• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃহস্পতি-শুক্ৰ-চন্দ্ৰৰ ত্ৰিগ্ৰহী ৰাজযোগত সলনি হ’ব জীৱন! অৰ্থ আহিব হাতলৈ, হঠাৎ ধনী হোৱাৰ যোগ কোন কোন ৰাশিৰ?

বৃহস্পতি-শুক্ৰ-চন্দ্ৰৰ ত্ৰিগ্ৰহী ৰাজযোগত সলনি হ’ব জীৱন! অৰ্থ আহিব হাতলৈ, হঠাৎ ধনী হোৱাৰ যোগ কোন কোন ৰাশিৰ?

11 months ago
কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

20 minutes ago
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

58 minutes ago
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

1 hour ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

4 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

4 hours ago
শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

5 hours ago
মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

6 hours ago
মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

6 hours ago
কালসৰ্প যোগ আৰম্ভ, বৃষকে ধৰি এই ৪ ৰাশিৰ আহিব বিপদ!

আপোনাৰো কালসৰ্প যোগ আছে নেকি? ১৮ জুলাইলৈকে ৩ ৰাশিয়ে থাকক সাৱধান!

7 hours ago
“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

7 hours ago
বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

9 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

বুধবাৰে এই নিয়মেৰে কৰক গণেশৰ পূজা, হ’ব মনোকামনা পূৰণ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৃহস্পতি-শুক্ৰ-চন্দ্ৰৰ ত্ৰিগ্ৰহী ৰাজযোগত সলনি হ’ব জীৱন! অৰ্থ আহিব হাতলৈ, হঠাৎ ধনী হোৱাৰ যোগ কোন কোন ৰাশিৰ?

বৃহস্পতি-শুক্ৰ-চন্দ্ৰৰ ত্ৰিগ্ৰহী ৰাজযোগত সলনি হ’ব জীৱন! অৰ্থ আহিব হাতলৈ, হঠাৎ ধনী হোৱাৰ যোগ কোন কোন ৰাশিৰ?

editor by editor
August 9, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
বৃহস্পতি-শুক্ৰ-চন্দ্ৰৰ ত্ৰিগ্ৰহী ৰাজযোগত সলনি হ’ব জীৱন! অৰ্থ আহিব হাতলৈ, হঠাৎ ধনী হোৱাৰ যোগ কোন কোন ৰাশিৰ?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ৯ আগষ্ট ৰাখী পূৰ্ণিমা৷ শাওন মাহৰ শুক্লপক্ষৰ পূৰ্ণিমা তিথিত ৰাখী বন্ধন উৎসৱ পালিত হয়৷ ২০২৫ চনৰ ৰাখী পূৰ্ণিমাত একাধিক গ্ৰহৰ শুভ যোগ তৈয়াৰ হৈছে৷ এইবছৰ ১০০ বছৰৰ পাছত শাওনৰ নক্ষত্ৰ আৰু সূৰ্য আৰু চন্দ্ৰৰ প্ৰভাৱত দুৰ্লভ সংযোগ থাকিব৷ ইয়াৰপূৰ্বে ১৯২৫ চনৰ ৪ আগষ্টত এই যোগ তৈয়াৰ হৈছিল৷ ইয়াৰোপৰি ৰাখী পূৰ্ণিমাত বুধাদিত্য যোগ, সৌভাগ্য যোগ, গজলক্ষ্মী ৰাজযোগ, সৰ্বাৰ্থসিদ্ধি যোগৰ শুভ সংযোগ থাকিব৷ কৰ্কট ৰাশিত বুধ আৰু সূৰ্যৰ যুঁটিৰ ফলত বুধাদিত্য যোগ তৈয়াৰ হব৷ মিথুন ৰাশিত শুক্ৰ আৰু বৃহস্পতিৰ যুঁটিৰ ফলত গজলক্ষ্মী ৰাজযোগ তৈয়াৰ হব৷ ইয়াৰোপৰি চন্দ্ৰই মকৰ ৰাশিত আছে৷ সেয়ে আজি সৰ্বাৰ্থসিদ্ধি যোগ আৰু সৌভাগ্য যোগৰ প্ৰভাৱো বৰ্তি থাকিব৷

বৈদিক জ্যোতিষশাস্ত্ৰমতে শাওনৰ পূৰ্ণিমাত গ্ৰহৰ পৰিস্থিতি বিশেষ এক অৱস্থানত থাকিব৷ চন্দ্ৰ, গুৰু, শনিয়ে নিজৰ নিজৰ স্বৰাশিত দুৰ্লভ আৰু শক্তিশালী যোগ তৈয়াৰ কৰিব৷ এইদিনটোত গুৰুপুষ্য যোগ, শাওন নক্ষত্ৰৰ দৰে দুৰ্লভ যোগ তৈয়াৰ হব৷ এই সকলো শুভ যোগৰ প্ৰভাৱত সৌভাগ্যৰ দুৱাৰ খুলিব পাঁচ ৰাশিৰ৷ অৰ্থ-যশ-খ্যাতিৰে ভৰিব সেইসমূহ ৰাশিৰ জাতক জাতিকাৰ জীৱন৷ তালিকাত আপুনিও আছে নেকি?

বৃষ ৰাশি

ৰাখী পূৰ্ণিমাত বৃষ ৰাশিৰ জাতক-জাতিকাৰ জীৱনলৈ সুদিন উভতিব৷ সংগীৰ সৈতে সম্পৰ্ক মজবুত হব৷ সৃজনশীল কামত সাফল্য পাব৷ শিক্ষাৰ্থীয়ে বিদেশলৈ যোৱাৰ সুযোগ পাব পাৰে৷ বিনিয়োগৰ পক্ষে আজিৰ দিনটো শুভ৷ সন্তানৰ পৰা কোনো সুখবৰ পাব পাৰে৷ পৈতৃক সম্পত্তি সংক্ৰান্তিয় বিবাদৰ সমাধান হব৷ হঠাৎ বিৰাট অৰ্থ লাভ কৰিব পাৰে৷

মিথুন ৰাশি

একাধিক শুভ যোগৰ প্ৰভাৱত মিথুন ৰাশিৰ জাতক জাতিকাৰ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ সমাজত মান সন্মান বাঢ়িব৷ যিকোনো কাম আত্মবিশ্বাসৰ সৈতে কৰিলে সাফল্য পাব৷ বহুদিন ধৰি ৰৈ থকা কাম এইসময়ত শেষ কৰিব পাৰিব৷ বুদ্ধিৰ জোৰত কৰ্মক্ষেত্ৰত সকলোকে প্ৰভাৱিত কৰিব পাৰিব৷

কৰ্কট ৰাশি

এই ৰাশিৰ জাতকে ৰাখী পূৰ্ণিমাৰ তিথিৰ দিনাই পুৰণি কামত সাফল্য পাব৷ বহুদিনীয়া মনৰ ইচ্ছা পূৰণ হব৷ ব্যৱসায়ত লাভৰ মুখ দেখিব৷ চাকৰিৰ কামত পৰিবেশ অনুকুল থাকিব৷ নিশাৰ ভিতৰতে অৰ্থপ্ৰাপ্তিৰ যোগ আছে৷ লটাৰীৰ টিকট কাটিলে বাম্পাৰ লাভ হব৷ কেৰিয়াৰত প্ৰভাৱশালী কাৰোবাৰ সৈতে দেখা হব পাৰে৷

মকৰ ৰাশি

ধন, বৈভৱ আৰু মান সন্মান অৰ্জন কৰিব মকৰ ৰাশিৰ জাতক জাতিকাই৷ অৰ্থ উপাৰ্জনৰ একাধিক ৰাস্তা পাব৷ চাকৰিত নতুন সুযোগ পাব পাৰে৷ সামাজিক সম্পৰ্ক দৃঢ় হব৷ মনত অযথা কোনো নেতিবাচক চিন্তাক ঠাই নিদিব৷ কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব পাৰে৷ দৰমহা বঢ়াৰ সম্ভাৱনা আছে৷

ধনু ৰাশি

একাধিক ৰাজযোগৰ প্রভাৱত ধনু ৰাশিৰ জাতক জাতিকা লাভৱান হব৷ প্ৰেম জীৱনত ভাল পৰিণাম পাব৷ যিকোনো কামত সংগীৰ পূৰ্ণ সহযোগিতা থাকিব৷ চখ পূৰণ কৰাৰ বাবে অৰ্থ ব্যয় কৰিব পাৰে৷ যাৰ ফলত মনত সন্তুষ্টি থাকিব৷ আধ্যাত্মিক ধাৰণাত বিশ্বাস বাঢ়িব৷ নতুন কোনো কামৰ সৈতে যুক্ত হব পাৰে৷ পুৰণি ঋণ শোধ কৰিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?
জীৱনশৈলী

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

July 8, 2026
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য
জীৱনশৈলী

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

July 8, 2026
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ
অপৰাধ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

July 8, 2026
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ
বিশ্ব

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

July 8, 2026
Next Post
PNBত দুই লাখ টকাৰ FDত সুদ পাব ৭৬,০৮৪ টকা, কিমান বছৰৰ বাবে FD কৰিলে এই সুদ লাভ কৰিব আপুনি?

PNBত দুই লাখ টকাৰ FDত সুদ পাব ৭৬,০৮৪ টকা, কিমান বছৰৰ বাবে FD কৰিলে এই সুদ লাভ কৰিব আপুনি?

ধনিষ্ঠা নক্ষত্ৰত শোভন যোগ, সূৰ্যদেৱৰ কৃপাত ভাগ্য খুলিব ৫ ৰাশিৰ

ধনিষ্ঠা নক্ষত্ৰত শোভন যোগ, সূৰ্যদেৱৰ কৃপাত ভাগ্য খুলিব ৫ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.