• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগষ্ট পালেহিয়েই, সূৰ্য-বুধ-শুক্ৰৰ ৰাশি পৰিবৰ্তনত আগষ্টত গোল্ডেন টাইম এই ৫ৰাশিৰ, লাভ কৰিব অৰ্থ, সাফল্য

আগষ্ট পালেহিয়েই, সূৰ্য-বুধ-শুক্ৰৰ ৰাশি পৰিবৰ্তনত আগষ্টত গোল্ডেন টাইম এই ৫ৰাশিৰ, লাভ কৰিব অৰ্থ, সাফল্য

1 year ago
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

5 minutes ago
১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

1 hour ago
ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

2 hours ago
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

2 hours ago
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

3 hours ago
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

3 hours ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

4 hours ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

4 hours ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

6 hours ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

6 hours ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

7 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগষ্ট পালেহিয়েই, সূৰ্য-বুধ-শুক্ৰৰ ৰাশি পৰিবৰ্তনত আগষ্টত গোল্ডেন টাইম এই ৫ৰাশিৰ, লাভ কৰিব অৰ্থ, সাফল্য

আগষ্ট পালেহিয়েই, সূৰ্য-বুধ-শুক্ৰৰ ৰাশি পৰিবৰ্তনত আগষ্টত গোল্ডেন টাইম এই ৫ৰাশিৰ, লাভ কৰিব অৰ্থ, সাফল্য

editor by editor
July 30, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
আগষ্ট পালেহিয়েই, সূৰ্য-বুধ-শুক্ৰৰ ৰাশি পৰিবৰ্তনত আগষ্টত গোল্ডেন টাইম এই ৫ৰাশিৰ, লাভ কৰিব অৰ্থ, সাফল্য
0
SHARES
265
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
আগষ্ট ২০২৫ মাহক গ্ৰহসমূহৰ কেইবাটা গ্ৰহই ৰাশি পৰিবৰ্তন কৰিব। এই মাহত বুধ কৰ্কট ৰাশিত উদিত হৈ মাৰ্গী হব আৰু মাহৰ শেষত সিংহ ৰাশিলৈ গমন কৰিব। সূৰ্যই তাৰ নিজ ৰাশি সিংহত প্ৰৱেশ কৰিব আৰু শুক্ৰই কৰ্কট ৰাশিত অৱস্থান কৰিব। এই গ্ৰহ পৰিবৰ্তনৰ ফলত পাঁচটা ৰাশিৰ জাতকে বিশেষ উপকাৰ পাব আৰু ভাগ্যৰ সহায়তাত অৰ্থ লাভৰো সুযোগ পাব।
আগষ্ট মাহত মুঠ ৫টা গ্ৰহই ৰাশি পৰিবৰ্তন কৰিব। প্ৰথমে ৯ আগষ্টত বুধে কৰ্কট ৰাশিত উদিত হব আৰু ১১ আগষ্টত মাৰ্গী হব। ইয়াৰপাছতেই ২৯ আগষ্টত বুধে কৰ্কটতত অস্ত গৈ ৩০ আগষ্টত সিংহ ৰাশিত প্ৰৱেশ কৰিব। ১৭ আগষ্টত সূৰ্যই নিজ ৰাশি সিংহত প্ৰৱেশ কৰিব আৰু ২১ আগষ্টচ শুক্ৰই মিথুন এৰি কৰ্কটলৈ যাব। শনিয়ে মীন ৰাশিত পূৰ্বৰে পৰা বক্ৰী হৈ আছে আৰু মঙলো কন্যা ৰাশিত থাকিব। গ্ৰহ নক্ষত্ৰৰ এই পৰিবৰ্তনৰ প্ৰভাৱত ৫ ৰাশিৰ জীৱনত ইতিবাচক পৰিবৰ্তন আহিব।

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে আগষ্ট মাহ অত্যন্ত শুভ। এই সময়ত আৰ্থিক সমস্যা দূৰ হব আৰু বাহন বা ঘৰ ক্ৰয়ৰো ইচ্ছা পূৰ্ণ হব পাৰে। সম্পত্তি সংক্ৰান্তিয় বিষয়ত শুভ ফল পাব আৰু পাৰিবাৰিক জীৱনত সুখ শান্তি থাকিব। চাকৰিয়ালৰ বাবে পদোন্নতিৰ সুযোগ আহিব।

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবে এই মাহ কুশলপূৰ্ণ। বন্ধু বান্ধৱ আৰু প্ৰিয়জনৰ সৈতে ধৰ্মীয় ভ্ৰমণৰ সুযোগ আহিব। পিতৃ মাতৃৰ সৈতে মূল্যবান সামগ্ৰী ক্ৰয় কৰিব পাৰে। ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ পঢ়াশুনাত মনোযোগ দিব পাৰিব। যিসকলে যোগাযোগ বা বক্তৃতা পেছাৰ সৈতে যুক্ত তেওঁলোকৰ ভাষাৰ গুণতেই তেওঁলোকে সাফল্য অৰ্জন কৰিব।

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকৰ বাবে এই সময় সকলো দিশৰ পৰাই লাভজনক হব। ভাগ্যৰ সহায়তাত সমস্ত মনোকামনা পূৰ্ণ হব। জমা কৰা ধন এই সময়ত হাতত পৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ উন্নতি হব। গৃহত কোনো ধৰ্মীয় অনুষ্ঠান হব পাৰে। চাকৰিত সন্মান আৰু প্ৰশংসা পাব।

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবে এই সময়ত বেংক বেলেন্স বৃদ্ধি আৰু শাৰীৰিক সুস্থতাৰ সময়। পৰিয়ালৰ সৈতে সময় কটাব পাৰিব আৰু তীৰ্থভ্ৰমণৰো সুযোগ আহিব। আত্মীয়ৰ সৈতে সম্পৰ্ক মজবুত হব আৰু পাৰিবাৰিক অনুষ্ঠানত যোগদানৰ সুযোগ আহিব। যিসকলে নিজৰ ব্যৱসায় কৰিছে তেওঁলোকে ভাল লাভ পাব। সমাজত সন্মান বাঢ়িব।

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ বাবে এই সময় সকলো ধৰণৰ ঝামেলাৰ পৰা মুক্তিৰ সময়। চাৰিওপাশে ইতিবাচক পৰিবেশ থাকিব। আয় আৰু সম্পত্তি বৃদ্ধি হব আৰু নতুন ব্যৱসায় আৰম্ভ কৰাৰ সুযোগ থাকিব। সকলো বাধা সহজেই দূৰ হব আৰু পৰিয়ালৰ মাজত শান্তি বৰ্তি থাকিব। সন্তান আৰু বন্ধু সম্পৰ্কিত বিষয়ত ভাল ফলৰ আশা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?
অসম

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

September 16, 2026
১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক
জীৱনশৈলী

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

September 16, 2026
ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!
অসম

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

September 16, 2026
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড
বিশ্ব

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

September 16, 2026
Next Post
১ আগষ্ট ২০২৫ৰ পৰা UPIৰ নিয়মৰ সালসলনি, কি কি সলনি হ’ব UPI লেনদেনত?

১ আগষ্ট ২০২৫ৰ পৰা UPIৰ নিয়মৰ সালসলনি, কি কি সলনি হ’ব UPI লেনদেনত?

ভয়ংকৰ সংকট, ৰাছিয়াত ভূমিকম্পৰ পাছতে ১২ দেশত ছুনামীৰ আশংকা

ভয়ংকৰ সংকট, ৰাছিয়াত ভূমিকম্পৰ পাছতে ১২ দেশত ছুনামীৰ আশংকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.