰোগৰ আশংকা! কিমান সংগমত সুস্থ থাকে হাৰ্ট? চমকি উঠা বাখ্যা দিলে ফিটনেছ প্ৰশিক্ষকে

editor by editor
June 18, 2025
in জীৱনশৈলী, স্বাস্থ্য
0
মাহত এবাৰ শাৰীৰিক মিলনতেই বাঢ়ে হৃদৰোগৰ আশংকা! কিমান সংগমত সুস্থ থাকে হাৰ্ট? চমকি উঠা কি বাখ্যা দিলে ফিটনেছ প্ৰশিক্ষকে
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যৌনতা মানুহৰ এক স্বাভাৱিক প্ৰবৃত্তি৷ যিমানেই এই বিষয়টোক গোপনে নাৰাখক কিয় স্বাভাৱিক সুস্থ জীৱনৰ বাবে সুখকৰ যৌনজীৱন খুবেই জৰুৰী৷ কেৱল যৌন সুখেই নহয়, শৰীৰৰ ওপৰতো শাৰীৰিক মিলনৰ প্ৰভাৱ পৰে৷ গৱেষণাত ওলাইছে তেনে কেইটামান চমকপ্ৰদ তথ্য৷ সম্প্ৰতি মাৰ্কিন ফিটনেছ প্ৰশিক্ষক ডেন গোৰ এনিয়ে এক পোষ্ট সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে৷ সেই পোষ্টক লৈ বহুজনে সামাজিক মাধ্যমত নিজা প্ৰতিক্ৰিয়া ব্যক্তও কৰিছে৷

ডেন গোয়ে ইনষ্টাগ্ৰামত পুৰুষৰ যৌনতা আৰু ঘনিষ্ঠতাক অগ্ৰাধিকাৰ দিয়াৰ বিষয়টো কিয় গুৰুত্বপূৰ্ণ সেই বিষয়টো পোষ্টত উল্লেখ কৰা হৈছে৷ আপুনি কিমান ঘনে ঘনে যৌনমিলন কৰে তাৰ প্ৰভাৱ আপোনাৰ দীৰ্ঘম্যাদি স্বাস্থ্যৰ ওপৰত পৰে৷ ইয়াৰ সৈতে গোপনাংগৰ স্বাস্থ্য তিনিটা বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে৷ যি হৈছে সঠিক ৰক্তপ্ৰবাহ, বেলেন্সড হৰমন আৰু তীক্ষ্ণ স্নায়ুৰ কাৰ্যকাৰিতা৷ স্থূলতা, উচ্চ ৰক্তচাপ, ডায়বেটিছৰ দৰে বিপাকীয় সমস্যাসমূহ এই তিনিটা বিষয়কেই ব্যাহত কৰে৷ সেয়ে ইৰেক্টাইল ডিছফাংছনে বহু সময়ত হৃদৰোগৰ প্ৰাথমিক ইংগিত বহন কৰে৷

প্ৰশিক্ষকৰ মতে যিসকলে মাহে মাহে এবাৰ যৌনমিলন কৰে তেওঁলোকে হৃদৰোগৰ আশংকা সপ্তাহত ২-৩ বাৰ যৌনমিলনকাৰীৰ তুলনাত ৪৫শতাংশ বেছি৷ অন্যহাতে যিসকলে ঘনে ঘনে বীৰ্যপাত কৰে তেওঁলোকৰ তুলনাত মাহত ২১ বাৰ বা তাতকৈ বেছি বীৰ্যপাত কৰাসকলৰ প্ৰষ্টেট কৰ্কটৰ আশংকা কম৷ এই ক্ষেত্ৰত যদি আপোনাৰ যৌন ইচ্ছা বা ক্ষমতা নাথাকিলে ঔষধ খোৱাৰ সলনি সুস্থ জীৱনযাপনৰ দিশত নজৰ ৰাখিবলৈ পৰামৰ্শ দিছে মাৰ্কিন ফিটনেছ প্ৰশিক্ষকে৷

সাম্প্ৰতিক গৱেষণাই কিন্তু অন্য কথাহে কৈছে৷ যদিও গৱেষকসকলৰ একাংশৰ মত, ঘনে ঘনে যৌনমিলনৰ হোৱা লোকৰ হৃদৰোগৰ আশংকা কম৷ কিন্তু সকলোক্ষেত্ৰত এয়া প্ৰযোজ্য নহয়৷ প্ৰকৃততে সংগম কৰাৰ সময়ত শৰীৰত ৰক্ত প্ৰবাহ আৰু অক্সিজেনৰ মাত্ৰা বাঢ়ে৷ ইয়াত কাৰ্ডিঅভাছকুলাৰ স্বাস্থ্য ভালে থাকে৷ ২০১০ চনত নেশ্ব্যনেল ইনষ্টিটিউট অফ হেলথৰ এক গৱেষণাত দেখা গৈছে যে যিসকলে মাহত এবাৰ বা তাতকৈ কম যৌনমিলন কৰে তেওঁলোকৰ তুলনাত যিসকলে সপ্তাহত কমপক্ষেও দুবাৰ যৌনমিলন কৰে তেওঁলোকৰ হৃদৰোগৰ আশংকা কিছু পৰিমাণে কম হয়৷ গৱেষণাই কৈছে যৌনতা একধৰণৰ ব্যায়াম হব পাৰে আৰু মানসিক চাপ কমোৱাৰ ঔষধো৷ এই দুই বিষয়েই হাৰ্টৰ স্বাস্থ্যৰ বাবে উপকাৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?
জীৱনশৈলী

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

September 4, 2026
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা
জীৱনশৈলী

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

September 4, 2026
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক
জীৱনশৈলী

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

September 4, 2026
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!
জীৱনশৈলী

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

September 3, 2026
Next Post
এইবাৰ আহাৰৰ গুপ্ত নৱৰাত্ৰি কেতিয়াৰে পৰা আৰম্ভ হ’ব? দুৰ্গাক আৰাধনা কৰাৰ সঠিক সময় আজিয়েই জানি থওক

এইবাৰ আহাৰৰ গুপ্ত নৱৰাত্ৰি কেতিয়াৰে পৰা আৰম্ভ হ’ব? দুৰ্গাক আৰাধনা কৰাৰ সঠিক সময় আজিয়েই জানি থওক

এবাৰ ৩০০০ ৰিছাৰ্জ কৰি বছৰটো ঘূৰি ফুৰক আপুনি, কি কি নতুন সুবিধা আপোনাৰ বাবে?

এবাৰ ৩০০০ ৰিছাৰ্জ কৰি বছৰটো ঘূৰি ফুৰক আপুনি, কি কি নতুন সুবিধা আপোনাৰ বাবে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.