• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিৰ্ধাৰিত সময়ৰ পাছতো মুখ্য ন্যায়াধীশৰ বাসভৱন এৰা নাই চন্দ্ৰচূড়ে! ঘৰ খালী কৰিবলৈ কেন্দ্ৰক চিঠি ছুপ্ৰিম কৰ্টৰ

নিৰ্ধাৰিত সময়ৰ পাছতো মুখ্য ন্যায়াধীশৰ বাসভৱন এৰা নাই চন্দ্ৰচূড়ে! ঘৰ খালী কৰিবলৈ কেন্দ্ৰক চিঠি ছুপ্ৰিম কৰ্টৰ

1 year ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

1 hour ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

2 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

3 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

3 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

3 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

4 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

4 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

5 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

7 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

7 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

8 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিৰ্ধাৰিত সময়ৰ পাছতো মুখ্য ন্যায়াধীশৰ বাসভৱন এৰা নাই চন্দ্ৰচূড়ে! ঘৰ খালী কৰিবলৈ কেন্দ্ৰক চিঠি ছুপ্ৰিম কৰ্টৰ

নিৰ্ধাৰিত সময়ৰ পাছতো মুখ্য ন্যায়াধীশৰ বাসভৱন এৰা নাই চন্দ্ৰচূড়ে! ঘৰ খালী কৰিবলৈ কেন্দ্ৰক চিঠি ছুপ্ৰিম কৰ্টৰ

editor by editor
July 6, 2025
in জীৱনশৈলী
0
নিৰ্ধাৰিত সময়ৰ পাছতো মুখ্য ন্যায়াধীশৰ বাসভৱন এৰা নাই চন্দ্ৰচূড়ে! ঘৰ খালী কৰিবলৈ কেন্দ্ৰক চিঠি ছুপ্ৰিম কৰ্টৰ
0
SHARES
399
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিৰ্ধাৰিত সময়ৰ পাছতো চৰকাৰী বাসভৱন এৰা নাই দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে৷ ঘৰ খালী কৰাৰ আৰ্জি জনাই কেন্দ্ৰলৈ চিঠি লিখিছে ছুপ্ৰিম কৰ্টে৷ কেন্দ্ৰৰ আৱাসন আৰু নগৰোন্নয়ন মন্ত্ৰণালয়লৈ পঠিওৱা চিঠিত জৰুৰী ভিত্তিত ঘৰ খালি কৰাৰ আৰ্জি জনোৱা হৈছে৷

দিল্লীৰ ৫ নম্বৰ কৃষ্ণ মেনন মাৰ্গত টাইপ এইট বাংলোটি দেশৰ মুখ্য ন্যায়াধীশৰ বাবে সংৰক্ষিত৷ ন্যায়াধীশ চন্দ্ৰচূড়ৰ দুই উত্তৰসূৰী, প্ৰাক্তন ন্যায়াধীশ সঞ্জীৱ খান্না আৰু বৰ্তমানৰ মুখ্য ন্যায়াধীশ বি আৰ গাৱাই এই বাসভৱনত নাথাকে৷ তেওঁলোকে তেওঁলোকৰ পুৰণি বাংলোতেই আছে৷ ২০২৪ চনৰ নৱেম্বৰ মাহত মুখ্য ন্যায়াধীশ পদত থাকি অৱসৰগ্ৰহণ কৰিছে ন্যায়াধীশ চন্দ্ৰচূড়ে৷ তাৰপিছতো মুখ্য ন্যায়াধীশৰ বাবে নিৰ্দিষ্ট সেই চৰকাৰী বাসভৱনতেই তেওঁ আছে৷

ছুপ্ৰিম কৰ্টৰ তৰফৰ পৰা পঠিওৱা চিঠিত কোৱা হৈছে ডিচেম্বৰ মাহত দেশৰ তদানীন্তৰ মুখ্য ন্যায়াধীশ খান্নাক চিঠি লিখি ৩০ এপ্ৰিল পৰ্যন্ত কৃষ্ণ মেনন মাৰ্গৰ বাসভৱনত থকাৰ অনুমতি বিচাৰিছিল ন্যায়াধীশ চন্দ্ৰচূড়ে৷ তেওঁ জনাইছিল যে তেওঁৰ বাবে তুঘলক ৰোডৰ ১৪ নম্বৰ বাংলোটি নিৰ্ধাৰিত কৰা হ’লেও দিল্লীৰ প্ৰদূষণ সংক্ৰান্তিয় বিধিনিষেধৰ বাবে সেই ভৱনৰ মেৰামতিৰ কাম থমকি ৰৈছে৷ আৱাসন আৰু নগৰোন্নয়ন মন্ত্ৰণালয়ে জনাইছিল যে প্ৰতি মাহত ৫৪৩০ টকা ভাড়া দি তাতেই থাকিব পাৰিব চন্দ্ৰচূড়৷ তাৰপিছতো প্ৰধান ন্যায়াধীশ খান্নাৰ ওচৰত ৩১ মে পৰ্যন্ত সেই বাংলোত থকাৰ বাবে মৌখিক আৰ্জি জনাই প্ৰাক্তন ন্যায়াধীশ চন্দ্ৰচূড়ে৷ সেই সময়সীমাও ইতিমধ্যে পাৰ হৈছে৷

ছুপ্ৰিম কৰ্টৰ ৰুল ৩বি বিধি অনুসৰি অৱসৰগ্ৰহণৰ পাছত কোনো ন্যায়াধীশ টাইপ ছেভেন পৰ্যায়ৰ বাংলোত ছমাহ পৰ্যন্ত থাকিব পাৰে৷ কিন্তু ন্যায়াধীশ চন্দ্ৰচূড় বৰ্তমান আৰু উন্নত টাইপ এইট বাংলোত আছে৷ সেয়া এৰাৰো ছমাহ সময়সীমা উকলি গৈছে৷ প্ৰাক্তন ন্যায়াধীশ চন্দ্ৰচূড়ে জনাইছে যে তেওঁৰ দুই কন্যাই ৰোগীয়া৷ দিল্লী এইমছত তেওঁলোকৰ চিকিৎসাৰ বাবেই তেওঁ বাংলোটো এৰি দিয়া নাই৷ এই বিষয় সন্দৰ্ভত ছুপ্ৰিম কৰ্কটৰ মুখ্য ন্যায়াধীশক পূৰ্বেই জনোৱা বুলিও দাবী কৰিছে চন্দ্ৰচূড়ে৷ তেওঁ কয়, ‘চৰকাৰৰ তৰফৰ পৰা ভাড়াঘৰ আমি থকাৰ বাবে বন্দোবস্ত কৰা হৈছে৷ কিন্তু ঘৰটোৰ মেৰামতিৰ কাম চলি আছে৷ কাৰণ সেয়া দুবছৰ বন্ধ আছিল৷ মই ছুপ্ৰিম কৰ্টত বিষয়টো জনাইছো আৰু স্পষ্টকৈ কৈছো যে ঘৰটো বসবাসযোগ্য হলেই আমি সেই ঘৰলৈ গুচি যাম৷’

উল্লেখ কৰা প্ৰয়োজন যে বহু ক্ষেত্ৰতেই প্ৰাক্তন মুখ্য ন্যায়াধীশ কিংবা ন্যায়াধীশৰ চৰকাৰী বাংলোত থকাৰ ম্যাদ বৃদ্ধি কৰিব পাৰি৷ কোনো চৰকাৰী বাসভৱন খালী কৰিবলৈ মুখ্য ন্যায়াধীশক অনুৰোধ কৰাৰ বাবে ছুপ্ৰিম কৰ্টে কেন্দ্ৰক চিঠি দিছে এনে উদাহৰণ খুবেই বিৰল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!
জীৱনশৈলী

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

October 3, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

October 3, 2026
কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

October 3, 2026
ছবিখন AI ৰ সৌজন্যত।
জীৱনশৈলী

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

October 3, 2026
Next Post
নতুন দলঃ মাৰ্কিন দ্বিদলীয় ব্যৱস্থাত নিৰ্বাচন খেলিব পাৰিবনে ইলন মাস্কে? তৃতীয় দলৰ বাবে কি কি নিয়ম? মাস্কৰ সন্মুখত ৬টা ডাঙৰ চেলেঞ্জ কি কি?

নতুন দলঃ মাৰ্কিন দ্বিদলীয় ব্যৱস্থাত নিৰ্বাচন খেলিব পাৰিবনে ইলন মাস্কে? তৃতীয় দলৰ বাবে কি কি নিয়ম? মাস্কৰ সন্মুখত ৬টা ডাঙৰ চেলেঞ্জ কি কি?

নিজৰ বৃক্ক দান কৰি স্বামীৰ প্ৰাণ ৰক্ষা কৰিলে পত্নীয়ে, সুস্থ হোৱাৰ পাছতেই পৰকীয়াত মত্ত স্বামী, ঘৰৰ পৰা ওলিয়াই দিলে পত্নীক, তাৰপিছত

নিজৰ বৃক্ক দান কৰি স্বামীৰ প্ৰাণ ৰক্ষা কৰিলে পত্নীয়ে, সুস্থ হোৱাৰ পাছতেই পৰকীয়াত মত্ত স্বামী, ঘৰৰ পৰা ওলিয়াই দিলে পত্নীক, তাৰপিছত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.