• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৪ ৰাষ্ট্ৰায়ত্ত বেংকৰ গ্ৰাহকলৈ স্বস্তি, প্ৰয়োজন নাই ন্যূনতম বেলেন্সৰ, ভৰিব নালাগে কোনো জৰিমনা

এই ৪ ৰাষ্ট্ৰায়ত্ত বেংকৰ গ্ৰাহকলৈ স্বস্তি, প্ৰয়োজন নাই ন্যূনতম বেলেন্সৰ, ভৰিব নালাগে কোনো জৰিমনা

1 year ago
বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

44 minutes ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

কষ্ট কৰিলেও হাতত ধনৰ অভাৱ? তেন্তে নকৰিব এইবোৰ ভুল!

1 hour ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

EPFO New Rules 2026: PF ৰ ৮ টা ডাঙৰ নিয়ম সলনি, জানক আপোনাৰ বাবে কি কি নতুন নিয়ম আছে

2 hours ago
কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

2 hours ago
পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

3 hours ago
আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

3 hours ago
কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

5 hours ago
স্বাস্থ্যৰ অৱনতি ঘটিছে Sonam Wangchukৰ, NEETৰ প্ৰশ্নকাকত ফাদিলকলৈ কৰিছিল প্ৰতিবাদ

স্বাস্থ্যৰ অৱনতি ঘটিছে Sonam Wangchukৰ, NEETৰ প্ৰশ্নকাকত ফাদিলকলৈ কৰিছিল প্ৰতিবাদ

5 hours ago
কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত

কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত

6 hours ago
আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

8 hours ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

20 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ৪ ৰাষ্ট্ৰায়ত্ত বেংকৰ গ্ৰাহকলৈ স্বস্তি, প্ৰয়োজন নাই ন্যূনতম বেলেন্সৰ, ভৰিব নালাগে কোনো জৰিমনা

এই ৪ ৰাষ্ট্ৰায়ত্ত বেংকৰ গ্ৰাহকলৈ স্বস্তি, প্ৰয়োজন নাই ন্যূনতম বেলেন্সৰ, ভৰিব নালাগে কোনো জৰিমনা

editor by editor
July 6, 2025
in জীৱনশৈলী, বাণিজ্য
0
এই ৪ ৰাষ্ট্ৰায়ত্ত বেংকৰ গ্ৰাহকলৈ স্বস্তি, প্ৰয়োজন নাই ন্যূনতম বেলেন্সৰ, ভৰিব নালাগে কোনো জৰিমনা
0
SHARES
820
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এজন গ্ৰাহকে নিজৰ বেংক একাউণ্টত নূন্যতম বেলেন্স ৰখাটো বাধ্যতামূলক৷ যদি বেংক একাউণ্টত নূন্যতম বেলেন্সতকৈ কম বেলেন্স থাকে তেন্তে গড় মাহিলী বেলেন্স বজায় নৰখাৰ বাবে বেংকে জৰিমনা আৰোপ কৰে৷ জৰিমনা সঞ্চয় একাউণ্টৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰে৷ কিন্তু এতিয়া দেশৰ কেইবাটাও বেংকে গড় মাহিলী বেলেন্স বজাই ৰখাৰ বাধ্যবাধকতা বাতিল কৰিছে৷ বিশেষ ৪টা বেংকে বাতিল কৰিছে নুন্যতম বেলেন্স ৰখাৰ বাধ্যবাধকতা৷ এই পৰিবৰ্তন বেংকিং পৰিসেৱা আৰু সহজ কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি ধাৰণা কৰা হৈছে৷

ইণ্ডিয়ান বেংক

ইণ্ডিয়ান বেংকে সম্প্ৰতি ঘোষণা কৰিছে যে ৭ জুলাইৰ পৰা সমস্ত সঞ্চয় একাউণ্টত ন্যূনতম বেলেন্স প্ৰথা বাতিল কৰা হৈছে৷ গ্ৰাহকৰ ওপৰত আৰ্থিক বোজা কমাবলৈ আৰু সকলোৰে বাবে বেংকিং পৰিসেৱা এক্সেছযোগ্য কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত লোৱা হৈছে৷ এই পদক্ষেপটো বিশেষকৈ সেইসকল গ্ৰাহকৰ বাবে উপকাৰী হ’ব যিসকলো সৰু সৰু লেনদেনৰ বাবে একাউণ্ট ব্যৱহাৰ কৰে৷

ষ্টেট বেংক অফ ইণ্ডিয়া

ষ্টেট বেংক অফ ইণ্ডিয়া ২০২০ চনত সমস্ত সঞ্চয় একাউণ্টৰ পৰা ন্যূনতম বেলেন্স প্ৰথা বাতিল কৰিছে৷ এই নীতিৰ অধীনত গ্ৰাহকৰ বেলেন্সৰ অভাৱৰ বাবেই কোনো জৰিমনা দিব নালাগে৷ SBIৰ এই পদক্ষেপ গ্ৰাহক কেন্দ্ৰীক দৃষ্টিভংগীৰ প্ৰতিফলন, যিয়ে লাখ লাখ একাউণ্টধাৰীক স্বস্তি দিছে৷

কানাড়া বেংক

কানাড়া বেংকে ২০২৫ চনৰ মে মাহত সমস্ত সঞ্চয় একাউণ্ট, যেনে নিয়মিত সঞ্চয় একাউণ্ট, বেতন একাউণ্ট আৰু এন আৰ আই সঞ্চয় একাউণ্টৰ বাবে গড় মাহিলী বেলেন্সৰ প্ৰয়োজনীয়তা শেষৰ ঘোষণা কৰিছিল৷ এই উদ্যোগে গ্ৰাহকৰ মাজত বেংকৰ জনপ্ৰিয়তা আৰু বঢ়াইছে৷ এতিয়া ন্যূনতম বেলেন্সক লৈ চিন্তা নকৰাকৈ গ্ৰাহকে একাউণ্ট ব্যৱহাৰ কৰিব পাৰে৷

পঞ্জাৱ নেশ্ব্যনেল বেংক

পঞ্জাৱ নেশ্ব্যনেল বেংকে সমস্ত সঞ্চয় একাউণ্টত ন্যূনতম গড় বেলেন্সৰ প্ৰয়োজনীয়তা বাতিল কৰিছে৷ পূৰ্বে পি এন বি ন্যূনতম বেলেন্সৰ অভাৱৰ ওপৰত ভিত্তি কৰি জৰিমনা আদায় কৰে৷ এই নতুন সিদ্ধান্তই গ্ৰাহকক স্বস্তি দিবলৈ সক্ষম হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস
জীৱনশৈলী

কষ্ট কৰিলেও হাতত ধনৰ অভাৱ? তেন্তে নকৰিব এইবোৰ ভুল!

July 15, 2026
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!
বাণিজ্য

EPFO New Rules 2026: PF ৰ ৮ টা ডাঙৰ নিয়ম সলনি, জানক আপোনাৰ বাবে কি কি নতুন নিয়ম আছে

July 15, 2026
কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!
জীৱনশৈলী

কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

July 15, 2026
আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল
জীৱনশৈলী

আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

July 15, 2026
Next Post
লাকী বেম্বু আপোনাৰ ঘৰতো আছে নেকি? সঠিক স্থানত নাৰাখিলে বাঢ়িব বিপদ, ঘৰৰ কোন দিশত ৰাখিলে দূৰ হয় অৰ্থকষ্ট?

লাকী বেম্বু আপোনাৰ ঘৰতো আছে নেকি? সঠিক স্থানত নাৰাখিলে বাঢ়িব বিপদ, ঘৰৰ কোন দিশত ৰাখিলে দূৰ হয় অৰ্থকষ্ট?

নিৰ্ধাৰিত সময়ৰ পাছতো মুখ্য ন্যায়াধীশৰ বাসভৱন এৰা নাই চন্দ্ৰচূড়ে! ঘৰ খালী কৰিবলৈ কেন্দ্ৰক চিঠি ছুপ্ৰিম কৰ্টৰ

নিৰ্ধাৰিত সময়ৰ পাছতো মুখ্য ন্যায়াধীশৰ বাসভৱন এৰা নাই চন্দ্ৰচূড়ে! ঘৰ খালী কৰিবলৈ কেন্দ্ৰক চিঠি ছুপ্ৰিম কৰ্টৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.