• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭ৰ পৰা ২১ ছেপ্টেম্বৰৰ ভিতৰত আৰু ভয়ংকৰ হৈ উঠিব প্ৰকৃতি! ৰাহু-কেতু-শনিৰ ত্ৰিফলাক লৈ সতৰ্কবাণী জ্যোতিষীৰ, কি কৈছে জ্যোতিষীয়ে?

৭ৰ পৰা ২১ ছেপ্টেম্বৰৰ ভিতৰত আৰু ভয়ংকৰ হৈ উঠিব প্ৰকৃতি! ৰাহু-কেতু-শনিৰ ত্ৰিফলাক লৈ সতৰ্কবাণী জ্যোতিষীৰ, কি কৈছে জ্যোতিষীয়ে?

8 months ago
Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

5 minutes ago
হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

1 hour ago
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

1 hour ago
বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

13 hours ago
টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

13 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

13 hours ago
প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

14 hours ago
১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

14 hours ago
হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

14 hours ago
মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

15 hours ago
AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব!  ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

15 hours ago
নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৭ৰ পৰা ২১ ছেপ্টেম্বৰৰ ভিতৰত আৰু ভয়ংকৰ হৈ উঠিব প্ৰকৃতি! ৰাহু-কেতু-শনিৰ ত্ৰিফলাক লৈ সতৰ্কবাণী জ্যোতিষীৰ, কি কৈছে জ্যোতিষীয়ে?

৭ৰ পৰা ২১ ছেপ্টেম্বৰৰ ভিতৰত আৰু ভয়ংকৰ হৈ উঠিব প্ৰকৃতি! ৰাহু-কেতু-শনিৰ ত্ৰিফলাক লৈ সতৰ্কবাণী জ্যোতিষীৰ, কি কৈছে জ্যোতিষীয়ে?

editor by editor
September 3, 2025
in জীৱনশৈলী
0
৭ৰ পৰা ২১ ছেপ্টেম্বৰৰ ভিতৰত আৰু ভয়ংকৰ হৈ উঠিব প্ৰকৃতি! ৰাহু-কেতু-শনিৰ ত্ৰিফলাক লৈ সতৰ্কবাণী জ্যোতিষীৰ, কি কৈছে জ্যোতিষীয়ে?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰাচীনকালৰে পৰাই গ্ৰহ নক্ষত্ৰৰ অৱস্থান বিচাৰ কৰি ভাগ্যলিপিৰ ভাল বেয়া সকলো দিশ জনাই জ্যোতিষশাস্ত্ৰই৷ প্ৰচলিত বিশ্বাস অনুসৰি নৱগ্ৰহৰ অৱস্থান ইফাল সিফাল হলেই তাৰ প্ৰভাৱ পৰে মানুহৰ জীৱনত৷ সেই গ্ৰহ নক্ষত্ৰৰ বিচাৰ কৰিয়েই এইবাৰ ভয়ংকৰ ভৱিষ্যৎ বাণী কৰিছে চেলিব্ৰিটি জ্যোতিষী বিনোদ কুমাৰে? কি কৈছে বিনোদ কুমাৰে?

সাম্প্ৰতিক ভৱিষ্যদ্বাণীত বিনোদ কুমাৰে জনাইছে যে আগন্তুক ৭ৰ পৰা ২১ ছেপ্টেম্বৰত প্ৰাকৃতিক বিপৰ্যয় আহিব উত্তৰ ভাৰতত৷ এই পক্ষকালক স্পৰ্শকাতৰ আখ্যা দিছে জ্যোতিষীয়ে৷ তেওঁৰ দাবী, এই সময়ত গ্ৰহৰ অৱস্থান ইমানেই বিচিত্ৰ থাকিব যাৰ ফলত সলনি হব পাৰে পৰিবেশ৷ এই গুৰুত্বপূৰ্ণ সন্ধিক্ষণত গ্ৰহৰাজ শনিয়ে প্ৰৱেশ কৰিব মীন ৰাশিত৷ মনত ৰাখিব মীন হৈছে পানীৰ ৰাশি৷ আকৌ চন্দ্ৰৰ গোচৰৰ প্ৰভাৱত অতিৰিক্ত বৃষ্টি হোৱাৰো সম্ভাৱনা প্ৰৱল৷ সকলোতকৈ ভয়ৰ বিষয় হৈছে ৰাহু আৰু কেতুৰ অক্ষ৷ এই অক্ষৰ প্ৰভাৱত জলপ্ৰলয়, ডাৱৰ বিস্ফোৰণ, ধুমুহাৰ দৰে প্ৰাকৃতিক বিপৰ্যয় নামিব পাৰে৷ জ্যোতিষীৰ দাবী যে ৭ৰ পৰা ১০ ছেপ্টেম্বৰ সকলোতকৈ ভয়ংকৰ সময়৷ পূৰ্ণিমাক কেন্দ্ৰ কৰি মাৰাত্মক বৃষ্টি হব পাৰে এই সময়ত৷ ইয়াৰোপৰি ১৫ৰ পৰা ২১ ছেপ্টেম্বৰৰ ভিতৰত ঘটিব পাৰে বৃহৎ কোনো প্ৰাকৃতিক বিপৰ্যয়৷ এই মহাজাগতিক ঘটনাৰ প্ৰভাৱত কি কি ঘটিব পাৰে?

  • নদীৰ জলস্তৰ হঠাৎ বাঢ়ি যাব পাৰে৷ বিশেষকৈ গংগা, যমুনা আৰু ব্ৰহ্মপুত্ৰ আৰু নৰ্মদাৰ জলস্তৰ হঠাৎ বৃদ্ধি পাব পাৰে৷
  •  বানৰ কৱলত পৰিব পাৰে বহু এলেকা৷ চহৰ, গাওঁ নিৰ্বিশেষে বিভিন্ন স্থান বানপৰিস্থিতি ভয়াৱহ হৈ পৰিব পাৰে৷
  • বজ্ৰপাত আৰু অতিবৃষ্টি হব পাৰে বহু এলেকাত৷ ধুমুহাৰো আশংকা আছে৷
  • ভূমিস্খলনৰো আশংকা আছে৷ বিশেষকৈ উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, অসম, মেঘালয় আৰু পঞ্জাৱত ভূমিস্খলনৰ ঘটনা ঘটিব পাৰে৷
  •  ৰোগ বাঢ়ি যোৱাৰো আশংকা আছে৷ ডেংগি, মেলেৰিয়া আৰু টাইফয়েডৰ দৰে ৰোগৰো প্ৰাদুৰ্ভাৱে দেখা দিব পাৰে৷
জ্যোতিষীয়ে জনাইছে যে ২৫ অক্টোবৰৰ পাছত ধীৰে ধীৰে কমিব প্ৰাকৃতিক দুৰ্যোগ৷ ক্ৰমশ পৰিষ্কাৰ হব আকাশ৷ অক্টোবৰৰ আৰম্ভণিতে শৰতৰ আগমনত মনোৰম হৈ উঠিব প্ৰকৃতি৷ জ্যোতিষীয়ে কৰা এই ভৱিষ্যদ্বাণী ইতিমধ্যেই ভাইৰেল হৈ পৰিছে নেটমাধ্যমত৷ ইনষ্টাগ্ৰামত এই ভৱিষ্যদ্বাণী লাইক কৰিছে প্ৰায় ৪০ হাজাৰ মানুহে৷ বহুতেই এই ভৱিষ্যদ্বাণীক লৈ জ্যোতিষী বিনোদ কুমাৰক সমালোচনা কৰাও পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক
জীৱনশৈলী

হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

April 21, 2026
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!
জীৱনশৈলী

হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

April 21, 2026
বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?
জীৱনশৈলী

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

April 20, 2026
টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?
জীৱনশৈলী

টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

April 20, 2026
Next Post
সামান্য পৰিশ্ৰমতেই অত্যধিক ঘাম ওলায়? গৰম নহয়, শৰীৰত এই ভিটামিনৰ ঘাটি হ’লেই দেখা দিয়ে এই বিপদসংকেতে

সামান্য পৰিশ্ৰমতেই অত্যধিক ঘাম ওলায়? গৰম নহয়, শৰীৰত এই ভিটামিনৰ ঘাটি হ’লেই দেখা দিয়ে এই বিপদসংকেতে

ভুৱনেশ্বৰী জয়ন্তীত সৌভাগ্য যোগ, উন্নতিৰ জোৱাৰ ৫ৰাশিৰ জীৱনত

ভুৱনেশ্বৰী জয়ন্তীত সৌভাগ্য যোগ, উন্নতিৰ জোৱাৰ ৫ৰাশিৰ জীৱনত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.