• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় দলত কেতিয়া স্থান পাব বৈভৱে, ৰবি শাস্ত্ৰীয়ে দিলে ইংগিত

5 months ago
কি ভিটামিন বেছি খালে কিডনি নষ্ট হ’ব পাৰে? কিডনি ফেইলাৰৰ পৰা ৰক্ষা পাবলৈ কি কৰিব?

9 hours ago
বাৰে বাৰে চেষ্টা কৰিও পিতৃ-মাতৃ হ’ব পৰা নাই? IVF ৰ পূৰ্বে এই বিশেষ কামসমূহত মন দিয়ক দ্ৰুতভাৱে পাব সুখবৰ

এগৰাকী মহিলাৰ অভিশাপতেই শেষ হৈছিল শ্ৰী কৃষ্ণ আৰু যদুবংশ, কিমান বছৰ বয়সত দেহত্যাগ কৰিছিল শ্ৰীকৃষ্ণই?

10 hours ago
কাইলৈৰ ৰাশিফলঃ ৰবি যোগৰ সৈতে বৈধৃতি যোগ, সিদ্ধিদাতাৰ কৃপাত সুখৰ দিন ৫ৰাশিৰ

চিকিৎসকে গৰ্ভধাৰণৰ ক্ষমতা নাই কৈছিল, চিকিৎসকৰ বাণী কেনেকৈ মিছা প্ৰমাণিত কৰিলে নীতা আম্বানীয়ে?

11 hours ago
গণেশৰ প্ৰিয় এই ৩ৰাশি, টকাৰ গাদীত শুব পৰাকৈ সুখ দিয়ে গণেশে, য’তেই হাত দিয়ে সেয়াই সোণ হৈ পৰে

12 hours ago
মঙ্গলৰ গোচৰত বেয়া সময় এই ৫ৰাশিৰ, যিকোনো কামতেই ভাৱিচিন্তি আগবাঢ়ক, অন্যথা বিপদ আপোনাৰেই

13 hours ago
পুৱাই গৰম চাহ নাখালে টোপনি নাভাঙে? খালী পেটত চাহ খোৱাটো স্বাস্থ্যকৰ নে? কি কি সমস্যা বাঢ়িব পাৰে?

14 hours ago
ধনু ৰাশিলৈ আহিব সূৰ্য, ডিচেম্বৰৰ ভিতৰত মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

15 hours ago
কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগ, হনুমানৰ আশীৰ্বাদত উপকৃত হ’ব এই ৫ৰাশি

1 day ago
২০২৬ত অৰ্থহানি নিশ্চিত, ৰাহুৰ ডাবল গোচৰে ৩ ৰাশিক পথলৈ আনিব

৫ লাখতকৈ বেছি ৱাকফ সম্পত্তি নথিভুক্ত হৈছে কেন্দ্ৰৰ পোৰ্টেলত, সকলোতকৈ বেছি সম্পত্তি কোন ৰাজ্যৰ?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 10, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভাৰতীয় দলত কেতিয়া স্থান পাব বৈভৱে, ৰবি শাস্ত্ৰীয়ে দিলে ইংগিত

editor by editor
July 6, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
ভাৰতীয় দলত কেতিয়া স্থান পাব বৈভৱে, ৰবি শাস্ত্ৰীয়ে দিলে ইংগিত
0
SHARES
418
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় দলত কেতিয়া স্থান পাব বৈভৱে, ৰবি শাস্ত্ৰীয়ে দিলে ইংগিত

১৪ বছৰীয়া বৈভৱ গুণগান ক্ৰিকেট জগতত এতিয়া সকলোফালে। অনুৰাগীৰ মনতো এটাই প্ৰশ্ন ভাৰতীয় জাতীয় দলত কেতিয়া স্থান পাব বৈভৱে। ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা ১৯ অনুৰ্ধ খেলত ভাৰতৰ হৈ মাত্ৰ ৫২টা বলত শতক অৰ্জন কৰি বিশেষ ভাৱে চৰ্চিত বৈভৱ।

বৈভৱে ৭৮টা বলত ১৪৩ ৰানৰ ইনিংছ খেলে। এই ইনিংছত বৈভৱে ১০টা ছয় আৰু ১৩টা চাৰি কোবাই। বৈভৱৰ অগ্নিময় ইনিংছ দেখি ৰবি শাস্ত্ৰীয়ে ক্ৰিকেট কেৰিয়াৰৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিছে, লগতে এই ১৪ বছৰীয়া বেটছমেনে কেতিয়া ভাৰতীয় দলত অভিষেক ঘটাব পাৰিব সেই বিষয়েও কৈছে।

বৈভৱৰ সন্দৰ্ভত প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে কয় যে, অহা কেইবছৰমানৰ ভিতৰত জাতীয় দলত স্থান লাভ কৰিবলৈ সূৰ্য্যবংশীয়ে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত আয়ত্ত কৰাটোহে প্ৰয়োজন, তাৰ পিছত তেওঁ ভাৰতীয় জাতীয় দলৰ অংশ হ’ব।

উল্লেখ্য যে, আই পি এল ২০২৫ৰ পৰা লাইমলাইটলৈ আহিছিল বৈভৱ সূৰ্যবংশী। ৰাজস্থান ৰয়েলছৰ হৈ খেলি থকাৰ সময়তে টি-২০ৰ ইতিহাসত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছিল বৈভৱ। একে সময়তে আই পি এলৰ ইতিহাসত সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰা খেলুৱৈসকলৰ ভিতৰত ক্ৰীছ গেইলৰ পিছতে দ্বিতীয় স্থানত আছে বৈভৱৰ নাম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Baibhab SuryabanchicricketIndian Cricket Team
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি ভিটামিন বেছি খালে কিডনি নষ্ট হ’ব পাৰে? কিডনি ফেইলাৰৰ পৰা ৰক্ষা পাবলৈ কি কৰিব?
জীৱনশৈলী

December 9, 2025
বাৰে বাৰে চেষ্টা কৰিও পিতৃ-মাতৃ হ’ব পৰা নাই? IVF ৰ পূৰ্বে এই বিশেষ কামসমূহত মন দিয়ক দ্ৰুতভাৱে পাব সুখবৰ
জীৱনশৈলী

বাৰে বাৰে চেষ্টা কৰিও পিতৃ-মাতৃ হ’ব পৰা নাই? IVF ৰ পূৰ্বে এই বিশেষ কামসমূহত মন দিয়ক দ্ৰুতভাৱে পাব সুখবৰ

December 9, 2025
এগৰাকী মহিলাৰ অভিশাপতেই শেষ হৈছিল শ্ৰী কৃষ্ণ আৰু যদুবংশ, কিমান বছৰ বয়সত দেহত্যাগ কৰিছিল শ্ৰীকৃষ্ণই?
জীৱনশৈলী

এগৰাকী মহিলাৰ অভিশাপতেই শেষ হৈছিল শ্ৰী কৃষ্ণ আৰু যদুবংশ, কিমান বছৰ বয়সত দেহত্যাগ কৰিছিল শ্ৰীকৃষ্ণই?

December 9, 2025
কাইলৈৰ ৰাশিফলঃ ৰবি যোগৰ সৈতে বৈধৃতি যোগ, সিদ্ধিদাতাৰ কৃপাত সুখৰ দিন ৫ৰাশিৰ
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰবি যোগৰ সৈতে বৈধৃতি যোগ, সিদ্ধিদাতাৰ কৃপাত সুখৰ দিন ৫ৰাশিৰ

December 9, 2025
Next Post
চন্দ্ৰৰ বৃশ্চিক ৰাশিত প্ৰৱেশ, আৰম্ভ হ’ল ৫ ৰাশিৰ শুভ দিন

চন্দ্ৰৰ বৃশ্চিক ৰাশিত প্ৰৱেশ, আৰম্ভ হ'ল ৫ ৰাশিৰ শুভ দিন

১৪ বছৰ বয়সতে মডেল, পাছলৈ জনপ্ৰিয় অভিনেত্ৰী, ছলমান-ৰনবীৰৰ সৈতে সম্পৰ্ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন