• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ, পেঞ্চন পৰিকল্পনাৰ পৰিৱৰ্তন

11 months ago
ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা! ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!

12 hours ago
২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী

১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?

এইকেইটা কাৰণতে বন্ধ্যাত্বৰ চিকাৰ হয় পুৰুষ, বন্ধ্যাত্বৰ কাৰণ কি কি জানি থওক

13 hours ago
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

লক্ষ্মীবাৰে ভাগ্যৰ সহায় পাব, অৰ্থলাভৰ যোগ আছে ৫ৰাশিৰ

14 hours ago
জোঁট বান্ধিব চন্দ্ৰ-সূৰ্যই, আৰ্থিক ক্ষতিৰ পৰা প্ৰেমত বাধা, মহাবিপদত এই ৪ৰাশি

আশ্ৰমলৈ মাতি ধৰ্মৰ পথ দেখুৱাই, তাৰপিছতেই গাখীৰত বিশেষ দ্ৰব্য মিহলাই অচেতন কৰে যুৱতীক, যুৱতীৰ সৈতে বাৰে বাৰে কৰে এই ঘৃণনীয় কাম, অৱশেষত গ্ৰেপ্তাৰ হোৱা IIT বাবাৰ সবিশেষ কাণ্ড জানি থওক

16 hours ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?

17 hours ago
আগন্তুক সপ্তাহত পুষ্য নক্ষত্ৰত শুক্ৰ, সন্মুখত বিপদ, সাৱধানে থাকিব এই ৫ৰাশি

৮জুনৰ পৰাই ভাল সময়, সাফল্য লাভৰ ডাঙৰ সুযোগ আহিছে এইকেইটা ৰাশিৰ সন্মুখত

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ, পেঞ্চন পৰিকল্পনাৰ পৰিৱৰ্তন

editor by editor
July 6, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ, পেঞ্চন পৰিকল্পনাৰ পৰিৱৰ্তন
0
SHARES
4.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ, পেঞ্চন পৰিকল্পনাৰ পৰিৱৰ্তন

কেন্দ্ৰীয় কৰ্মচাৰীৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে লৈছে এটা ডাঙৰ সিদ্ধান্ত। এতিয়া ইউনিফাইড পেঞ্চন আঁচনি (ইউপিএছ) বাছি লোৱা কৰ্মচাৰীসকলেও একেখিনি কৰ সুবিধা লাভ কৰিব যিবোৰ এতিয়ালৈকে কেৱল এনপিএছৰ অধীনতহে উপলব্ধ আছিল।

এতিয়া চৰকাৰে এই বিকল্প বাছনি কৰাৰ সময়সীমা ৩০ জুনৰ পৰা ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে। বৰ্তমানৰ কৰ্মচাৰীৰ লগতে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু মৃত পেঞ্চনাৰৰ পত্নীকো এই সময় বৃদ্ধি কৰা হৈছে। বিত্ত মন্ত্ৰালয়ৰ এই পদক্ষেপে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি আৰু অধিক উন্নত কৰি তুলিব।

উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক সেৱাত যোগদান কৰাসকলৰ বাবে এন পি এছৰ অধীনত বিকল্প হিচাপে ইউনিফাইড পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰা হৈছিল। ইউ পি এছৰ অধীনত কৰ্মচাৰীজনৰ মৌলিক দৰমহা আৰু ডিয়াৰনেছ এলাৱেন্সৰ ১৮.৫% কেন্দ্ৰীয় চৰকাৰে বৰঙণি আগবঢ়ায়।

একে সময়তে কৰ্মচাৰীজনে ১০% বৰঙণি আগবঢ়াব লাগিব। এই আঁচনিৰ উদ্দেশ্য হৈছে চৰকাৰী কৰ্মচাৰীসকলক অৱসৰৰ পিছত নিশ্চিত পেঞ্চন প্ৰদান কৰা। যিটো এন পি এছতকৈ অধিক সুস্থিৰ আৰু পৰম্পৰাগত লাভভিত্তিক বুলি গণ্য কৰা হয়।

বৰ্তমান এন পি এছৰ অধীনত সামৰি লোৱা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক ইউ পি এছলৈ যোৱাৰ এককালীন বিকল্প দিয়া হৈছে। কিন্তু এই বিকল্প বাধ্যতামূলক নহয় বৰঞ্চ স্বেচ্ছামূলক।

বিত্ত মন্ত্ৰালয়ৰ মতে, ইউ পি এছ বাছি লোৱা কৰ্মচাৰীসকলে এতিয়া টিডিএছ ৰেহাই আৰু অন্যান্য সকলো কৰ সুবিধাও লাভ কৰিব যিবোৰ এতিয়ালৈকে কেৱল এনপিএছৰ অধীনতহে দিয়া হৈছিল। এই সিদ্ধান্তই দুয়োখন পেঞ্চন আঁচনিৰ মাজত সমতা স্থাপন কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Central JobIndian GovernmentMinistry Of Finance
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা! ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!
বিজ্ঞান

June 3, 2026
২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী
জীৱনশৈলী

২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী

June 3, 2026
১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?
ক্ৰীড়া

১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?

June 3, 2026
এইকেইটা কাৰণতে বন্ধ্যাত্বৰ চিকাৰ হয় পুৰুষ, বন্ধ্যাত্বৰ কাৰণ কি কি জানি থওক
জীৱনশৈলী

এইকেইটা কাৰণতে বন্ধ্যাত্বৰ চিকাৰ হয় পুৰুষ, বন্ধ্যাত্বৰ কাৰণ কি কি জানি থওক

June 3, 2026
Next Post
৩১ জুলাইৰ পূৰ্বে কাৰ কেৰিয়াৰে গতি লাভ কৰিব আৰু কাৰ লোকচান হ’ব

ভাৰতীয় দলত কেতিয়া স্থান পাব বৈভৱে, ৰবি শাস্ত্ৰীয়ে দিলে ইংগিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন