• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

50 seconds ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

12 minutes ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

31 minutes ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

59 minutes ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

2 hours ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

2 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

3 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

3 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

4 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

5 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

6 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

7 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

পেঞ্চনৰ আহিছে ডাঙৰ আপডেট...

editor by editor
October 14, 2026
in বাণিজ্য, বিবিধ, লেখা
0
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!
0
SHARES
0
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতি বছৰে লাখ লাখ পেঞ্চনাৰৰ বাবে জীৱনৰ প্ৰমাণ পত্ৰ (Life Certificate) জমা দিয়াটো অতি প্ৰয়োজনীয়। কাৰণ তেওঁলোকৰ মাহিলী পেঞ্চন ইয়াৰ সৈতে পোনপটীয়াকৈ জড়িত। এই গুৰুত্বপূৰ্ণ নথিখন জমা দিয়াৰ শেষ তাৰিখ ৩০ নৱেম্বৰ।নিৰ্দিষ্ট সময়ৰ ভিতৰত জীৱন প্ৰমাণ পত্ৰ জমা নকৰিলে পেঞ্চন লাভৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’ব পাৰে। আনকি পেঞ্চন সাময়িকভাৱে বন্ধ হ’ব পাৰে।

জীৱন প্ৰমাণ পত্ৰ (Life Certificate) হ’ল পেঞ্চনাৰজন জীয়াই থকাটো নিশ্চিত কৰা নথি। এই নথিৰ আধাৰতেই চৰকাৰ বা সংশ্লিষ্ট কৰ্তৃপক্ষই পেঞ্চন প্ৰদান অব্যাহত ৰাখিছে।

সাধাৰণতে প্ৰতি বছৰে ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ প্ৰমাণ পত্ৰ জমা দিব পাৰি। অৱশ্যে ৮০ বছৰ আৰু তাতকৈ অধিক বয়সৰ পেঞ্চনাৰসকলৰ বাবে বিশেষ সুবিধা আছে। তেওঁলোকে ১ অক্টোবৰৰ পৰা জীৱন প্ৰমাণ পত্ৰ জমা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে।ফলত জ্যেষ্ঠ পেঞ্চনাৰসকলে নৱেম্বৰৰ শেষৰ ফালে খেলি-মেলিৰ পৰা হাত সাৰি এই গুৰুত্বপূৰ্ণ কামটো সোনকালে সম্পূৰ্ণ কৰাৰ সুযোগ পায়।

ঘৰৰ পৰাই প্ৰমাণ পত্ৰ জমা দিয়ক

ডিজিটেল সেৱাৰ প্ৰৱৰ্তনৰ লগে লগে জীৱন প্ৰমাণ পত্ৰ জমা দিয়াৰ প্ৰক্ৰিয়াটো বহুত সহজ হৈ পৰিছে। এতিয়া পেঞ্চনাৰসকলে এই নথি-পত্ৰ জমা দিবলৈ আৰু বেংক বা চৰকাৰী কাৰ্যালয়লৈ যাব নালাগে। আধাৰ ভিত্তিক আৰু বায়’মেট্ৰিক প্ৰযুক্তিৰ সহায়ত ঘৰৰ পৰাই ডিজিটেল ভাৱে প্ৰমাণপত্ৰ জমা দিয়া সম্ভৱ হৈছে। ইয়াৰ বাবে স্মাৰ্টফোনত জীৱন প্ৰমান এপ আৰু মুখৰ প্ৰমাণীকৰণৰ বাবে আধাৰ ফেচ আৰ ডি এপ ব্যৱহাৰ কৰিব পাৰিব।

কমন চাৰ্ভিচ চেণ্টাৰ (CSC), কিছুমান বেংকৰ শাখা, বা চৰকাৰী সেৱা কেন্দ্ৰৰ জৰিয়তেও জীৱন প্ৰমাণ পত্ৰ জমা দিব পাৰিব।

কি কি নথি-পত্ৰৰ প্ৰয়োজন?

জীৱন প্ৰমাণ পত্ৰ জমা দিয়াৰ আগতে হাতত কিছু গুৰুত্বপূৰ্ণ তথ্য থকাটো প্ৰয়োজনীয়। যেনে আধাৰ নম্বৰ, মোবাইল নম্বৰ, পেঞ্চন পেমেণ্ট অৰ্ডাৰ (পিপিঅ’) নম্বৰ, পেঞ্চন একাউণ্ট নম্বৰ আৰু বেংক একাউণ্টৰ সবিশেষ। গতিকে পেঞ্চন লাভৰ ক্ষেত্ৰত কোনো সমস্যাৰ পৰা হাত সাৰিবলৈ পেঞ্চনাৰসকলক ৩০ নৱেম্বৰৰ ভিতৰত জীৱনৰ প্ৰমাণ পত্ৰ জমা দিবলৈ পৰামৰ্শ দিয়া হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…
বিনোদন

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

October 14, 2026
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প
বাণিজ্য

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

October 14, 2026
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?
জীৱনশৈলী

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 14, 2026
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ
ভাৰত

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

October 14, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.