• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বামীৰ নিথৰ দেহত কাষত প্ৰেমিকৰ সৈতে যৌনতাত লিপ্ত পত্নী, জেৰাত হতচকিত হৈ উঠিছে আৰক্ষীও, পত্নীয়ে কেনেকৈ শেষ কৰিলে স্বামীক?

স্বামীৰ নিথৰ দেহত কাষত প্ৰেমিকৰ সৈতে যৌনতাত লিপ্ত পত্নী, জেৰাত হতচকিত হৈ উঠিছে আৰক্ষীও, পত্নীয়ে কেনেকৈ শেষ কৰিলে স্বামীক?

12 months ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

45 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

1 hour ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

3 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

3 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

4 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

6 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

6 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

7 hours ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

8 hours ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

9 hours ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

9 hours ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

স্বামীৰ নিথৰ দেহত কাষত প্ৰেমিকৰ সৈতে যৌনতাত লিপ্ত পত্নী, জেৰাত হতচকিত হৈ উঠিছে আৰক্ষীও, পত্নীয়ে কেনেকৈ শেষ কৰিলে স্বামীক?

স্বামীৰ নিথৰ দেহত কাষত প্ৰেমিকৰ সৈতে যৌনতাত লিপ্ত পত্নী, জেৰাত হতচকিত হৈ উঠিছে আৰক্ষীও, পত্নীয়ে কেনেকৈ শেষ কৰিলে স্বামীক?

editor by editor
July 30, 2025
in জীৱনশৈলী, ভাৰত
0
স্বামীৰ নিথৰ দেহত কাষত প্ৰেমিকৰ সৈতে যৌনতাত লিপ্ত পত্নী, জেৰাত হতচকিত হৈ উঠিছে আৰক্ষীও, পত্নীয়ে কেনেকৈ শেষ কৰিলে স্বামীক?
0
SHARES
6.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিবাহবহিৰ্ভূত সম্পৰ্কৰ বাবেই আকৌ এটা নৃশংস হত্যাকাণ্ড। এইবাৰ স্বামীক হত্যা কৰিবলৈ সহায় কৰিলে পত্নীয়ে। কেৱল সেয়াই নহয়, স্বামীৰ মৃত্যুৰ পাছতেই মৃতদেহৰ কাষত প্ৰেমিকৰ সৈতে উদ্দাম যৌনতাত মত্ত হৈ উঠে পত্নী। ভয়াৱহ এই ঘটনাটোৰ তদন্তত নামি হতচকিত হৈ উঠিছে আৰক্ষীও।

সৰ্বভাৰতীয় সংবাদমাধ্য়ম সূত্ৰৰ পৰা জনা গৈছে ঘটনাটো ঘটিছে বিহাৰৰ সমস্তিপুৰ জিলাত। আৰক্ষীয়ে জনাইছে যে ৩০ বছৰ বয়সীয়া মৃত যুৱকৰ নাম সোনু ঝা। নিজ গৃহতেই নৃশংসভাৱে হত্যা কৰা হয় সোনুক। পেছাত যুৱক এজন ৰিক্সা চালক আছিল। আৰক্ষীৰ জেৰাত সোনুৰ স্ত্ৰী অস্মিতা ঝাই স্বীকাৰ কৰিছে যে তেওঁ স্বামীক নৃশংসভাৱে হত্যা কৰাৰ সমগ্ৰ ঘটনা নিজ চকুৰেই দেখিছে। আনকি এই ঘটনাত তেওঁ নিজেও জড়িত। মূল অভিযুক্ত অস্মিতাৰ প্ৰেমিক হৰিওম। হৰিওম ঘটনাৰ পাছৰে পৰাই পলাতক।

তদন্তত নামি আৰক্ষীয়ে জানিব পাৰিছে যে হত্যাকাণ্ডটো ঘটিছে শুক্ৰবাৰৰ নিশা। সেইদিনা গভীৰ নিশা কাম এৰি হঠাৎ ঘৰলৈ উভতিছিল সোনু। যি সচৰাচৰ নহয়। সেইদিনা নিশা প্ৰায় ১ বাজি ৩০ মিনিটত মত্ত অৱস্থাত ঘৰলৈ উভতিছিল তেওঁ। ঘৰলৈ আহিয়েই ঘৰৰ ভিতৰত অস্মিতা আৰু হৰিওমক আপত্তিকৰ অৱস্থাত ধৰা পেলায়। প্ৰেমিকৰ সৈতে পত্নীয়ে যৌনতাত মত্ত হৈ থকাৰ সময়তে তেওঁক ধৰা পেলায়।

আৰক্ষীক অস্মিতাই জনাইছে যে নিশা ডেৰ বজাত তেওঁ আৰু প্ৰেমিক ঘৰত আছিল। গভীৰ নিশা সোনুৱে ৰিক্সাৰে ঘৰলৈ উভতে। সেই সময়ত সোনু ঘৰলৈ আহিব বুলি তেওঁ ভাৱিব পৰা নাছিল। ২০১৭ চনত সোনু আৰু অস্মিতা বিবাহবন্ধনত আৱদ্ধ হৈছিল। তেওঁলোকৰ দুই সন্তানো আছে। অশান্তিৰ সূত্ৰপাত দুই বছৰ পূৰ্বৰে পৰাই হৈছে। পেছাত হৰিওম এগৰাকী গৃহশিক্ষক। অস্মিতাৰ সন্তানক ঘৰলৈ পঢ়ুৱাবলৈ আহে। যি সময়ত তেওঁ ঘৰলৈ আহে সেই সময়ত সোনু কৰ্মসূত্ৰে বাহিৰতেই থাকে। সেই সুযোগতেই হৰিওমৰ সৈতে বিবাহবহিৰ্ভূত সম্পৰ্কত সোমাই পৰে অস্মিতা।

শুক্ৰবাৰে নিশা মত্ত অৱস্থাত ঘৰলৈ আহি পত্নী আৰু হৰিওমক একেলগে দেখি খঙত ফাটি পৰে সোনু। তেতিয়াই হৰিওমক মাৰধৰো কৰে সোনুৱে। কাজিয়াৰ মাজতেই লাঠিৰে সোনুক আঘাত কৰে হৰিওমে। অচেতন অৱস্থাত মাটিত বাগৰি পৰে সোনু। বিদ্যুতৰ তাঁৰ ডিঙিত মেৰিয়াই হৰিওমে সোনুক হত্যা কৰে। সোনুৰ মৃত্যু নিশ্চিত কৰিবলৈ ইলেক্ট্ৰিক শ্বকো দিয়ে হৰিওমে।

ঘটনা ইমানতেই শেষ নহয়। সোনুৰ মৃত্যুৰ পাছত অস্মিতা আৰু হৰিওমে যি কৰে সেই ঘটনাই আৰক্ষীক আচৰিত কৰি তুলিছে। জনা গৈছে সোনুৰ মৃতদেহৰ কাষতেই উদ্দাম যৌনতাত মত্ত হৈ উঠে অস্মিতা আৰু হৰিওম। নিশাই একাধিকবাৰ সংগমত লিপ্ত হৈ পলাই যায় হৰিওম। এই ঘটনাৰ পাছতেই আৰক্ষীক অস্মিতাই জনাইছিল যে ইলেক্ট্ৰিক শ্বক লাগি তেওঁৰ স্বামীৰ মৃত্যু হৈছে। কিন্তু ঘটনাক লৈ প্ৰথমৰে পৰাই সন্দেহ কৰিছিল সোনুৰ পিতৃয়ে। তেওঁ দেৱালত তেজৰ দাগৰ কথা আৰক্ষীক জনায়। তাৰপিছতেই ঘটনাই লয় অন্য় মূৰ। আৰক্ষীয়ে সোনুৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে পঠোৱাৰ পাছতেই জানিব পাৰে যে সোনুৰ শৰীৰত একাধিক আঘাৰত চিহ্ন আছে। ডিঙিত আঘাত কৰাৰ ফলতেই মৃত্যু হৈছে সোনুৰ। বৰ্তমান আৰক্ষীয়ে অস্মিতাক এই ঘটনাৰ বাবে গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

July 17, 2026
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!
বিশ্ব

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

July 17, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

July 17, 2026
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়
জীৱনশৈলী

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

July 17, 2026
Next Post
নিজৰ কক্ষপথ বিচ্যুত হ’ব পাৰে পৃথিৱী! মহাশূন্যত ঘটিছে কেইবাটাও পৰিবৰ্তন, অন্য সূৰ্যলোকৰ অতিথি হৈ পৰিব নেকি পৃথিৱী?

নিজৰ কক্ষপথ বিচ্যুত হ’ব পাৰে পৃথিৱী! মহাশূন্যত ঘটিছে কেইবাটাও পৰিবৰ্তন, অন্য সূৰ্যলোকৰ অতিথি হৈ পৰিব নেকি পৃথিৱী?

আগষ্ট পালেহিয়েই, সূৰ্য-বুধ-শুক্ৰৰ ৰাশি পৰিবৰ্তনত আগষ্টত গোল্ডেন টাইম এই ৫ৰাশিৰ, লাভ কৰিব অৰ্থ, সাফল্য

আগষ্ট পালেহিয়েই, সূৰ্য-বুধ-শুক্ৰৰ ৰাশি পৰিবৰ্তনত আগষ্টত গোল্ডেন টাইম এই ৫ৰাশিৰ, লাভ কৰিব অৰ্থ, সাফল্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.