• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেওবাৰে ত্ৰিপুস্কৰ যোগত সৌভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! ব্যৱসায়ত লাভ, চাকৰিতো চমক, ধন আহিব হাতলৈ

7 months ago
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

4 minutes ago
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

28 minutes ago
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

1 hour ago
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

3 hours ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

4 hours ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

5 hours ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

21 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

22 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

23 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দেওবাৰে ত্ৰিপুস্কৰ যোগত সৌভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! ব্যৱসায়ত লাভ, চাকৰিতো চমক, ধন আহিব হাতলৈ

দেওবাৰে ত্ৰিপুস্কৰ যোগত সৌভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! ব্যৱসায়ত লাভ, চাকৰিতো চমক, ধন আহিব হাতলৈ

editor by editor
June 22, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
দেওবাৰে ত্ৰিপুস্কৰ যোগত সৌভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! ব্যৱসায়ত লাভ, চাকৰিতো চমক, ধন আহিব হাতলৈ
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি দেওবাৰ ২২ জুন৷ পঞ্জিকা অনুসৰি আজি আষাঢ় মাহৰ কৃষ্ণপক্ষৰ দ্বাদশী তিথি৷ আজি চন্দ্ৰই মেষ ৰাশিৰ পৰা বৃষ ৰাশিত গমন কৰিব৷ দেওবাৰ হোৱাৰ বাবে আজিৰ দিনটো সূৰ্যৰ আধিপত্য থাকিব৷ সূৰ্যই আজি আৰ্দ্ৰ নক্ষত্ৰত প্ৰৱেশ কৰিব আৰু বুধে কৰ্কট ৰাশিলৈ গমন কৰিব৷ ফলত আজিৰ দিনটো বুধাদিত্য যোগৰ প্রভাৱ থাকিব৷ ইয়াৰ সৈতে ভৰণী নক্ষত্ৰৰ সংমিশ্ৰণত সুকৰ্ম আৰু ত্ৰিপুষ্কৰ যোগৰ এট দুৰ্দান্ত সংমিশ্ৰণৰো প্ৰভাৱ থাকিব৷ এই সকলো শুভ যোগৰ কাৰণে আজিৰ দিনটোত ৫ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব৷

মেষ ৰাশি

দেওবাৰ মেষ ৰাশিৰ বাবে শুভ৷ যিকোনো কাম পৰিকল্পনামতেই আগুৱাই নিব পাৰিব৷ কেৱল সেয়াই নহয় আজি সাফল্য থাকিব হাতৰ মুঠিত৷ যিসকলে ব্যৱসায় বঢ়োৱাৰ বিষয়ে চিন্তা কৰিছে তেওঁলোকৰ বাবেও দিনটো শুভ৷ অৰ্থ সংক্ৰান্তিয় সমস্যা থাকিলে আজি ঋণ লাভ কৰিব পাৰে৷ আইনী ঝামেলা থাকিলে তাৰ পৰা মুক্তি পাব৷ যিকোনো কামত সংগীক কাষত পাব৷

কৰ্কট ৰাশি

আজিৰ দিনটো কৰ্কট ৰাশিৰ বাবে লাভজনক হব৷ ভাগ্য আপোনাৰ লগত আছে সেয়ে যি কামেই নকৰক কিয় সাফল্যৰ যোগ আছে৷ অফিচত আয় বাঢ়িব পাৰে৷ পুৰণি কোনো ইচ্ছা পূৰণ হব৷ ৰাজনৈতিক আৰু সামাজিক কামৰ সৈতে যুক্ত থাকিলে মান সন্মান বাঢ়িব৷ নতুন সম্পৰ্কত সোমাই পৰিব পাৰে৷

সিংহ ৰাশি

দেওবাৰে সিংহ ৰাশিৰ জাতক জাতিকাৰ পৰিস্থিতি ভালে থাকিব৷ গাড়ী, ঘৰ ক্ৰয়ৰ যোগ আছে৷ পুৰণি কোনো বিনিয়োগৰ পৰা ভাল লাভ পাব৷ পৰিয়ালত শান্তি থাকিব৷ শিক্ষাৰ্থীসকলৰ মনৰ ইচ্ছা পূৰণ হব পাৰে৷ বন্ধুৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰি পাৰে৷

তুলা ৰাশি

আজি তুলা ৰাশিৰ ভাগ্য উদয় হব৷ সময়ৰ কাম সময়ত শেষ কৰিব পাৰিব৷ বিদেশত কাম কৰিলে বেছিকৈ লাভৱান হোৱাৰ সুযোগ পাব৷ আমদানি, ৰপ্তানীৰ ব্যৱসায় থাকিলে কোনো সুখবৰ পাব পাৰে৷ জীৱনত আৰাম বিলাসিতা বাঢ়িব৷ বহু দিনৰ অসমাপ্ত কাম শেষ কৰিব পাৰে৷ সংগীৰ সৈতে সম্পৰ্ক মজবুত হব৷

কুম্ভ ৰাশি

দেওবাৰে কুম্ভ ৰাশিৰ স্বাস্থ্যৰ অৱস্থাৰ উন্নতি হব৷ কৰ্মসূত্ৰে দূৰৈলৈ যাব পাৰে৷ কৰ্মক্ষেত্ৰত একাধিক প্ৰভাৱশালী ব্যক্তিৰ সৈতে দেখা হব পাৰে৷ যাৰ পৰা ভৱিষ্যতে কেৰিয়াৰত সাহায্য পাব পাৰে৷ ধৰ্মীয় বিষয়ত মনোযোগ বাঢ়িব৷ উত্তৰাধিকাৰ সূত্ৰে সম্পতি প্ৰাপ্ত হব৷ সংগীৰ সৈতে সম্পৰ্ক উন্নীত হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম
প্ৰযুক্তি

January 30, 2026
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?
জীৱনশৈলী

সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

January 30, 2026
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ
জীৱনশৈলী

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

January 30, 2026
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা
জীৱনশৈলী

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

January 30, 2026
Next Post
মাজ আকাশত আকৌ হাহাকাৰ! লণ্ডনৰ উদ্দেশ্যে ৰাওনা হোৱা ব্ৰিটিছ এয়াৰৱেজৰ বিমান আকৌ উভতিল চেন্নাইলৈ, ঘটনা কি?

নাৰ্ভ আৰু মস্তিষ্কৰ বিৰল ৰোগত আক্ৰান্ত ছলমান খান! এই ৰোগৰ কোনো চিকিৎসা নাই নেকি? শৰীৰৰ যন্ত্ৰণাক লৈ কি কৈছে ভাইজানে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন