• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৪ বছৰ বয়সতে মডেল, পাছলৈ জনপ্ৰিয় অভিনেত্ৰী, ছলমান-ৰনবীৰৰ সৈতে সম্পৰ্ক

১৪ বছৰ বয়সতে মডেল, পাছলৈ জনপ্ৰিয় অভিনেত্ৰী, ছলমান-ৰনবীৰৰ সৈতে সম্পৰ্ক

5 months ago
ডিচেম্বৰত ভয়ংকৰ শক্তি বাঢ়িব সূৰ্যৰ, বছৰৰ শেষ ৪ ৰাশিয়ে পাব চৰকাৰী চাকৰি

ডিচেম্বৰত ভয়ংকৰ শক্তি বাঢ়িব সূৰ্যৰ, বছৰৰ শেষ ৪ ৰাশিয়ে পাব চৰকাৰী চাকৰি

11 hours ago
দিল্লী-মস্কোৰ বৈঠক বিশ্ববাসীৰ বাবে হ’ব নতুনৰ বাৰ্তা

দিল্লী-মস্কোৰ বৈঠক বিশ্ববাসীৰ বাবে হ’ব নতুনৰ বাৰ্তা

13 hours ago
নতুন বছৰত ৩ ৰাশিত ধন ৰাজযোগ তৈয়াৰ কৰিব শনিদেৱে, মালামাল হ’ব কোন কোন ৰাশি?

নতুন বছৰত ৩ ৰাশিত ধন ৰাজযোগ তৈয়াৰ কৰিব শনিদেৱে, মালামাল হ’ব কোন কোন ৰাশি?

14 hours ago
আজিৰ পৰাই আৰম্ভ, বছৰৰ প্ৰথমেই আদিত্য মঙ্গল ৰাজযোগ, উজলি উঠিব ৪ৰাশি

আজিৰ পৰাই আৰম্ভ, বছৰৰ প্ৰথমেই আদিত্য মঙ্গল ৰাজযোগ, উজলি উঠিব ৪ৰাশি

14 hours ago
গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

16 hours ago
বানত ভাঁহিছিল মঙ্গলো! কিমান দিনলৈকে প্ৰাণ আছিল পৃথিৱীৰ চুবুৰীয়া গ্ৰহ মঙ্গলত? নিশ্চিহ্ন হ’ল কেতিয়া? কি কৈছে নতুন গৱেষণাই?

বানত ভাঁহিছিল মঙ্গলো! কিমান দিনলৈকে প্ৰাণ আছিল পৃথিৱীৰ চুবুৰীয়া গ্ৰহ মঙ্গলত? নিশ্চিহ্ন হ’ল কেতিয়া? কি কৈছে নতুন গৱেষণাই?

16 hours ago
৫লাখ টকাত ক্ৰয় কৰিব খুজিছিল চাৰ্কাছ দলে, তিনি ফুটৰ গণেশ এতিয়া MBBS ডাক্তৰ! ৭২শতাংশ শাৰীৰিক অক্ষমতাৰে কেনেকৈ চিকিৎসক হ’ল গণেশ?

৫লাখ টকাত ক্ৰয় কৰিব খুজিছিল চাৰ্কাছ দলে, তিনি ফুটৰ গণেশ এতিয়া MBBS ডাক্তৰ! ৭২শতাংশ শাৰীৰিক অক্ষমতাৰে কেনেকৈ চিকিৎসক হ’ল গণেশ?

17 hours ago
পোষ্ট অফিচৰ এই স্কিমত ৰিটাৰ্ণ ১৭ লাখ, মাত্ৰ ১০০ টকাৰেই আৰম্ভ কৰক বিনিয়োগ

পোষ্ট অফিচৰ এই স্কিমত ৰিটাৰ্ণ ১৭ লাখ, মাত্ৰ ১০০ টকাৰেই আৰম্ভ কৰক বিনিয়োগ

1 day ago
শনিৰ প্ৰভাৱত ধন ৰাজযোগ, ঘটিব বিস্তৰ পৰিবৰ্তন, ধনসুখ পাব এই ৩ৰাশিয়ে

শনিৰ প্ৰভাৱত ধন ৰাজযোগ, ঘটিব বিস্তৰ পৰিবৰ্তন, ধনসুখ পাব এই ৩ৰাশিয়ে

1 day ago
কিমান দূৰত্বৰ বাবে সৰ্বাধিক কিমান টকা? ফ্লাইটৰ দাম বান্ধি দিলে কেন্দ্রই, জানি থওক হিঁচাপ

কিমান দূৰত্বৰ বাবে সৰ্বাধিক কিমান টকা? ফ্লাইটৰ দাম বান্ধি দিলে কেন্দ্রই, জানি থওক হিঁচাপ

1 day ago
এটা দুটা নহয় ৰাছিয়াৰ সৈতে ১৬টা বিশেষ চুক্তিত স্বাক্ষৰ মোদী চৰকাৰৰ! ভাৰতক ৰাছিয়াই দিবলগীয়া অতি শক্তিশালী ‘নিশব্দ ঘাতক’ কি?

এটা দুটা নহয় ৰাছিয়াৰ সৈতে ১৬টা বিশেষ চুক্তিত স্বাক্ষৰ মোদী চৰকাৰৰ! ভাৰতক ৰাছিয়াই দিবলগীয়া অতি শক্তিশালী ‘নিশব্দ ঘাতক’ কি?

2 days ago
ভাৰত-ৰাছিয়াৰ সম্পৰ্কক ভেটা দিয়াৰ অধিকাৰ কাৰো নাই, বিদেশমন্ত্ৰী জয়শংকৰৰ স্পষ্ট মত, পুটিনৰ ভাৰত ভ্ৰমণত ক্ষুদ্ধ নেকি আমেৰিকা?

ভাৰত-ৰাছিয়াৰ সম্পৰ্কক ভেটা দিয়াৰ অধিকাৰ কাৰো নাই, বিদেশমন্ত্ৰী জয়শংকৰৰ স্পষ্ট মত, পুটিনৰ ভাৰত ভ্ৰমণত ক্ষুদ্ধ নেকি আমেৰিকা?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, December 8, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

১৪ বছৰ বয়সতে মডেল, পাছলৈ জনপ্ৰিয় অভিনেত্ৰী, ছলমান-ৰনবীৰৰ সৈতে সম্পৰ্ক

editor by editor
July 6, 2025
in চিনেমা, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
১৪ বছৰ বয়সতে মডেল, পাছলৈ জনপ্ৰিয় অভিনেত্ৰী, ছলমান-ৰনবীৰৰ সৈতে সম্পৰ্ক
0
SHARES
569
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৪ বছৰ বয়সতে মডেল, পাছলৈ জনপ্ৰিয় অভিনেত্ৰী, ছলমান-ৰনবীৰৰ সৈতে সম্পৰ্ক

বলীউডৰ ইতিহাসত অভিনেত্ৰী হোৱাৰ পূৰ্বে প্ৰায় সকলোৱে মডেল হিচাপে নাম গঢ়ে। তেনেই এগৰাকী অভিনেত্ৰীয়ে মাথো ১৪ বছৰ বয়সতে মডেল হিচাপে সফলতা অৰ্জন কৰে। যি পাছলৈ ভাৰতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈ পৰে। বলীউডক দিয়ে বহু কেইখন জনপ্ৰিয় ছবিয়ো।

ডাঙৰ ডাঙৰ ছুপাৰষ্টাৰৰ সৈতে প্ৰেমৰ সম্পৰ্কতো নাম সাঙোৰ খায়। ছলমান খান, ৰনবীৰ কাপুৰ আছিল এটা সময়ত প্ৰেমিক। বৰ্তমানে আন এগৰাকী বলীউড ছুপাৰষ্টাৰৰ পত্নী। সেই মডেল তথা অভিনেত্ৰীগৰাকীয়ে হৈছে- কেটৰিনা কাইফ।

কেটৰিনা কাইফৰ বলীউডত এক সুন্দৰ যাত্ৰা। বিদেশত জন্মগ্ৰহণ কৰা এইগৰাকী সুন্দৰীয়া অতি কম বয়সতে ভাৰতলৈ আহে। প্ৰথমে মডেলিং জগত, তাৰ পিছত বলীউড ব্যস্ত হৈ পৰে।

কেটৰিনাই মাত্ৰ ১৪ বছৰ বয়সৰ পৰাই মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৮৩ চনৰ ১৬ জুলাইত ব্ৰিটিছ হংকঙত জন্মগ্ৰহণ কৰা কেটৰিনা কেতিয়াও স্কুললৈ যোৱা নাছিল। কাৰণ ১৮খন ভিন্ন দেশত কটাবলগা হৈছিল শৈশৱ। যাৰ বাবে কোনোদিনে বিদ্যালয়ৰ মুখ নেদেখিলে কেটৰিনাই।

১৪ বছৰ বয়সত হাৱাইত অনুষ্ঠিত এক সৌন্দৰ্য্য প্ৰতিযোগিতাত খিতাপ দখল কৰাৰ পৰাই আৰম্ভ গৈছিল কেটৰিনাৰ মডেলিং কেৰিয়াৰ।

কেটৰিনাই বহু বছৰ ধৰি মডেলিং কৰিছিল, পিছত ভাৰতলৈ আহি মডেলিঙৰ লগতে সৌন্দৰ্যৰ বাবে চিনেমাত কাম কৰাৰ সুযোগ লাভ কৰে। ২০০৩ চনৰ ‘বুম’ ছবিৰ পৰা আৰম্ভ হৈছিল কেটৰিনাৰ অভিনয় কেৰিয়াৰ, কিন্তু ছবিখন ফ্লপ হৈছিল।

অৱশ্যে অতি সোনকালেই বলীউডত নাম উজলাবলৈ সক্ষম হৈছি কেটৰিনাই। ছালমান খানৰ জৰিয়তে বলীউডত বহু কেইখন ছবি লাভ কৰাৰ লগতে জনপ্ৰিয়তা লাভ কৰিছিল।

ছলমান খান আৰু ৰণবীৰ কাপুৰৰ পিছত ২০১৯ চনত কেটৰিনাৰ জীৱনত প্ৰৱেশ কৰে জনপ্ৰিয় অভিনেতা বিকি কৌশলে। দুয়ো প্ৰায় দুবছৰ ধৰি ডেটিং কৰি, পিছত ২০২১ চনত ৰাজস্থানত ৰজাঘৰীয়া শৈলীত বিবাহপাশত আবদ্ধ হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BollywoodKetrina Keif
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লী-মস্কোৰ বৈঠক বিশ্ববাসীৰ বাবে হ’ব নতুনৰ বাৰ্তা
জীৱনশৈলী

দিল্লী-মস্কোৰ বৈঠক বিশ্ববাসীৰ বাবে হ’ব নতুনৰ বাৰ্তা

December 7, 2025
নতুন বছৰত ৩ ৰাশিত ধন ৰাজযোগ তৈয়াৰ কৰিব শনিদেৱে, মালামাল হ’ব কোন কোন ৰাশি?
জীৱনশৈলী

নতুন বছৰত ৩ ৰাশিত ধন ৰাজযোগ তৈয়াৰ কৰিব শনিদেৱে, মালামাল হ’ব কোন কোন ৰাশি?

December 7, 2025
আজিৰ পৰাই আৰম্ভ, বছৰৰ প্ৰথমেই আদিত্য মঙ্গল ৰাজযোগ, উজলি উঠিব ৪ৰাশি
জীৱনশৈলী

আজিৰ পৰাই আৰম্ভ, বছৰৰ প্ৰথমেই আদিত্য মঙ্গল ৰাজযোগ, উজলি উঠিব ৪ৰাশি

December 7, 2025
গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?
জীৱনশৈলী

গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

December 7, 2025
Next Post
১টা ২টা নহয়, একেলগে ৩টা বিশ্ব অভিলেখৰ গৰাকী শুভমন গিল

১টা ২টা নহয়, একেলগে ৩টা বিশ্ব অভিলেখৰ গৰাকী শুভমন গিল

বাংলো খালী কৰাত কিয় পলম হৈছে প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ, দৰ্শালে কাৰণ

বাংলো খালী কৰাত কিয় পলম হৈছে প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ, দৰ্শালে কাৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.