• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনি-মঙ্গলৰ সংঘাত! ১৩ ছেপ্টেম্বৰ পৰ্যন্ত ভয়ংকৰ সময়, এটাৰ পাছত আনটো বিপদ আহিব এই ৩ৰাশিৰ জীৱনলৈ

শনি-মঙ্গলৰ সংঘাত! ১৩ ছেপ্টেম্বৰ পৰ্যন্ত ভয়ংকৰ সময়, এটাৰ পাছত আনটো বিপদ আহিব এই ৩ৰাশিৰ জীৱনলৈ

1 year ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

38 minutes ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

59 minutes ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

1 hour ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

2 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

3 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

3 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

4 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

5 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

5 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

7 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

23 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনি-মঙ্গলৰ সংঘাত! ১৩ ছেপ্টেম্বৰ পৰ্যন্ত ভয়ংকৰ সময়, এটাৰ পাছত আনটো বিপদ আহিব এই ৩ৰাশিৰ জীৱনলৈ

শনি-মঙ্গলৰ সংঘাত! ১৩ ছেপ্টেম্বৰ পৰ্যন্ত ভয়ংকৰ সময়, এটাৰ পাছত আনটো বিপদ আহিব এই ৩ৰাশিৰ জীৱনলৈ

editor by editor
August 27, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
শনি-মঙ্গলৰ সংঘাত! ১৩ ছেপ্টেম্বৰ পৰ্যন্ত ভয়ংকৰ সময়, এটাৰ পাছত আনটো বিপদ আহিব এই ৩ৰাশিৰ জীৱনলৈ
0
SHARES
5.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ন্যায় আৰু কৰ্মৰ কাৰক গ্ৰহ শনি বৰ্তমান মীন ৰাশিত আছে৷ আৰু গ্ৰহৰ সেনাপতি মঙ্গল আছে কন্যা ৰাশিত৷ ফলত এটাই এটাৰ বিপৰীত অৱস্থানত আছে৷ এই অৱস্থা চলিব আগন্তুক ১৩ ছেপ্টেম্বৰ পৰ্যন্ত৷ মঙ্গলে তুলা ৰাশিত গমন নকৰা পৰ্যন্ত এই অৱস্থা থাকিব৷

এই অশুভ যোগে তিনিটা ৰাশিৰ বাবে বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ব্যক্তিগত আৰু পেছাগত জীৱনত নানান ধৰণৰ সমস্যাই দেখা দিব পাৰে আৰু বহু ক্ষেত্ৰতেই এই পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ উঠিব পাৰে৷

শনি-মঙ্গলৰ দৃষ্টিত কন্যা ৰাশিৰ ওপৰত প্ৰভাৱ

কন্যা ৰাশিত মঙ্গলৰ অৱস্থান মানে আপোনাৰ লগ্নত তৃতীয় আৰু অষ্টম ঘৰৰ অধিপতিয়ে প্ৰৱেশ কৰিছে৷ অন্য দিশত আপোনাৰ সপ্তম ঘৰত শনিয়ে অৱস্থান কৰিছে৷ এই দুই গ্ৰহৰ মাজত যি পাৰস্পৰিক দৃষ্টি তৈয়াৰ হৈছে সেয়া কন্যা ৰাশিৰ জাতকৰ বৈবাহিক জীৱন আৰু ব্যৱসায়িক অংশীদাৰিত্বৰ সমস্যাৰ কাৰণ হব পাৰে৷

এই সময়ত আপোনাৰ বাৰে বাৰে খং উঠিব পাৰে, যাৰ প্ৰভাৱ পৰিব পাৰে ব্যক্তিগত আৰু পেছাগত সম্পৰ্কত৷

চাকৰিয়াল জাতকৰ সহকৰ্মীসকলৰ সৈতে সমস্যা হব পাৰে৷

এই সময়ত আপুনি বিভিন্ন সমস্যাৰ সন্মুখীন হব পাৰে৷

শনি মঙ্গলৰ দৃষ্টি বৃশ্চিক ৰাশিৰ জাতকৰ ওপৰত

শনি মঙ্গলৰ দৃষ্টিৰ কাৰণে বৃশ্চিক ৰাশিৰ জাতক খুবেই সতৰ্ক হৈ থাকক৷ এই সময়ত ব্যক্তিগত আৰু পেছাগত জীৱনত নানান সমস্যা আহিব পাৰে৷
আপোনাৰ আচৰণ আৰু খঙৰ কাৰণে বন্ধু আৰু প্ৰিয়জনে আপোনাৰ পৰা দূৰত্ব অৱলম্বন কৰিব পাৰে৷

আৰ্থিক সমস্যাও এই সময়ত হব পাৰে৷

মানসিক শান্তি ভংগ হোৱাৰ সম্ভাৱনা আছে৷

বৈবাহিক জীৱনত সংগীৰ সৈতে কোনো সৰু কাজিয়াই ডাঙৰ ৰূপ ধাৰণ কৰি পাৰে৷

যিসকলে ইতিমধ্যেই ব্যৱসায়িক বা ব্যক্তিগত বিষয়ক লৈ কোনো সমস্যাক আছে তেওঁলোকৰ সেই পৰিস্থিতি আৰু বেয়া হব পাৰে৷

শনি মঙ্গলৰ দৃষ্টিৰ প্ৰভাৱ মীন ৰাশিৰ ওপৰত

মীন ৰাশিৰ জাতকৰ বাবে মঙ্গল হৈছে দ্বিতীয় আৰু নৱম ভাৱৰ অধিপতি, আৰু শনি হৈছে একাদশ আৰু দ্বাদশ ভাৱৰ অধিপতি৷ বৰ্তমান শনিয়ে আপোনাৰ ৰাশিৰ লগ্নভাৱত অৱস্থান কৰিছে আৰু মঙ্গলে অৱস্থান কৰিছে সপ্তম ঘৰত৷ ইয়াৰ ফলত ১-৭ অক্ষ তৈয়াৰ হৈছে৷

শাস্ত্ৰত সপ্তম ঘৰত মঙ্গলৰ অৱস্থানক অশুভ বুলি ধাৰণা কৰা হয় আৰু ইয়াক মঙ্গল দোষৰ কাৰণ হিচাপে ধৰা হয়৷ শাস্ত্ৰ অনুসৰি সপ্তম ঘৰত মঙ্গলৰ উপস্থিতি শুভ নহয় আৰু বহু সময়ত ইয়াক মঙ্গল দোষ বুলি কোৱা হয়৷ এই পৰিস্থিতিয়ে মীন ৰাশিৰ জাতকৰ জীৱনত নানান ধৰণৰ চেলেঞ্জ তৈয়াৰ কৰিব পাৰে৷

সাম্ভাৱ্য প্ৰভাৱসমূহ

কামত দেৰী আৰু বাধা

আপুনি যিকোনো নতুন কাম আৰম্ভ কৰিলে সেয়া ঠিকমতে আগুৱাই নিব নোৱাৰিব৷ বাৰে বাৰে ৰৈ যাব বা বিলম্ব হব৷ ইয়াৰ ফলত আপোনাৰ ধৈৰ্য্য নষ্ট হব পাৰে৷

দাম্পত্য জীৱনত সমস্যা

স্বামী-স্ত্ৰীৰ মাজত অকাৰণতেই কাজিয়া, মতবিৰোধ কিংবা ভুল বুজাবুজি তৈয়াৰ হব পাৰে৷ যিসমূহে দম্পত্তিৰ সম্পৰ্কত খেলিমেলি বঢ়াব আৰু তেওঁলোকৰ বাবে এই সময় আৰু কঠিন হব৷

অৰ্থনৈতিক সমস্যা

টকা-পইছাৰ লেনদেনৰ সময়ত সতৰ্ক হওক৷ অযথা ধাৰ দিয়া বা কাৰোবাক মোটা অংকৰ ধন দিয়াৰ পৰা বিৰত থাকক৷

মানসিক অশান্তি

হঠাৎ মন ভাৰাক্ৰান্ত লাগিব পাৰে৷ কামত আগুৱাই নোযোৱাৰ বাবে দুশ্চিন্তা বাঢ়িব৷ পাৰিবাৰিক অশান্তিৰ পৰা মানসিক চাপ তৈয়াৰ হব পাৰে৷

নতুন কামত বিৰতি

আপুনি যদি নতুন কোনো প্ৰকল্প, ব্যৱসায় বা পৰিকল্পনা আৰম্ভ কৰাৰ কথা ভাৱিছে তেন্তে সেয়া নকৰি কিছু সময় অপেক্ষা কৰাটোৱেই শ্ৰেয়৷ পৰিস্থিতি শান্ত হলে কাম আৰম্ভ কৰিলে সাফল্যৰ সম্ভাৱনা বেছি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?
প্ৰযুক্তি

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

September 24, 2026
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ
ভাৰত

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

September 24, 2026
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?
জীৱনশৈলী

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

September 24, 2026
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা
জীৱনশৈলী

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

September 24, 2026
Next Post
কাইলৈৰ ৰাশিফলঃ বিৰল যোগত কাইলৈ ভাগ্য খুলিব এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ বিৰল যোগত কাইলৈ ভাগ্য খুলিব এই ৫ৰাশিৰ

আগষ্টৰ শেষত গ্ৰহৰ মহাসংযোগ! এই ৩ ৰাশিৰ ওপৰত হ’ব ধনৰ বৃষ্টি, কাৰ কাৰ আৰম্ভ হ’ব ভাল সময়?

আগষ্টৰ শেষত গ্ৰহৰ মহাসংযোগ! এই ৩ ৰাশিৰ ওপৰত হ’ব ধনৰ বৃষ্টি, কাৰ কাৰ আৰম্ভ হ’ব ভাল সময়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.