• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বপিং মল, দোকান, ৰেষ্টুৰেণ্টত আৰু দিব নালাগে মোবাইল নম্বৰ! কি কৈছে কেন্দ্ৰৰ নতুন আইনে?

শ্বপিং মল, দোকান, ৰেষ্টুৰেণ্টত আৰু দিব নালাগে মোবাইল নম্বৰ! কি কৈছে কেন্দ্ৰৰ নতুন আইনে?

11 months ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

44 minutes ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

1 hour ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

2 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

3 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

3 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

4 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

15 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

16 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

16 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

17 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

18 hours ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শ্বপিং মল, দোকান, ৰেষ্টুৰেণ্টত আৰু দিব নালাগে মোবাইল নম্বৰ! কি কৈছে কেন্দ্ৰৰ নতুন আইনে?

শ্বপিং মল, দোকান, ৰেষ্টুৰেণ্টত আৰু দিব নালাগে মোবাইল নম্বৰ? কি কৈছে কেন্দ্ৰৰ নতুন আইনে?

editor by editor
August 27, 2025
in জীৱনশৈলী, প্ৰযুক্তি, বাণিজ্য, বিবিধ, লেখা
0
শ্বপিং মল, দোকান, ৰেষ্টুৰেণ্টত আৰু দিব নালাগে মোবাইল নম্বৰ! কি কৈছে কেন্দ্ৰৰ নতুন আইনে?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ৰেস্তোৰাত খোৱাবোৱা, শ্বপিং কৰা সকলোতেই মোবাইল নম্বৰ বিচৰা হয়৷ বহুতৰেই নিশ্বয় এই অভিজ্ঞতা আছে৷ এই মোবাইল নম্বৰ বিচৰা পদ্ধতি শেষ কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ৷
কেন্দ্ৰই নতুন যি তথ্য সুৰক্ষা আইন আনিব খুজিছে তাতেই এই ধৰণে মোবাইল নম্বৰ বিচৰা পদ্ধতিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিব চৰকাৰে৷ বহুদিন ধৰিয়েই অভিযোগ, ব্যক্তিগত মোবাইল নম্বৰক লৈ মোটা অংকৰ বিনিময়ত সেইসমূহ নম্বৰেই আকৌ অন্যান্য সংস্থাৰ ওচৰত গোপনে বিক্ৰি কৰে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানে৷ নতুন আইনত এতিয়াৰে পৰা কোনো ধৰণেই ব্যক্তিগত নম্বৰ বিক্ৰি কৰিব নোৱাৰিব কোনো সংস্থাই৷ ব্যক্তিগত মোবাইল নম্বৰৰ গোপনীয়তা ৰক্ষা কৰাই এই আইনৰ অন্যতম প্ৰধান উদ্দেশ্য৷
সাধাৰণতে ভৱিষ্যতে বিভিন্ন অফাৰ বা বিল পঠিওৱাৰ অজুহাততেই মোবাইল নম্বৰ বিচাৰে আপুনি শ্বপিং কৰিবলৈ যোৱা দোকান বা মলসমূহে৷ অনিচ্ছাসত্ত্বেও বহুতেই মোবাইল নম্বৰ দিবলৈ বাধ্যও হয়৷ এনেকৈ মোবাইল নম্বৰ দিয়াতো সুৰক্ষাৰ পৰিপন্থী হিচাপে ধৰা হয়৷ বিল পঠিওৱাৰ দৰে কামৰ বাবে বিকল্প পদ্ধতি অনাৰ কথা নতুন আইনত উল্লেখ কৰা হৈছে৷
নতুন আইন অনুসৰি কিয় গ্ৰাহকৰ পৰা মোবাইল নম্বৰ লোৱা হৈছে? কিমান দিনৰ পাছত সেই মোবাইল নম্বৰ ডিলিট কৰা হব সেই সমস্ত তথ্যও গ্ৰাহকক জনাব লাগিব৷ নতুন এই আইনত সমগ্ৰ বিষয়টোক লৈ স্বচ্ছতা অনাৰ চেষ্টা কৰা হৈছে৷ নতুন আইনত কোৱা হৈছে কোনো গ্ৰাহকে যদি মোবাইল নম্বৰ দিবলৈ ইচ্ছা নকৰে তেতিয়াও ব্যৱসায়িক প্ৰতিষ্ঠান অথৱা দোকানদাৰে তেওঁলোকক কোনো পৰিসেৱাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব৷ মোবাইল নম্বৰৰ বিকল্প হিচাপে ইমেইল আই ডিত পঠিয়াব পাৰে বিল৷ অথবা হাতেলিখা বিলো গ্ৰাহকক দিব পাৰে৷ ইয়াৰোপৰি গ্ৰাহকৰ মোবাইল নম্বৰ লৈ সেই তথ্য অন্য কোনো সংস্থাৰ ওচৰত বিক্ৰি কৰাৰ পদ্ধতিৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য
জীৱনশৈলী

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

July 14, 2026
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!
ভাৰত

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

July 14, 2026
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?
জীৱনশৈলী

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

July 14, 2026
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব
জীৱনশৈলী

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

July 14, 2026
Next Post
শনি-মঙ্গলৰ সংঘাত! ১৩ ছেপ্টেম্বৰ পৰ্যন্ত ভয়ংকৰ সময়, এটাৰ পাছত আনটো বিপদ আহিব এই ৩ৰাশিৰ জীৱনলৈ

শনি-মঙ্গলৰ সংঘাত! ১৩ ছেপ্টেম্বৰ পৰ্যন্ত ভয়ংকৰ সময়, এটাৰ পাছত আনটো বিপদ আহিব এই ৩ৰাশিৰ জীৱনলৈ

কাইলৈৰ ৰাশিফলঃ বিৰল যোগত কাইলৈ ভাগ্য খুলিব এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ বিৰল যোগত কাইলৈ ভাগ্য খুলিব এই ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.