• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনিষ্ঠা নক্ষত্ৰত শোভন যোগ, সূৰ্যদেৱৰ কৃপাত ভাগ্য খুলিব ৫ ৰাশিৰ

ধনিষ্ঠা নক্ষত্ৰত শোভন যোগ, সূৰ্যদেৱৰ কৃপাত ভাগ্য খুলিব ৫ ৰাশিৰ

1 year ago
বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

3 hours ago
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

4 hours ago
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

5 hours ago
এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

6 hours ago
ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

6 hours ago
পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

7 hours ago
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

8 hours ago
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

9 hours ago
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

9 hours ago
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

10 hours ago
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

11 hours ago
৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধনিষ্ঠা নক্ষত্ৰত শোভন যোগ, সূৰ্যদেৱৰ কৃপাত ভাগ্য খুলিব ৫ ৰাশিৰ

ধনিষ্ঠা নক্ষত্ৰত শোভন যোগ, সূৰ্যদেৱৰ কৃপাত ভাগ্য খুলিব ৫ ৰাশিৰ

editor by editor
August 9, 2025
in জীৱনশৈলী
0
ধনিষ্ঠা নক্ষত্ৰত শোভন যোগ, সূৰ্যদেৱৰ কৃপাত ভাগ্য খুলিব ৫ ৰাশিৰ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১০ আগষ্ট ২০২৫ দেওবাৰে চন্দ্ৰই দিনজুৰি কুম্ভ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ শাওনৰ কৃষ্ণা প্ৰতিপদ তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব শোভন যোগ আৰু অতিগণ্ড যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব ধনিষ্ঠা নক্ষত্ৰ আৰু শতভিষা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত দেওবাৰ হৈছে সূৰ্যদেৱৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মিথুন ৰাশি

কাইলৈ ১০ আগষ্টৰ দিনটো মিথুন ৰাশিৰ জাতকৰ বাবে শুভ হব৷ কাইলৈ আপোনাৰ মন সাহস আৰু আত্মবিশ্বাসেৰে পূৰ্ণ থাকিব৷ নিজৰ সাহসেৰে কাইলৈ আপুনি সকলো কাম সাফল্যৰ সৈতে সম্পূৰ্ণ কৰিব পাৰিব৷ কাইল আপুনি বেছ আনন্দ কৰি কটাব৷ পৰিয়ালৰ সৈতে শ্বপিং কৰিবলৈ যাব পাৰে৷ ব্যৱসায়ীসকলে ভাল লাভ কৰাৰ সম্ভাৱনা আছে৷

সিংহ ৰাশি

শোভন যোগৰ প্ৰভাৱত সিংহ ৰাশিৰ জাতকে কাইলৈ পুৱাই কোনো ভাল খবৰ পাব পাৰে৷ কাইলৈ দিনটো আপুনি পৰিয়ালৰ সৈতে শুভ সময় কটাব৷ পেছাগত জীৱনত আপোনাৰ আত্মবিশ্বাস আৰু এনাৰ্জি বহু বেছি থাকিব৷ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব পাৰে৷ নিজৰ কেৰিয়াৰত কাইলৈ উন্নতি কৰাৰ সুযোগ পাব সিংহ ৰাশিৰ জাতকে৷

তুলা ৰাশি

কাইলৈ ধনিষ্ঠা নক্ষত্ৰৰ শুভ ফল লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ পৰিয়ালৰ সকলোৰে সৈয়ে আনন্দ কৰি দিনটো কটাব৷ ৰেস্তোৰাত বন্ধুৰ সৈতে খোৱা বোৱা কৰাৰ সুযোগ পাব৷ কাইলৈ দিনটো আপোনাৰ পেছাগত জীৱনৰ বাবে বেছ শুভ হব৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে আলাপ হব পাৰে তুলা ৰাশিৰ জাতকৰ৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকে কাইলৈ আৰ্থিকভাৱে লাভৱান হব পাৰে৷ কোনো আইনী জটিলতাৰ পৰা মুক্তি পাব পাৰে৷ অতিগণ্ড যোগ প্ৰভাৱত শত্ৰুক পৰাজিত কৰিব পাৰিব৷ অৰ্থ সংক্ৰান্তিয় কোনো বৃহৎ সিদ্ধান্ত লব পাৰে৷ শুভ যোগৰ শুভ প্ৰভাৱত নিজৰ সকলো সমস্যাৰ পৰা মুক্তি পাব৷ ব্যৱসায়তো কাইলৈ বৃহৎ সাফল্য পাব৷

মকৰ ৰাশি

কাইলৈ লাভজনক দিন হব মকৰ ৰাশিৰ জাতকৰ বাবে৷ স্বাস্থ্যতো কাইলৈ উল্লেখযোগ্য উন্নতি কৰিব পাৰে৷ দেওবাৰে উইকেণ্ড ভালকৈ কটাব৷ যি সাফল্যৰ বাবে আপুনি বহু দিন ধৰি অপেক্ষা কৰি আছে সেই সাফল্য লাভ কৰিব৷ সংগীৰ সৈতে বুজাপৰা থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!
জীৱনশৈলী

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

October 30, 2026
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ
ভাৰত

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

October 30, 2026
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?
জীৱনশৈলী

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

October 29, 2026
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান
অসম

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

October 29, 2026
Next Post
আজি শাওনৰ শেষ সোমবাৰ, শাওন শেষ হোৱাৰ পূৰ্বে এই ৫ কাম কৰক, তুষ্ট হ’ব মহাদেৱ

আজি শাওনৰ শেষ সোমবাৰ, শাওন শেষ হোৱাৰ পূৰ্বে এই ৫ কাম কৰক, তুষ্ট হ’ব মহাদেৱ

প্ৰতিমাহে SIPত ৩০,০০০ কৈ বিনিয়োগ কৰিছে? ৫ বছৰৰ পাছত কিমান টকা ৰিটাৰ্ণ পাব?

প্ৰতিমাহে SIPত ৩০,০০০ কৈ বিনিয়োগ কৰিছে? ৫ বছৰৰ পাছত কিমান টকা ৰিটাৰ্ণ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.