• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্য-শনিৰ স্থান সলনিত ভাগ্য ঘূৰিব ৩ৰাশিৰ! নৱপঞ্চম ৰাজযোগত আহিব অৰ্থ-যশ-খ্যাতি, সাফল্যৰ চিৰি বগাব কোন কোন ৰাশিৰ জাতকে?

সূৰ্য-শনিৰ স্থান সলনিত ভাগ্য ঘূৰিব ৩ৰাশিৰ! নৱপঞ্চম ৰাজযোগত আহিব অৰ্থ-যশ-খ্যাতি, সাফল্যৰ চিৰি বগাব কোন কোন ৰাশিৰ জাতকে?

1 year ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

51 minutes ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

1 hour ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

2 hours ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

2 hours ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

2 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

3 hours ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

4 hours ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

6 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

7 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

7 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

8 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সূৰ্য-শনিৰ স্থান সলনিত ভাগ্য ঘূৰিব ৩ৰাশিৰ! নৱপঞ্চম ৰাজযোগত আহিব অৰ্থ-যশ-খ্যাতি, সাফল্যৰ চিৰি বগাব কোন কোন ৰাশিৰ জাতকে?

সূৰ্য-শনিৰ স্থান সলনিত ভাগ্য ঘূৰিব ৩ৰাশিৰ! নৱপঞ্চম ৰাজযোগত আহিব অৰ্থ-যশ-খ্যাতি, সাফল্যৰ চিৰি বগাব কোন কোন ৰাশিৰ জাতকে?

editor by editor
July 25, 2025
in জীৱনশৈলী
0
সূৰ্য-শনিৰ স্থান সলনিত ভাগ্য ঘূৰিব ৩ৰাশিৰ! নৱপঞ্চম ৰাজযোগত আহিব অৰ্থ-যশ-খ্যাতি, সাফল্যৰ চিৰি বগাব কোন কোন ৰাশিৰ জাতকে?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ যি কোনো গ্ৰহৰ ৰাশি নক্ষত্ৰ পৰিবৰ্তন অত্যন্ত গুৰুত্বপূৰ্ণ৷ আকৌ কেতিয়াবা কেতিয়াবা গ্ৰহৰ ঘৰ সলনি বিশেষ যোগ তৈয়াৰ হয় যি বিভিন্ন ৰাশিৰ ওপৰত শুভ অশুভ প্ৰভাৱ পৰে৷ ঠিক যেনেকৈ সূৰ্য আৰু শনিৰ বিৰল যুঁটিত নৱপঞ্চম ৰাজযোগ তৈয়াৰ হৈছে যিয়ে তিনি ৰাশিৰ জীৱনত ইতিবাচৰ পৰিবৰ্তন আনিব৷

বৈদিক জ্যোতিষশাস্ত্ৰত শনিদেৱৰ মাহাত্ম্য অপৰিসীম৷ অত্যন্ত গুৰুত্বপূৰ্ণ গ্ৰহ শনি ন্যায় আৰু কৰ্মফলৰ দেৱতা৷ গ্ৰহৰ মাজত সকলোতকৈ ধীৰ গতিশীল গ্ৰহ শনিয়ে প্ৰতি আঢ়ৈ বছৰত ৰাশি পৰিবৰ্তন কৰে৷ ১২ ৰাশিৰ এটা পূৰ্ণ চক্ৰ সম্পন্ন কৰিবলৈ শনিদেৱক প্ৰায় ৩০ বছৰ সময় লাগে৷ বিগত মাৰ্চত নিজৰ মূল ত্ৰিকোণ ৰাশি এৰি শনিয়ে বৃহস্পতিৰ ৰাশি মীনত প্ৰৱেশ কৰিব৷ ২০২৭ চনৰ জুন পৰ্যন্ত তাতেই থকাৰ পাছত মেষ ৰাশিত উপস্থিত হব শনি৷ ইয়াৰ মাজতেই বিগত ১৩ জুলাইত শনি বক্ৰী অৰ্থাৎ উলোটা পথেৰে যাত্ৰা কৰিবলৈ আৰম্ভ কৰিব৷ শনিৰ প্ৰত্যক্ষ বা বিপৰীতমুখী হলে শুভ অশুভ প্ৰভাৱ পৰে৷

অন্যহাতে সৌৰজগতৰ ৰজা সূৰ্যই স্থান পৰিবৰ্তন কৰিলে তাৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ ওপৰত পৰে৷ ৯টা গ্ৰহৰ মাজত সূৰ্যদেৱে বছৰত ১২ বাৰ ৰাশি পৰিবৰ্তন কৰে৷ প্ৰতিটো ৰাশিত মোটামুটি এমাহ অৱস্থান কৰে সূৰ্যই৷ সেই হিচাপত ১২ ৰাশি চক্ৰক এবাৰ প্ৰদক্ষিণ কৰি আহিবলৈ সূৰ্যৰ ১২ মাহ সময় লাগে৷ বিগত ১৬ জুলাইত সূৰ্যই কৰ্কট ৰাশিত গোচৰ কৰিছে৷

এই পৰিস্থিতিত শনি আৰু সূৰ্যৰ মাজত বিগত ২৪ জুলাই নৱপঞ্চম ৰাজযোগ গঠিত হৈছে৷ জ্যোতিষশাস্ত্ৰত কোনো গ্ৰহই এটাই আনটোৰ ওপৰত ১২০ ডিগ্ৰী কোণত অৱস্থান কৰিলে তাক কোৱা হয় নৱপঞ্চম যোগ৷ এইক্ষেত্ৰত বৃহস্পতিবাৰে বিয়লি ৪ বাজি ৫১ মিনিটত সূৰ্য আৰু শনিে এটাই আনটোৰ ১২০ ডিগ্ৰী কোণত অৱস্থান কৰে৷ ফলত এই গুৰুত্বপূৰ্ণ যোগৰ প্ৰভাৱত সৌভাগ্যৰ দুৱাৰ খুলিছে তিনি ৰাশিৰ৷ অৰ্থ যশ খ্যাতিৰে ভৰিৱ সেইসমূহ ৰাশিৰ জীৱন৷ আপুনিও আছে নেকি তালিকাত?

মেষ ৰাশি

নৱপঞ্চম ৰাজযোগে মেষ ৰাশিৰ জাতক জাতিকাৰ জীৱনত শুভ প্ৰভাৱ পেলাব৷ নতুন চাকৰিৰ সুযোগ আহিব পাৰে৷ আৰ্থিক দিশৰ পৰা জীৱন আৰু সুৰক্ষিত হব পাৰে৷ বহু দিন ধৰি কোনো কাম ৰৈ থাকিলে এইবাৰ শেষ কৰিব পাৰিব স্বাস্থ্যৰ উন্নতি হব৷ দাম্পত্যৰ সমস্যা দূৰ হব৷

তুলা ৰাশি

শনি সূৰ্যৰ প্ৰভাৱত তুলা ৰাশিৰ অৰ্থভাগ্য সলনি হব৷ যিকোনো কামত সাফল্যৰ যোগ আছে৷ ঋণৰ বোজা কমিব৷ আয়ৰ নতুন উৎস মুকলি হব৷ সন্তানৰ সৈতে সম্পৰ্কৰ উন্নতি হব৷ কৰ্মক্ষেত্ৰত কামত অনুকূল পৰিবেশ থাকিব৷ পৰিয়ালৰ সৈতে বাহিৰলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷ প্ৰেম জীৱনত সুখ থাকিব৷

বৃশ্চিক ৰাশি

নৱপঞ্চম ৰাজযোগত বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ সুদিন উভতিব৷ কোনো কাম আত্মবিশ্বাসৰ সৈতে কৰিলে সুফল পাব৷ মনত অযথা কোনো নেতিবাচক চিন্তাক স্থান নিদিব৷ বহু দিন ধৰি ৰৈ থকা ধন উভতাই পাব পাৰে৷ কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব পাৰে৷ দৰমহা বঢ়াৰ সম্ভাৱনা আছে৷ লটাৰীৰ টিকট কাটিলে বাম্পাৰ লাভ হব পাৰে৷ পৰিয়ালত মাটি সম্পত্তি সংক্ৰান্তিয় সমস্যা দূৰ হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!
জীৱনশৈলী

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

October 8, 2026
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক
জীৱনশৈলী

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

October 8, 2026
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

October 8, 2026
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

October 8, 2026
Next Post
দাম কমিব স্কচ, হুইস্কি, বৈদ্যুতিক বাহনৰ! ঐতিহাসিক ভাৰত-ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ, বাৰ্ষিক ৩৪ বিলিয়ন ডলাৰৰ বাণিজ্য বৃদ্ধিৰ সম্ভাৱনা

দাম কমিব স্কচ, হুইস্কি, বৈদ্যুতিক বাহনৰ! ঐতিহাসিক ভাৰত-ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ, বাৰ্ষিক ৩৪ বিলিয়ন ডলাৰৰ বাণিজ্য বৃদ্ধিৰ সম্ভাৱনা

অশ্লীল কনটেণ্টেৰে ভৰপুৰ, ভাৰতত নিষিদ্ধ উল্লু, ALTT-ৰ দৰে জনপ্ৰিয় ২৫ টা এপ

অশ্লীল কনটেণ্টেৰে ভৰপুৰ, ভাৰতত নিষিদ্ধ উল্লু, ALTT-ৰ দৰে জনপ্ৰিয় ২৫ টা এপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.