• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাঢ়িব শুক্ৰাণুৰ সংখ্যা! পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

বাঢ়িব শুক্ৰাণুৰ সংখ্যা! পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

7 months ago
শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

20 minutes ago
বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

41 minutes ago
দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

1 hour ago
৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

2 hours ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাঢ়িব শুক্ৰাণুৰ সংখ্যা! পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

বাঢ়িব শুক্ৰাণুৰ সংখ্যা! পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

editor by editor
August 9, 2025
in জীৱনশৈলী
0
বাঢ়িব শুক্ৰাণুৰ সংখ্যা! পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শাৰীৰিক আৰু মানসিক নানান চাপৰ কাৰণে পুৰুষৰ মাজত বন্ধ্যাত্বই দেখা দিব পাৰে৷ সঠিক জীৱনযাপন আৰু খোৱাবোৱাৰ মাধ্যমেৰে এই সমস্যা বহু পৰিমাণে কমাব পাৰে৷ বিশেষকৈ কিছু খাদ্য শুক্ৰাণুৰ সংখ্যা বৃদ্ধিৰ বাবে উপকাৰী৷ নিয়মমতে খাদ্য গ্ৰহণ কৰিলেই এই সমস্যাৰ পৰা সমাধান পাব পাৰে৷

বিশেষজ্ঞৰ মতে প্ৰচুৰ পৰিমাণে পালেং শাক, কল, বেৰি, কমলা আৰু অন্যান্য এণ্টিঅক্সিডেণ্ট সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত ডায়েট কৰক৷ এই জাতীয় খাদ্যসমূহ অক্সিডেটিভ ষ্ট্ৰেছ নিয়ন্ত্ৰণত সহায়ক৷ যিয়ে শুক্ৰাণুৰ গুণমানক প্ৰভাৱিত কৰিব পাৰে৷ শুক্ৰাণুৰ গুণমান উন্নত কৰিবলৈ আৰু বেছিকৈ মৌছুমী ফল আৰু পাচলি খাওক৷

এইসমূহৰ ওপৰিও বাদাম আৰু চিডছ বেছ স্বাস্থ্যকৰ৷ কাৰণ এইসমূহত প্ৰচুৰ পৰিমাণে হেলদি ফেট, প্ৰটিন আৰু এণ্টিঅক্সিডেণ্ট থাকে৷ আপোনাৰ প্ৰতিদিনৰ খাদ্যতালিকাত প্ৰচুৰ পৰিমাণে বাদাম, আখৰোট, কোমোৰাৰ বীজ আৰু সূৰ্যমুখী বীজ অন্তৰ্ভুক্ত কৰক৷ আপুনি এইসমূহ কেঁচাকৈ খাব পাৰে অথৱা আপুনি স্মুদি বা ছালাদ হিচাপেও খাব পাৰে৷

পূৰ্বে এক ক্লিনিকেল ট্ৰায়েলৰ ফলাফল দেখা গৈছে৷ যিসকলে সন্তান লোৱাৰ পৰিকল্পনা কৰিছে তেওঁলোকৰ বাবে নিয়মিত ৬০ গ্ৰাম বাদামযুক্ত খাদ্য গ্ৰহণে শুক্ৰাণুৰ গুণমান, পৰিমাণ আৰু গতিশীলতা উল্লেখযোগ্যভাৱে উন্নত কৰিব পাৰে৷ বাদাম খোৱাৰ ফলত শুক্ৰাণুৰ ডি এন এ ফ্ৰেগমেণ্টেছনৰ মাত্ৰা উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে যিয়ে পুৰুষ বন্ধ্যাত্বৰ সৈতে ঘনিষ্ঠভাৱে জড়িত৷

মাছত প্ৰচুৰ পৰিমাণে জিংক আৰু মেগনেছিয়াম থাকে বুলি জনা যায়৷ এই দুটা খনিজ পদাৰ্থ প্ৰজনন স্বাস্থ্যৰ বাবে অপৰিহাৰ্য৷ প্ৰচুৰ পৰিমাণে চেমন, কেটফিছ আৰু চাৰ্ডিন খাওক৷ কাৰণ এইসমূহত ওমেগা থ্ৰি ফেটি এছিড বেছি থাকে আৰু শুক্ৰাণুৰ স্বাস্থ্যৰ বাবেও ই উপকাৰী৷

ওটছ, ৰেড ৰাইছ আৰু কিনোৱাত ভিটামিন, খনিজ আৰু ফাইবাৰ থাকে৷ এই খাদ্যসমূহে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত আৰু প্ৰজনন স্বাস্থ্য উন্নত কৰাত সহায় কৰে৷ এই গোটা শস্যই শুক্ৰাণু উৎপাদনৰ বাবে গুৰুত্বপূৰ্ণ হৰমনসমূহৰ ভাৰসাম্য বজায় ৰখাত সহায় কৰে৷

ৰাজমাহ আৰু মছুৰ ডাইলত প্ৰচুৰ পৰিমাণে প্ৰটিন, ফাইবাৰ, ফোলেট আৰু জিংক থাকে৷ শুক্ৰাণুৰ গুণমান বৃদ্ধিৰ বাবে ফোলেটৰ প্ৰয়োজন আৰু শুক্ৰাণুৰ উৎপাদনৰ বাবে জিংকৰ প্ৰয়োজন৷ সেয়ে আপোনাৰ খাদ্যতালিকাত ডাইল অন্তৰ্ভুক্ত কৰিবলৈ নাপাহৰিব৷ এই খাদ্যই শুক্ৰাণুৰ সংখ্যা বৃদ্ধি কৰিব৷

মুৰ্গী আৰু কণীৰ দৰে পাতল প্ৰটিনযুক্ত খাদ্যই শুক্ৰাণুৰ উৎপাদনৰ বাবে প্ৰয়োজনীয় এমিনো এছিডেৰে ভৰপুৰ৷ শুক্ৰাণু উৎপাদনৰ বাবে এই প্ৰটিনসমূহ প্ৰয়োজনীয়৷ সেয়ে দৈনন্দিন খাদ্যতালিকাত এই ধৰণৰ প্ৰটিন অন্তৰ্ভূক্ত কৰক৷ ডাৰ্ক চকলেটত থাক ফ্লেভোনয়েডে শুক্ৰাণুৰ গুণমান বৃদ্ধিত সহায় কৰে৷ এইসমূহ অক্সিডেটিভ ক্ষতিৰ পৰা শুক্ৰাণুক ৰক্ষা কৰাৰ বাবে পৰিচিত৷ সেয়ে কোনো চিন্তা নকৰাকৈয়ে ডাৰ্ক চকলেট খাব পাৰে৷

শুক্ৰাণুৰ সংখ্য বৃদ্ধি তেতিয়াহে পাব যেতিয়া মানসিক চাপ কম আপুনি কমাব৷ ইয়াৰ সৈতে শাৰীৰিক ব্যায়াম কৰাও গুৰুত্বপূৰ্ণ৷ যিকোনো ধৰণৰ নিচাৰ পৰা দূৰত থকাটোৱেই সমীচীন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

March 10, 2026
বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ
ক্ৰীড়া

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

March 10, 2026
দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত
জীৱনশৈলী

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

March 10, 2026
৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?
জীৱনশৈলী

৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

March 10, 2026
Next Post
বৃহস্পতি-শুক্ৰ-চন্দ্ৰৰ ত্ৰিগ্ৰহী ৰাজযোগত সলনি হ’ব জীৱন! অৰ্থ আহিব হাতলৈ, হঠাৎ ধনী হোৱাৰ যোগ কোন কোন ৰাশিৰ?

বৃহস্পতি-শুক্ৰ-চন্দ্ৰৰ ত্ৰিগ্ৰহী ৰাজযোগত সলনি হ’ব জীৱন! অৰ্থ আহিব হাতলৈ, হঠাৎ ধনী হোৱাৰ যোগ কোন কোন ৰাশিৰ?

PNBত দুই লাখ টকাৰ FDত সুদ পাব ৭৬,০৮৪ টকা, কিমান বছৰৰ বাবে FD কৰিলে এই সুদ লাভ কৰিব আপুনি?

PNBত দুই লাখ টকাৰ FDত সুদ পাব ৭৬,০৮৪ টকা, কিমান বছৰৰ বাবে FD কৰিলে এই সুদ লাভ কৰিব আপুনি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.