• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈৰ ৰাশিফলঃ বিৰল যোগত কাইলৈ ভাগ্য খুলিব এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ বিৰল যোগত কাইলৈ ভাগ্য খুলিব এই ৫ৰাশিৰ

10 months ago
“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer  ছিমৰনক?

“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer ছিমৰনক?

14 minutes ago
Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য  ১০ হাজাৰ টকা হ্ৰাস

Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য ১০ হাজাৰ টকা হ্ৰাস

1 hour ago
PPF একাউণ্টত বছৰি ২৫,০০০ টকা  জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

PPF একাউণ্টত বছৰি ২৫,০০০ টকা জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

2 hours ago
মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

4 hours ago
আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

4 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৫ ৰাশিৰ, জানক দৈনিক ৰাশিফল

5 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

16 hours ago
OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

17 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

17 hours ago
Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

17 hours ago
চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

18 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ বিৰল যোগত কাইলৈ ভাগ্য খুলিব এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ বিৰল যোগত কাইলৈ ভাগ্য খুলিব এই ৫ৰাশিৰ

editor by editor
August 27, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কাইলৈৰ ৰাশিফলঃ বিৰল যোগত কাইলৈ ভাগ্য খুলিব এই ৫ৰাশিৰ
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ২৮ আগষ্ট ২০২৫ বৃহস্পতিবাৰে চন্দ্ৰই দিনজুৰি তুলা ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ভাদৰ শুক্লা পঞ্চমী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব শুক্লা যোগ আৰু ব্ৰহ্মা যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব চিত্ৰা নক্ষত্ৰ আৰু স্বাতী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব পাৰে৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে নাৰায়ণৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মিথুন ৰাশি

কাইলৈ স্বাতী নক্ষত্ৰৰ শুভ প্ৰভাৱ বৰ্তি থাকিব মিথুন ৰাশিৰ জাতকৰ ওপৰত৷ সামাজিক মিলামিছাৰ বাবে কাইলৈ বহুতৰে সৈতেই ভাল সম্পৰ্ক তৈয়াৰ হব আপোনাৰ৷ ইয়াৰ ফলত নিজৰ সকলো অসম্পূৰ্ণ কাম কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব৷ সকলোৰে সৈতে আপোনাৰ সু সম্পৰ্ক থাকিব৷ মানসিক চাপ মুক্ত হৈ কাইলৈ দিনটো ভালধৰণে কটাব মিথুন ৰাশিৰ জাতকে৷ নিজৰ লক্ষ্য পূৰণ কৰিব পাৰিব৷

কন্যা ৰাশি

কাইলৈ বৃহস্পতিবাৰে বিষ্ণুৰ আশীৰ্বাদ বৰ্ষিত হব কন্যা ৰাশিৰ জাতকৰ ওপৰত৷ ধৰ্মীয় বিষয়ত কাইলৈ আগ্ৰহ বাঢ়িব আপোনাৰ৷ ঘৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন হব পাৰে৷ কাইলৈ আপোনাৰ ব্যৱহাৰৰ মাধুৰ্যই সকলোকে মুগ্ধ কৰিব৷ ইয়াৰ ফলত সকলোৰে সৈতে কাইলৈ ভাল সম্পৰ্ক বৰ্তাই ৰাখিব পাৰিব৷ কৰ্মক্ষেত্ৰত লাভৱান হব কন্যা ৰাশিৰ জাতক৷ আৰ্থিকভাৱে লাভৱান হব আপুনি৷

তুলা ৰাশি

ব্ৰহ্মা যোগৰ প্ৰভাৱত কাইলৈ ধন লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ আৰ্থিক পৰিস্থিতি শুভ হব৷ সকলো কামতেই কাইলৈ সাফল্য লাভ কৰিব৷ পৰিয়ালৰ সৈতে আনন্দৰ সময় কটাব পাৰে৷ ইয়াৰ ফলত আপোনাৰ মনত সুখ শান্তি থাকিব৷ যিসকলে নতুন চাকৰি বিচাৰিছে তেওঁলোকে কোনো সুখবৰ লাভ কৰিব৷ অফিচত আপোনাৰ পৰিস্থিতি ভাল হব৷

মকৰ ৰাশি

কাইলৈ সৌভাগ্য লাভ কৰিব মকৰ ৰাশিৰ জাতকে৷ কাইলৈ প্ৰচুৰ আনন্দ আপুনি লাভ কৰিব পাৰে৷ কোনো ঘৰ বা বাহন ক্ৰয় দীৰ্ঘদিনীয়া ইচ্ছা থাকিলে কাইলৈ সফল হব পাৰে৷ কেৰিয়াৰত কিছু শুভ পৰিবৰ্তন দেখা পাব৷ পৰিশ্ৰম কৰিলে তাৰ শুভ ফল লাভ কৰিব মকৰ ৰাশিৰ জাতকে৷ কোনো ভাল কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷

কুম্ভ ৰাশি

কাইলৈ ২৮ আগষ্ট বসুমান যোগৰ প্ৰভাৱত ভাগ্য খুলিব কুম্ভ ৰাশিৰ জাতকৰ৷ নাৰায়ণৰ কৃপাত কাইলৈ আপুনি শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা মুক্তি পাব৷ কোনো সম্পত্তিৰ লেনদেন কৰিব খুজিলে কাইলৈ দিনটো আপোনাৰ বাবে শুভ৷ দাম্পত্য জীৱনত কাইলৈ সুখ আৰু প্ৰেম বৰ্তি থাকিব৷ প্ৰয়োজনৰ সময়ত জীৱনসংগীক নিজৰ কাষত পাব কুম্ভ ৰাশিৰ জাতকৰ৷ যিসকল অবিবাহিত তেওঁলোকৰ বিবাহৰ কথা আগুৱাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer  ছিমৰনক?
বাণিজ্য

“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer ছিমৰনক?

June 22, 2026
Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য  ১০ হাজাৰ টকা হ্ৰাস
বাণিজ্য

Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য ১০ হাজাৰ টকা হ্ৰাস

June 22, 2026
PPF একাউণ্টত বছৰি ২৫,০০০ টকা  জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক
বাণিজ্য

PPF একাউণ্টত বছৰি ২৫,০০০ টকা জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

June 22, 2026
মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক
অসম

মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

June 22, 2026
Next Post
আগষ্টৰ শেষত গ্ৰহৰ মহাসংযোগ! এই ৩ ৰাশিৰ ওপৰত হ’ব ধনৰ বৃষ্টি, কাৰ কাৰ আৰম্ভ হ’ব ভাল সময়?

আগষ্টৰ শেষত গ্ৰহৰ মহাসংযোগ! এই ৩ ৰাশিৰ ওপৰত হ’ব ধনৰ বৃষ্টি, কাৰ কাৰ আৰম্ভ হ’ব ভাল সময়?

ছেপ্টেম্বৰত ১৫ দিন বন্ধ থাকিব বেংক, আগতীয়াকৈয়ে জানি থওক বন্ধৰ দিনৰ সবিশেষ তথ্য

ছেপ্টেম্বৰত ১৫ দিন বন্ধ থাকিব বেংক, আগতীয়াকৈয়ে জানি থওক বন্ধৰ দিনৰ সবিশেষ তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.