• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাজেয়াপ্ত কোটি কোটি টকা লৈ উধাও আৰক্ষী অধীক্ষক, বাজেয়াপ্ত ধনেৰে ফুৰিলে গোৱা, মানালি, কাশ্মীৰ, কেনেকৈ আৰক্ষীৰ চকুত ধৰা পৰিল ধৃত আৰক্ষী অধীক্ষক?

বাজেয়াপ্ত কোটি কোটি টকা লৈ উধাও আৰক্ষী অধীক্ষক, বাজেয়াপ্ত ধনেৰে ফুৰিলে গোৱা, মানালি, কাশ্মীৰ, কেনেকৈ আৰক্ষীৰ চকুত ধৰা পৰিল ধৃত আৰক্ষী অধীক্ষক?

1 year ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

52 minutes ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

1 hour ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

1 hour ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

2 hours ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

2 hours ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

3 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

3 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

4 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

5 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

6 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

7 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাজেয়াপ্ত কোটি কোটি টকা লৈ উধাও আৰক্ষী অধীক্ষক, বাজেয়াপ্ত ধনেৰে ফুৰিলে গোৱা, মানালি, কাশ্মীৰ, কেনেকৈ আৰক্ষীৰ চকুত ধৰা পৰিল ধৃত আৰক্ষী অধীক্ষক?

বাজেয়াপ্ত কোটি কোটি টকা লৈ উধাও আৰক্ষী অধীক্ষক, বাজেয়াপ্ত ধনেৰে ফুৰিলে গোৱা, মানালি, কাশ্মীৰ, কেনেকৈ আৰক্ষীৰ চকুত ধৰা পৰিল ধৃত আৰক্ষী অধীক্ষক?

editor by editor
July 23, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বাজেয়াপ্ত কোটি কোটি টকা লৈ উধাও আৰক্ষী অধীক্ষক, বাজেয়াপ্ত ধনেৰে ফুৰিলে গোৱা, মানালি, কাশ্মীৰ, কেনেকৈ আৰক্ষীৰ চকুত ধৰা পৰিল ধৃত আৰক্ষী অধীক্ষক?
0
SHARES
765
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এয়া কোনো নাটকৰ কাহিনী নহয়৷ বাস্তৱত ঘটা এক ঘটনা৷ যি ঘটনাই আপোনাকো আচৰিত কৰি তুলিব৷ ঘটনাটো দেশৰ ৰাজধানী দিল্লীৰ৷ দিল্লী আৰক্ষীৰ অভিজ্ঞ ছাব ইন্সপেক্টৰ অংকুৰ মালিক৷ তেওঁ ছাইবাৰ প্ৰতাৰণাৰ একাধিক গোচৰ নিজৰ দক্ষতাৰে নিষ্পত্তি কৰিছে৷ বাজেয়াপ্ত কৰিছে কোটি কোটি টকা৷ তাৰপৰাই ২ কোটি টকা লৈ SI অংকুৰে নেহা পুনিয়া নামৰ প্ৰেয়সীক লৈ উধাও হৈছে৷ অৱশেষত আৰক্ষীৰ তদন্তত ধৰা পৰিছে অংকুৰ আৰু নেহা৷

আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি অংকুৰ ২০২১ বেচৰ SI, উত্তৰ পূৰ্ব দিল্লীৰ ছাইবাৰ থানাত পোষ্টিং আছিল তেওঁৰ৷ নেহাও আৰক্ষী৷ তেওঁৰ পোষ্টিং আছিল জিটিবি এনক্লেভ থানাত৷ দুজনেই বিবাহিত৷ অংকুৰৰ পত্নী আছিল উত্তৰপ্ৰদেশৰ বাগপতত৷ নেহাৰ স্বামী আছিল দিল্লীত৷ আৰক্ষী বিভাগৰ ট্ৰেইনিঙত দুগৰাকী চিনাকি হৈছিল৷ তাৰপৰাই প্ৰেম৷ আৰক্ষীৰ দাবী যে সেই সময়ৰ পৰাই বিভিন্ন অপৰাধ কৰি আহিছিল অংকুৰ আৰু নেহাই৷

বিগত মাৰ্চত শাৰীৰিক অসুস্থতা থকা বুলি ৭ দিনৰ ছুটি লৈছিল অংকুৰে৷ তাৰপিছতেই আৰু চাকৰিত জইন নকৰিলে অংকুৰে৷ অংকুৰৰ সৈতে একেসময়তেই নেহাইয়ো ছুটি লৈছিল৷ তেওঁৱো চাকৰিত জইন কৰা নাছিল৷ শেষত আৰক্ষীয়ে নিজাববীয়াকৈ নিঁখোজ বুলি কেছ ডায়েৰি প্ৰস্তুত কৰি তদন্ত আৰম্ভ কৰিছিল৷ তাৰপিছতেই ওলায় বিস্ময়কৰ তথ্য৷ অভিযোগ যে প্ৰতাৰণাৰ গোচৰত বাজেয়াপ্ত কোটি কোটি টকা গোপনে নিজৰ হাতত লৈ উধাও হৈছে অংকুৰ৷ কেৱল সেয়াই নহয়, আদালতত ভুৱা অভিযোগকাৰীৰ নামত নথিপত্ৰ জমা দি ধন উঠোৱাৰো অভিযোগ উঠিছে তেওঁৰ বিৰুদ্ধে৷

সম্প্ৰতি ইন্দোৰৰ পৰা অংকুৰ আৰু নেহাক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে৷ ধৃত আৰক্ষীৰ পৰা ১ কোটি টকাতকৈ বেছি মূল্যৰ সোণ, নগদ ১২ লাখ টকা, ১১টা মোবাইল ফোন, এটা লেপটপ, ৩খন এটিএম কাৰ্ড আৰু কেইবাবিধো গুৰুত্বপূৰ্ণ সামগ্ৰী উদ্ধাৰ কৰা হৈছে৷ আৰক্ষীয়ে জনাইছে যে চুৰিৰ টকা লৈ সোণ ক্ৰয় কৰিছিল অংকুৰে৷ এই ঘটনাত তিনি অভিযুক্ত ক্ৰমে মুহম্মদ ইলিয়াছ, আফি ওৰফে মনু, আৰু ছাদাৰ নামেৰে তিনিজন প্ৰতাৰককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ অংকুৰে এওঁলোকৰ একাউণ্টলৈ চুৰিৰ ধন পঠিওৱা বুলি অভিযোগ৷

আৰক্ষীয়ে জনাইছে যে বাজেয়াপ্ত ধন হস্তগত কৰিছে নেহা আৰু অংকুৰে গোৱা, কাশ্মীৰ আৰু মানালি ফুৰিবলৈ গৈছিল মধ্যপ্ৰদেশলৈ৷ পাহাৰী এলেকাত ভুৱা পৰিচয়পত্ৰ বনাই নতুন জীৱন আৰম্ভ কৰাৰো পৰিকল্পনা কৰিছিল দুয়োৱে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!
বাণিজ্য

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

October 14, 2026
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…
বিনোদন

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

October 14, 2026
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প
বাণিজ্য

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

October 14, 2026
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?
জীৱনশৈলী

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 14, 2026
Next Post
আগষ্টত ৬ মিনিটৰ বাবে পৃথিৱী অন্ধকাৰ হৈ পৰিব! আগন্তুক ১০০ বছৰলৈ এই দৃশ্য আৰু নেদেখে বিশ্ববাসীয়ে

আগষ্টত ৬ মিনিটৰ বাবে পৃথিৱী অন্ধকাৰ হৈ পৰিব! আগন্তুক ১০০ বছৰলৈ এই দৃশ্য আৰু নেদেখে বিশ্ববাসীয়ে

এই ৫ ৰাশিত সৰ্বদা থাকে মহাদেৱৰ আশীৰ্বাদ, জানি থওক শিৱৰ প্ৰিয় ৰাশি কি কি?

এই ৫ ৰাশিত সৰ্বদা থাকে মহাদেৱৰ আশীৰ্বাদ, জানি থওক শিৱৰ প্ৰিয় ৰাশি কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.