• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
X ৰ নতুন ফিচাৰে আনিছে অনন্য সুবিধা! কোনটো পোষ্ট চলিব, কোনটো নচলে আগতেই পাৰিব জানিব

X ৰ নতুন ফিচাৰে আনিছে অনন্য সুবিধা! কোনটো পোষ্ট চলিব, কোনটো নচলে আগতেই পাৰিব জানিব

1 year ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

5 minutes ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

15 minutes ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

28 minutes ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

37 minutes ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

1 hour ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

1 hour ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

5 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

5 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

7 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

7 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

8 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

X ৰ নতুন ফিচাৰে আনিছে অনন্য সুবিধা! কোনটো পোষ্ট চলিব, কোনটো নচলে আগতেই পাৰিব জানিব

editor by editor
July 27, 2025
in জীৱনশৈলী, বিনোদন, বিশ্ব
0
X ৰ নতুন ফিচাৰে আনিছে অনন্য সুবিধা! কোনটো পোষ্ট চলিব, কোনটো নচলে আগতেই পাৰিব জানিব
0
SHARES
139
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

X ৰ নতুন ফিচাৰে আনিছে অনন্য সুবিধা! কোনটো পোষ্ট চলিব, কোনটো নচলে আগতেই পাৰিব জানিব

এক্স তথা পূৰ্বৰ টুইটাৰৰ এইবাৰ আহিছে এক অতিকে বিশেষ ফিচাৰ। যি ফিচাৰে এইবাৰ আনিব এক নতুন জোৱাৰ। কিবা পোষ্ট কৰিলে এইবাৰ আগতেই জানিব পাৰিব সেই পোষ্ট চলিব নে নচলে। অৱশ্যে এই সুবিধা পেইড ব্যৱহাৰকাৰীয়েহে লাভ কৰিব।

এক্সৰ কমিউনিটি নোটছ বৈশিষ্ট্যৰ জৰিয়তে এতিয়া কিছুমান পেইড ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ একাউণ্টৰ বিষয়ে অধিক তথ্য লাভ কৰিব পাৰিব। যদি কোনো পোষ্ট এটাই আৰম্ভণিৰে পৰাই বেছি লাইক পাই আছে, তেন্তে তাত আপুনি এটা কলআউট(Callout) নোটিফিকেচন দেখা পাব। যাৰ অৰ্থ এই পোষ্টটোৱে কোনো এক বিশেষ কাম কৰি আছে। ইয়াৰ প্ৰদৰ্শন ভাল।

যিটো পোষ্টে ভাল প্ৰদৰ্শন কৰি আছে, সেই পোষ্টটোক ৰেটিং আৰু মতামত দিব পৰা যাব। এই পোষ্টটো বেলেগ চিন্তাধাৰাৰ লোকে লাইক কৰিছে নে একে মতাদৰ্শৰ মানুহে লাইক কৰিছে সেয়াও দেখা যাব।

যদি সকলোৱে সেই পোষ্টটো ভাল পায় তেন্তে পোষ্টটোৱে পাব ৰাজহুৱা অনুমোদন টেগ (Public Approval Tag)। যদি কোনো পোষ্টে বিভিন্ন ব্যৱহাৰকাৰীৰ পৰা ইতিবাচক ৰেটিং পায়, তেন্তে সেই পোষ্টটোত এটা বাৰ্তা আহিব যে এই পোষ্টটোৱে বিভিন্ন ব্যৱহাৰকাৰী আৰু গ্ৰুপে লাইক কৰিছে।

তাৰ পাছত কমিউনিটি নোটছ ৱেবছাইটত গট লাইকছ (Got Likes) নামৰ এটা নতুন শিতানো দেখা পাব। য’ত এনে সকলো পোষ্ট দেখুওৱা হ’ব যিবোৰ বৃহৎ সংখ্যক লোকে পছন্দ কৰিছে। বৰ্তমান এই বৈশিষ্ট্য আমেৰিকাৰ কিছুমান নিৰ্বাচিত ব্যৱহাৰকাৰীৰ বাবে আৰম্ভ কৰা হৈছে। কিন্তু আগন্তুক সময়ত ইয়াক আন দেশ আৰু ব্যৱহাৰকাৰীৰ বাবেও অনা হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: new featuretwitterX handle
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

September 9, 2026
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা
জীৱনশৈলী

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

September 9, 2026
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি
জীৱনশৈলী

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

September 9, 2026
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত
জীৱনশৈলী

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

September 9, 2026
Next Post
UPIত ২০০০ত কৈ অধিক টকাৰ লেনদেন কৰিলে ভৰিব লাগিব নেকি GST? কি কয় চৰকাৰে

UPIত ২০০০ত কৈ অধিক টকাৰ লেনদেন কৰিলে ভৰিব লাগিব নেকি GST? কি কয় চৰকাৰে

টি-বেগৰ চাহ খায় নেকি তেন্তে সাৱধান, কোটি কোটি প্লাষ্টিকৰ কণা গৈ আছে পেটলৈ, কি কয় বিজ্ঞানীয়ে?

টি-বেগৰ চাহ খায় নেকি তেন্তে সাৱধান, কোটি কোটি প্লাষ্টিকৰ কণা গৈ আছে পেটলৈ, কি কয় বিজ্ঞানীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.