• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাজ আকাশত আকৌ হাহাকাৰ! লণ্ডনৰ উদ্দেশ্যে ৰাওনা হোৱা ব্ৰিটিছ এয়াৰৱেজৰ বিমান আকৌ উভতিল চেন্নাইলৈ, ঘটনা কি?

মাজ আকাশত আকৌ হাহাকাৰ! লণ্ডনৰ উদ্দেশ্যে ৰাওনা হোৱা ব্ৰিটিছ এয়াৰৱেজৰ বিমান আকৌ উভতিল চেন্নাইলৈ, ঘটনা কি?

1 year ago
এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

9 minutes ago
বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

9 hours ago
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

9 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

9 hours ago
‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

10 hours ago
জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

11 hours ago
আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

11 hours ago
ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ,  নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ, নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

12 hours ago
GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

13 hours ago
বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

13 hours ago
জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

15 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাজ আকাশত আকৌ হাহাকাৰ! লণ্ডনৰ উদ্দেশ্যে ৰাওনা হোৱা ব্ৰিটিছ এয়াৰৱেজৰ বিমান আকৌ উভতিল চেন্নাইলৈ, ঘটনা কি?

মাজ আকাশত আকৌ হাহাকাৰ! লণ্ডনৰ উদ্দেশ্যে ৰাওনা হোৱা ব্ৰিটিছ এয়াৰৱেজৰ বিমান আকৌ উভতিল চেন্নাইলৈ, ঘটনা কি?

editor by editor
June 22, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
মাজ আকাশত আকৌ হাহাকাৰ! লণ্ডনৰ উদ্দেশ্যে ৰাওনা হোৱা ব্ৰিটিছ এয়াৰৱেজৰ বিমান আকৌ উভতিল চেন্নাইলৈ, ঘটনা কি?
0
SHARES
492
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লণ্ডনৰ উদ্দেশ্যে ৰাওনা হলেও চেন্নাইতেই ৰৈ গ’ল ব্ৰিটিছ এয়াৰৱেজৰ বিমান৷ ইৰানৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাৰ আক্ৰমণৰ পাছতেই পশ্চিম এছিয়াত উত্তেজনা কেইবাগুণো বৃদ্ধি পাইছে৷ বন্ধ কৰা হৈছে ইৰাণৰ আকাশসীমা৷ কেৱল ইৰানেই নহয়, ইজৰায়েলেও তেওঁলোকৰ আকাশসীমা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে৷ সেই কাৰণেই বাধ্য হৈ মাজ আকাশৰ পৰা চেন্নাইলৈ উভতি আহিছে লণ্ডনগামী এখন বিমান৷

সংবাদমাধ্যম সূত্ৰৰ খবৰ অনুসৰি লণ্ডনগামী ব্ৰিটিছ এয়াৰৱেজৰ সেই বিমানখনে ভাৰতীয় সময়মতে পুৱা ৫ বাজি ৩৫ মিনিটত চেন্নাই বিমান বন্দৰৰ পৰা উৰাৰ কথা আছিল৷ কিন্তু ৪০ মিনিট দেৰীকৈ ২০৬ জন যাত্ৰীক লৈ গন্তব্য স্থানলৈ ৰাওনা হয় বিমানখন৷ ভাৰতৰ আকাশসীমা অতিক্ৰম কৰি আৰৱ সাগৰ অঞ্চলত প্ৰৱেশ কৰাৰ পাছতেই ইৰানৰ আকাশসীমা বন্ধৰ খবৰ লাভ কৰে বিমানৰ পাইলটে৷ তাৰপিছতেই আকৌ ফ্লাইটখন চেন্নাইলৈকে ঘূৰাই অনাৰ সিদ্ধান্ত লয়৷ চেন্নাই বিমানবন্দৰৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ সৈতে যোগাযোগ কৰে পাইলটে৷ সেউজ সংকেত লাভ কৰোতেই ইউটাৰ্ণ লয় বিমানখনে৷ পুৱা ৮ বাজি ৫ মিনিটত আকৌ চেন্নাই বিমানবন্দৰত অৱতৰণ কৰে৷ ব্ৰিটিছ এয়াৰৱেজৰ তৰফৰ পৰা বিষয়টো নিশ্চিত কৰা হৈছে৷

বিমান বন্দৰত নমাৰ পাছতেই বিমানৰ পৰা যাত্ৰীসকলক নমাই টাৰ্মিনেললৈ উভতাই নিয়া হয়৷ তাতেই তেওঁলোকৰ খোৱাবোৱাৰো ব্যৱস্থা কৰে বিমান সংস্থাই৷ বিমানবন্দৰ সূত্ৰৰ খবৰ অনুসৰি এসই বিমানত আকৌ নতুনকৈ ইন্ধন ভৰোৱা হব৷ তাৰপিছতেই দেওবাৰে নিশা ১০ বজাত লণ্ডনলৈ উৰা মাৰিব বিমানখনে৷ ইৰানৰ আকাশপথ এৰি আকৌ লণ্ডনলৈ যোৱাৰ সিদ্ধান্ত লৈছে৷৷ চেন্নাইৰ পৰা পশ্চিম এছিয়াগামী আৰু কেইবাখনো বিমানৰ যাত্ৰাপথ সলনি কৰাৰ সিদ্ধান্ত লৈছে সংশ্লিষ্ট বিমান সংস্থাই৷
দেওবাৰো পুৱা ইৰানৰ তিনিটা পাৰমাণৱিক কেন্দ্ৰত বোমাৰে আক্ৰমণ কৰিছে আমেৰিকাই৷ তাৰপিছতেই নতুনকৈ আকৌ পশ্চিম এছিয়াত উত্তেজনা আৰম্ভ হৈছে৷ বন্ধ কৰি দিয়া হৈছে ইৰাণৰ আকাশসীমা৷ ইয়াৰোপৰি ইজৰাইলেও তেওঁলোকৰ আকাশপথ বন্ধ কৰিছে৷ ইজৰাইললৈকো কোনো বিমানে প্ৰৱেশ কৰিব নোৱাৰিব৷ আৰু ইজৰাইজৰ পৰাও কোনো বিমান ওলাই যাব নোৱাৰিব৷ কিমান দিনৰ বাবে বন্ধ থাকিব এই আকাশপথ সেই কথা বৰ্তমানো স্পষ্ট নহয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

August 1, 2026
বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক
জীৱনশৈলী

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

July 31, 2026
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক
জীৱনশৈলী

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

July 31, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

July 31, 2026
Next Post
নাৰ্ভ আৰু মস্তিষ্কৰ বিৰল ৰোগত আক্ৰান্ত ছলমান খান! এই ৰোগৰ কোনো চিকিৎসা নাই নেকি? শৰীৰৰ যন্ত্ৰণাক লৈ কি কৈছে ভাইজানে?

নাৰ্ভ আৰু মস্তিষ্কৰ বিৰল ৰোগত আক্ৰান্ত ছলমান খান! এই ৰোগৰ কোনো চিকিৎসা নাই নেকি? শৰীৰৰ যন্ত্ৰণাক লৈ কি কৈছে ভাইজানে?

আন্তৰ্জাতিক উৰণক লৈ ডাঙৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ, ইতিমধ্যেই মেৰামতিৰ বাবে পঠিওৱা হৈছে ২৬খনকৈ বিমান

আন্তৰ্জাতিক উৰণক লৈ ডাঙৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ, ইতিমধ্যেই মেৰামতিৰ বাবে পঠিওৱা হৈছে ২৬খনকৈ বিমান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.