• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজৰ বৃক্ক দান কৰি স্বামীৰ প্ৰাণ ৰক্ষা কৰিলে পত্নীয়ে, সুস্থ হোৱাৰ পাছতেই পৰকীয়াত মত্ত স্বামী, ঘৰৰ পৰা ওলিয়াই দিলে পত্নীক, তাৰপিছত

নিজৰ বৃক্ক দান কৰি স্বামীৰ প্ৰাণ ৰক্ষা কৰিলে পত্নীয়ে, সুস্থ হোৱাৰ পাছতেই পৰকীয়াত মত্ত স্বামী, ঘৰৰ পৰা ওলিয়াই দিলে পত্নীক, তাৰপিছত

1 year ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

8 hours ago
১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

8 hours ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

9 hours ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

9 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

10 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

10 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

11 hours ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

11 hours ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

12 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

12 hours ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

13 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিজৰ বৃক্ক দান কৰি স্বামীৰ প্ৰাণ ৰক্ষা কৰিলে পত্নীয়ে, সুস্থ হোৱাৰ পাছতেই পৰকীয়াত মত্ত স্বামী, ঘৰৰ পৰা ওলিয়াই দিলে পত্নীক, তাৰপিছত

নিজৰ বৃক্ক দান কৰি স্বামীৰ প্ৰাণ ৰক্ষা কৰিলে পত্নীয়ে, সুস্থ হোৱাৰ পাছতেই পৰকীয়াত মত্ত স্বামী, ঘৰৰ পৰা ওলিয়াই দিলে পত্নীক, তাৰপিছত

editor by editor
July 6, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
নিজৰ বৃক্ক দান কৰি স্বামীৰ প্ৰাণ ৰক্ষা কৰিলে পত্নীয়ে, সুস্থ হোৱাৰ পাছতেই পৰকীয়াত মত্ত স্বামী, ঘৰৰ পৰা ওলিয়াই দিলে পত্নীক, তাৰপিছত
0
SHARES
629
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোৱা হয়, ভালপোৱাই মানুহক অন্ধ কৰি দিয়ে৷ সেই ভালপোনাৰ বাবেই এগৰাকী মহিলাৰ সৈতে ঘটিল ভয়ংকৰ ঘটনা৷ ভালপোৱা প্ৰেমিক স্বামীয়েই পত্নী ছাহেদিনা টুনিৰ সৈতে কৰিছে এই কাণ্ড৷ স্বামীৰ জীৱন ৰক্ষা কৰিবলৈ টুনিয়ে তেওঁৰ নিজৰ এটা কি়ডনি দান কৰিছিল৷ কিন্তু কৃতজ্ঞতাতো দূৰৈৰে কথা, স্বামীয়ে টুনিৰ এই মহান কামৰ প্ৰতিদানত তেওঁক নিৰ্যাতন চলোৱাতে শান্ত নাথাকি প্ৰতাৰণাও কৰিছে বুলি অভিযোগ আনিছে টুনিয়ে৷

এই ঘটনা ছাভাৰৰ কলমা এলেকাৰ৷ টুনিয়ে স্বামী তাৰেকৰ বিৰুদ্ধে এক গাৰ্হস্থ্য হিংসাৰ গোচৰ কৰাৰ পাছতেই প্ৰকাশিত হৈছে সমগ্ৰ বিষয়৷ অভিযোগকাৰীৰ দাবী, তেওঁ যেতিয়া কলেজত পঢ়ি আছিল তেতিয়াই মালয়েচিয়াত কৰ্মৰত যুৱক তাৰেকৰ সৈতে বিবাহত বহে৷ ২০০৬ চনত তেওঁলোক বিবাহপাশত আৱদ্ধ হৈছিল৷ বিবাহৰ এবছৰ পাছত তেওঁলোকৰ এটা পুত্ৰসন্তানৰো জন্ম হয়৷ ২০০৮ চনৰ মাজভাগত তাৰেক গুৰুতৰভাৱে অসুস্থ হৈ পৰে৷ চিকিৎসকে জনাই যে তেওঁৰ দুটা কিডনিয়েই প্ৰায় বিকল হৈ পৰিছে৷

টুনিয়ে তেওঁৰ স্বামীৰ জীৱন ৰক্ষাৰ বাবে ভেলোৰলৈ লৈ যোৱাৰ সিদ্ধান্ত নহয়৷ এসপ্তাহৰ ভিতৰতেই তামিলনাডুৰ বিখ্যাত চিএমছিএইছলৈ যায় দম্পতি৷ তাতেই চিকিৎসকে দেখে যে তাৰেকৰ কিডনিয়ে মাত্ৰ ২৪শতাংশহে কাম কৰিছে৷ এই অৱস্থাত তেওঁৰ আয়ুস খুবেই কম৷ তেওঁ সুস্থ হোৱাৰ একমাত্ৰ উপায় হৈছে কিডনি সংৰোপন কৰা৷

এই খবৰ শুনাৰ পাছতেই সৰগ ভাঙি পৰে তেওঁলোকৰ ওপৰত৷ কিডনি সংৰোপনৰ বাবে তেওঁলোকৰ হাতত পৰ্যাপ্ত ধন নাছিল৷ সেয়ে পুনৰ ঢাকালৈ উভতি গৈ টুনিয়ে ঘৰতেই এখন বিউটি পাৰ্লাৰ খোলে৷ তাৰপৰা কিছুদিনৰ ভিতৰত ৪০,০০০ টকাৰ পৰা ৫০,০০০ টকা আয় কৰে৷ সঞ্চয় আৰু বিবাহৰ গহনা বিক্ৰিৰ ধন মিলাই ২০১৯ চনৰ আৰম্ভণিতেই তাৰেকৰ কিডনি সংৰোপন কৰোৱাই পত্নী টুনীয়ে৷ এই সংৰোপনৰ বাবে তেওঁ নিজৰ কিডনিয়েই দান কৰে৷ ২০১৯ চনক ২৬ অক্টোবৰত দিল্লীৰ এপল হাস্পতালত কিডনি প্ৰতিস্থাপন সফল হয়৷

কিন্তু সুস্থ হৈ ওঠাৰ পাছতেই সলনি হৈ পৰে তাৰেকৰ আচৰণ৷ টুনিৰ অভিযোগ যে, এগৰাকী বিবাহবিচ্ছেদিত মহিলাৰ সৈতে পৰকীয়া সম্পৰ্কত সোমাই পৰিছে তেওঁৰ স্বামী৷ প্ৰথমে বিষয়টো গোপনে থাকিলেও পাছলৈ প্ৰকাশ্যে নিজৰ প্ৰেমিকাৰ সৈতে থাকিবলৈ আৰম্ভ কৰে তাৰেক৷ ইয়াৰপাছতেই টুনিৰ ওপৰত আৰম্ভ হয় নিৰ্যাতন৷ অভিযোগ অনুসৰি পত্নী টুনিক মাৰধৰ কৰি ঘৰৰ পৰাও বাহিৰ কৰি দিছে তাৰেকে৷ তাৰবাবে টুনিয়ে এতিয়া সমগ্ৰ ঘটনাক লৈ আৰক্ষীৰ কাষ চাপিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ
জীৱনশৈলী

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

September 12, 2026
১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ
জীৱনশৈলী

১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

September 12, 2026
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?
বিনোদন

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

September 12, 2026
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!
বাণিজ্য

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

September 12, 2026
Next Post
ক্ৰিকেট কেৰিয়াৰ সামৰি এইবাৰ চিনেমা জগতত এইগৰাকী জনপ্ৰিয় ক্ৰিকেটাৰ, তামিল চিনেমাত ডেব্যু

ক্ৰিকেট কেৰিয়াৰ সামৰি এইবাৰ চিনেমা জগতত এইগৰাকী জনপ্ৰিয় ক্ৰিকেটাৰ, তামিল চিনেমাত ডেব্যু

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ, পেঞ্চন পৰিকল্পনাৰ পৰিৱৰ্তন

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ, পেঞ্চন পৰিকল্পনাৰ পৰিৱৰ্তন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.