• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্ৰীদেৱীৰ সৈতে ৮ ছেকেণ্ডৰ দৃশ্য কৰি কেৰিয়াৰ ধ্বংস, শেষত দেশ এৰাৰ লগতে সলনি কৰিলে নাম

শ্ৰীদেৱীৰ সৈতে ৮ ছেকেণ্ডৰ দৃশ্য কৰি কেৰিয়াৰ ধ্বংস, শেষত দেশ এৰাৰ লগতে সলনি কৰিলে নাম

1 year ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

58 minutes ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

2 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

3 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

3 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

4 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

5 hours ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

6 hours ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

7 hours ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

7 hours ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

8 hours ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

8 hours ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

শ্ৰীদেৱীৰ সৈতে ৮ ছেকেণ্ডৰ দৃশ্য কৰি কেৰিয়াৰ ধ্বংস, শেষত দেশ এৰাৰ লগতে সলনি কৰিলে নাম

editor by editor
July 28, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
শ্ৰীদেৱীৰ সৈতে ৮ ছেকেণ্ডৰ দৃশ্য কৰি কেৰিয়াৰ ধ্বংস, শেষত দেশ এৰাৰ লগতে সলনি কৰিলে নাম
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্ৰীদেৱীৰ সৈতে ৮ ছেকেণ্ডৰ দৃশ্য কৰি কেৰিয়াৰ ধ্বংস, শেষত দেশ এৰাৰ লগতে সলনি কৰিলে নাম

৮০ ৰ দশকৰ কথা। সেই সময়ত শ্ৰী দেৱী মানেই সফলতাৰ শীখৰ। শ্ৰীদেৱীৰ সৈতে কাম কৰা মানেই যেন ডাঙৰ অভিনেতা। পাছে এগৰাকী এনে অভিনেতা, যিয়ে শ্ৰীদেৱীৰ সৈতে অভিনয় কৰি বৰ্বাদ হৈ পৰে। ইমানেই বৰ্বাদ যে, শেষলৈ বলীউড এৰাৰ লগতে দেশ ত্যাগ কৰি নাম পৰ্যন্ত সলনি কৰি বিদেশত বাস।

সেই অভিনেতাগৰাকীয়ো পাছে এলাপেছা নাছিল। ৮০ ৰ দশকৰ সকলো মনোৰঞ্জন জগতৰ পৰিচিত লোকৰ মুখে মুখে থকা এক জনপ্ৰিয় নাম। যিয়ে মডেলৰ জগতত সেই সময়ত শীৰ্ষত। পুৰুষ মডেল মানেই যেন নাম আছিল সেই যুৱকৰ। সকলোৱেল ভাবিছিল বলিউডত ভৰি দিয়েই লাভ কৰিব ঈৰ্ষনীয় সফলতা।

পাছে সকলো বিপৰীত হৈ পৰে। সেই দুৰ্ভগীয়া অভিনেতাগৰাকী হৈছে ছুপাৰ মডেল দীপক মালহোত্ৰা। যিয়ে ১৯৯১ ৰ ‘লম্হা’ ছবিত শ্ৰীদেৱীৰ স্বামীৰ চৰিত্ৰ ৰূপায়ন কৰিছিল। কিন্তু সেই ছবিখনৰ এটা ৮ ছেকেণ্ডৰ দৃশ্য, যি দৃশ্যত নিদ্ৰাৰত শ্ৰী দেৱীক দীপকে বহু কেইটা নামেৰে মাতি থাকে।

সেই দৃশ্যই সলনি কৰি দিয়ে দীপকৰ সকলো। সেই ছবি কৰি থকাৰ সময়কে দীপকে লাভ কৰে অন্য বহু কেইখন ছবিৰো অফাৰ। স্বাক্ষৰ পৰ্যন্ত কৰে ছবিকেইখনত কাম কৰাৰ বাবে। কিন্তু ভাগ্যই দীপকৰ কঁপালত লিখি থৈছিল অন্যহে। সেই ৮ ছেকেণ্ডৰ ভিডিঅই ইমানেই ট্ৰল কৰে দৰ্শকে যে, মানসিক ভাৱে ভাগি পৰে দীপক।

ছবি পৰিচালক বোৰেও দীপকক লাহে লাহে সকলো চবিৰ পৰা আঁতৰাই দিবলৈ ধৰে। যি কেইখন হাতত থাকে সেই কেইখনৰ পৰাও দীপকে নিজকে আঁতৰাই আনে। অৱশেষত ১৯৯৪ ত সকলো ত্যাগ কৰি বিদেশলৈ উৰা মাৰে দীপক। লগতে সলনি কৰি লয় নিজৰ নাম।

বৰ্তমানে তাহানীৰ সেই সফল মডেল এতিয়া এগৰাকী ব্যৱসায়ী। নিউয়ৰ্কৰ বাসিন্দা দীপকে বিদেশতেই অভিনয়, মডেলৰ কাম কৰাৰ লগতে ব্যৱসায় আৰম্ভ কৰি বৰ্তমানে সফল ব্যৱসায়ী। দীপকৰ পৰা ডিনো মাৰ্টলী হৈ বিদেশী কৰিঅগ্ৰাফাৰ তথা মডেল লুবানা এডমছৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়, লগতে দুটি পুত্ৰ সন্তানৰো পিতৃ হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BollywoodBollywood MovieDipak Malhotra
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

August 18, 2026
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি
অসম

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

August 18, 2026
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 18, 2026
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!
জীৱনশৈলী

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

August 18, 2026
Next Post
৩ ৰাশিৰ ভগ্যোদয়, গুৰু গ্ৰহৰ আদ্ৰা নক্ষত্ৰত প্ৰৱেশ

৩ ৰাশিৰ ভগ্যোদয়, গুৰু গ্ৰহৰ আদ্ৰা নক্ষত্ৰত প্ৰৱেশ

অন্তিম টেষ্টৰ বাবে দলৰ পৰিৱৰ্তন, নতুন খেলুৱৈৰ হঠাতে এন্ট্ৰী

অন্তিম টেষ্টৰ বাবে দলৰ পৰিৱৰ্তন, নতুন খেলুৱৈৰ হঠাতে এন্ট্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.