• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেইবাশ গুণ শক্তি বাঢ়িছে সূৰ্যৰ, এই ৩ ৰাশিৰ বাঢ়িব দৰমহা, প্ৰশস্ত হ’ব ধন অহাৰ বিভিন্ন পথ

কেইবাশ গুণ শক্তি বাঢ়িছে সূৰ্যৰ, এই ৩ ৰাশিৰ বাঢ়িব দৰমহা, প্ৰশস্ত হ’ব ধন অহাৰ বিভিন্ন পথ

1 year ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

36 minutes ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

59 minutes ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

2 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

2 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

3 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

3 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

4 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

4 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

6 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

7 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

7 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেইবাশ গুণ শক্তি বাঢ়িছে সূৰ্যৰ, এই ৩ ৰাশিৰ বাঢ়িব দৰমহা, প্ৰশস্ত হ’ব ধন অহাৰ বিভিন্ন পথ

কেইবাশ গুণ শক্তি বাঢ়িছে সূৰ্যৰ, এই ৩ ৰাশিৰ বাঢ়িব দৰমহা, প্ৰশস্ত হ’ব ধন অহাৰ বিভিন্ন পথ

editor by editor
July 6, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
কেইবাশ গুণ শক্তি বাঢ়িছে সূৰ্যৰ, এই ৩ ৰাশিৰ বাঢ়িব দৰমহা, প্ৰশস্ত হ’ব ধন অহাৰ বিভিন্ন পথ
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
সূৰ্য হৈছে গ্ৰহৰ দেৱতা৷ সময়ে সময়ে সূৰ্যই নিজৰ ৰাশি পৰিবৰ্তন কৰে৷ সূৰ্যৰ ৰাশি পৰিবৰ্তনে এজন ব্যক্তিৰ আত্মবিশ্বাস, সন্মান, চৰকাৰী কাম ইত্যাদিৰ ওপৰত ভাল প্ৰভাৱ পেলায়৷
সূৰ্যৰ ৰাশি পৰিবৰ্তনৰ ফলত সমস্ত ৰাশিৰ ওপৰত ভিন্ন ভিন্ন প্ৰভাৱ পৰিব৷ কোনোৱে যদি শাৰীৰিক সমস্যাৰ পৰা মুক্তি লাভ কৰিব কোনোৱে আকৌ চৰকাৰী কামত সাফল্য পাব আৰু কোনোৱে সমাজত সন্মান লাভ কৰিব৷ জানি থওক সূৰ্যই কেতিয়া ৰাশি পৰিবৰ্তন কৰিব আৰু কোন কোন ৰাশিৰ ওপৰত ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিব?
জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্যদেৱে প্ৰতিমাহত ৰাশি পৰিবৰ্তন কৰে৷ বৰ্তমান সূৰ্যদেৱ মিথুন ৰাশিত আছে তাৰপৰা ১৭ জুলাইত কৰ্কট ৰাশিত প্ৰৱেশ কৰিব৷ বন্ধু চন্দ্ৰৰ ৰাশিত সূৰ্যৰ প্ৰৱেশে ৩ ৰাশিৰ ওপৰত ভাল প্ৰভাৱ পেলাব৷

বৃষ ৰাশি

কৰ্কট ৰাশিত সূৰ্যৰ গোচৰে বৃষ ৰাশিৰ ওপৰত ভাল প্ৰভাৱ পেলাব৷ পাৰিবাৰিক বিষয়ত সাফল্য পাব৷ চাকৰি আৰু ব্যৱসায়ত উন্নতি হব৷ উপাৰ্জনৰ নতুন পথ উন্মোচিত হব৷ শাৰীৰিক আৰু মানসিক সমস্যাৰ পৰা মুক্তি পাব৷ আপোনাৰ পত্নীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা থাকিলে সফল হ’ব৷ চাকৰি বিচাৰি ফুৰা ব্যক্তিয়ে এই সময়ত চাকৰি লাভ কৰিব পাৰে৷

কৰ্কট ৰাশি

সূৰ্যই যিহেতু কৰ্কট ৰাশিত প্ৰৱেশ কৰিছে সেয়ে এই ৰাশিৰ জাতকৰ ওপৰ সূৰ্যৰ বিশেষ আশীৰ্বাদ থাকিব৷ চাকৰিত পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে৷ ব্যৱসায়ত বৃহৎ কোনো ঘটনা ঘটিব পাৰে যাৰ পৰা ভাল লাভ পাব আপুনি৷ আপোনাৰ কামত সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব৷ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ থাকিলে এই সময়ত
শিক্ষাৰ্থীসকলৰ সাফল্য লাভৰ সম্ভাৱনা আছে৷ দীৰ্ঘস্থায়ী অসুস্থতাৰ পৰা মুক্তি পাব পাৰে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতক জাতিকাৰ ওপৰত সূৰ্যৰ বিশেষ আশীৰ্বাদ থাকিব৷ ভাগ্যই আপোনাক সম্পূৰ্ণৰূপে সমৰ্থন কৰিব৷ যাৰ কাৰণে অসম্পূৰ্ণ কামসমূহ সম্পন্ন হব৷ জীৱনত সুখ সমৃদ্ধি আৰু সম্পদ বৃদ্ধি পাব৷ বিবাহিত জীৱন সুখৰ হব৷ শ্বেয়াৰ বজাৰত অৰ্থ বিনিয়োগ কৰাটো লাভজনক হব পাৰে৷ সন্তান লাভৰ বাবে ইচ্ছুক দম্পত্তিয়ে সন্তান লাভ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!
জীৱনশৈলী

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

October 3, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

October 3, 2026
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

October 3, 2026
Next Post
আজিৰ পৰা ৪মাহৰ বাবে যোগনিদ্ৰাত যাব বিষ্ণু! দেৱশয়নী একাদশীত ভাগ্য খুলিব কোন কোন ৰাশিৰ?

আজিৰ পৰা ৪মাহৰ বাবে যোগনিদ্ৰাত যাব বিষ্ণু! দেৱশয়নী একাদশীত ভাগ্য খুলিব কোন কোন ৰাশিৰ?

এই ৪ ৰাষ্ট্ৰায়ত্ত বেংকৰ গ্ৰাহকলৈ স্বস্তি, প্ৰয়োজন নাই ন্যূনতম বেলেন্সৰ, ভৰিব নালাগে কোনো জৰিমনা

এই ৪ ৰাষ্ট্ৰায়ত্ত বেংকৰ গ্ৰাহকলৈ স্বস্তি, প্ৰয়োজন নাই ন্যূনতম বেলেন্সৰ, ভৰিব নালাগে কোনো জৰিমনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.