কৰ্মফলদাতা শনিয়ে এটা এটা ৰাশিত আঢ়ৈ বছৰ অৱস্থান কৰে৷ সেই কাৰণেই ১২ ৰাশিৰ চক্ৰ ঘুৰিবলৈ শনিৰ ৩০ বছৰ সময় লাগে৷ বৈদিক জ্যোতিষমতে শনিৰ গোচৰ অত্যন্ত গুৰুত্বপূৰ্ণ ঘটনা৷ এই বছৰ ২৯ মাৰ্চত শনিয়ে ৰাশিচক্ৰৰ শেষ ৰাশি মীনত প্ৰৱেশ কৰিছে৷ আগন্তুক ১৩ জুলাইৰ পৰা আৰম্ভ হব শনিৰ বক্ৰী চলন৷ এই বিপৰীতমুখী চলন জাৰি থাকিব ২৮ নৱেম্বৰ পৰ্যন্ত৷
৩০ বছৰ পাছত সমসপ্তক ৰাজযোগ গঠন
আগন্তুক মাহত শনিৰ বক্ৰীচলন আৰম্ভ হোৱাৰ লগে লগে বুধৰ সৈতে গঠিত হব সমসপ্তক ৰাজযোগ৷ ৩০ বছৰ পাছত এই বিৰল ৰাজযোগ গঠিত হব৷ জ্যোতিষ গণনা অনুসৰি এই ৰাজযোগৰ প্ৰভাৱ সকলো ৰাশিৰ জাতকৰ ওপৰত পৰিলেও তিনি ৰাশিৰ জাতক বিশেষভাৱে লাভৱান হব৷ এওঁলোকে কেৰিয়াৰত বৃহৎ উন্নতি কৰিব পাৰিব৷ চাকৰিত প্ৰমোছন পাব পাৰে৷ প্ৰেমৰ সম্পৰ্ক আৰু গাঢ় হব৷ জানি থওক সমসপ্তক ৰাজযোগৰ প্ৰভাৱত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ৷
বৃষ ৰাশি
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















