• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুৰ্গাপূজাৰ সময়তে ৪ৰাশিয়ে লাভ কৰিব লক্ষ্মীৰ কৃপা, হাতলৈ অৰ্থ আহিব কোন কোন ৰাশিৰ?

দুৰ্গাপূজাৰ সময়তে ৪ৰাশিয়ে লাভ কৰিব লক্ষ্মীৰ কৃপা, হাতলৈ অৰ্থ আহিব কোন কোন ৰাশিৰ?

12 months ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

2 hours ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

3 hours ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

3 hours ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

4 hours ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

4 hours ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

4 hours ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

5 hours ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

6 hours ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

6 hours ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

7 hours ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

8 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দুৰ্গাপূজাৰ সময়তে ৪ৰাশিয়ে লাভ কৰিব লক্ষ্মীৰ কৃপা, হাতলৈ অৰ্থ আহিব কোন কোন ৰাশিৰ?

দুৰ্গাপূজাৰ সময়তে ৪ৰাশিয়ে লাভ কৰিব লক্ষ্মীৰ কৃপা, হাতলৈ অৰ্থ আহিব কোন কোন ৰাশিৰ?

editor by editor
September 9, 2025
in জীৱনশৈলী
0
দুৰ্গাপূজাৰ সময়তে ৪ৰাশিয়ে লাভ কৰিব লক্ষ্মীৰ কৃপা, হাতলৈ অৰ্থ আহিব কোন কোন ৰাশিৰ?
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩০ ছেপ্টেম্বৰত শুক্ৰৰ পূৰ্বষাদ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ হব৷ চন্দ্ৰৰ এই গোচৰে সকলো ৰাশিৰ ওপৰতেই গভীৰভাৱে প্ৰভাৱ পেলাব পাৰে৷ সেয়ে এই গোচৰে ৪ ৰাশিৰ জীৱনলৈ কেইবাটাও পৰিবৰ্তন আনিব৷ জানি থওক ছেপ্টেম্বৰৰ শেষত কাৰ কাৰ ভাগ্য উজ্বলিব?

বৃষ ৰাশি

পূৰ্বষাদ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ বৃষ ৰাশিৰ জাতকৰ বাবে শুভ৷ এই ৰাশিৰ জাতকে হঠাৎ চাকৰিত ডাঙৰ কোনো পদ লাভ কৰিব পাৰে৷ ব্যৱসায়ৰ প্ৰসাৰ হব৷ নতুন চুক্তি লাভজনক হব৷ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ ভাল হব৷ যুৱকে মানসিক শান্তি লাভ কৰিব৷ ইয়াৰোপৰি কোনো ডাঙৰ সিদ্ধান্ত লবলৈ সক্ষম হব৷

ধনু ৰাশি

পূৰ্বাষাদ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ ধনু ৰাশিৰ জাতকৰ বাবে খুবেই শুভ প্ৰমাণিত হব৷ আপুনি দীৰ্ঘ ধৰ্মীয় ভ্ৰমণলৈ যাব পাৰে৷ ভাগ্যই আপোনাক সংগ দিব৷ অমীমাংসিত কামসমূহ সম্পন্ন হব৷ চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতিৰ পথ খুলিব পাৰে৷ আপুনি এজন ছিনিয়ৰ সহকৰ্মীৰ পৰা সহায় পাব৷ শুভ অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ পাব পাৰে৷ শিক্ষাৰ্থীসকলৰ বাবে এই সময় ভালে থাকিব৷

কুম্ভ ৰাশি

পুৰ্বাষাদ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ কুম্ভ ৰাশিৰ জাতকৰ বাবে খুবেই শুভ প্ৰমাণিত হব৷ কৰ্মজীৱনত অগ্ৰগতিৰ পথ খুলিব৷ ঘৰত বিবাহক লৈ আলোচনা চলিব পাৰে৷ দোকান বা ব্যৱসায়ীয়ে কোনো নতুন অংশীদাৰিত্বৰ সুযোগ পাব যি অপ্ৰত্যাশিতভাৱে লাভজনক প্ৰমাণিত হব পাৰে৷ মাতৃৰ স্বাস্থ্য ভালে থাকিব আৰু মন শান্ত থাকিব৷

মীন ৰাশি

পূৰ্বাষাদ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ মীন ৰাশিৰ জাতকৰ বাবে খুবেই শুভ প্ৰমাণিত হব৷ চাকৰিয়ালৰ দৰমহা বাঢ়িব পাৰে৷ ব্যৱসায়ত পুৰণি বিনিয়োগে প্ৰচুৰ লাভ কঢ়িয়াই আনিব পাৰে৷ মানসিক শান্তি অনুভূত হব৷ বিবাহিতসকলৰ জীৱনত প্ৰেম বৃদ্ধি পাব৷ আপুনি দীৰ্ঘ ভ্ৰমণলৈ যাব পাৰে৷

(Disclaimer: এই খবৰ জ্যোতিষশাস্ত্ৰৰ আধাৰত লিখা হৈছে৷ সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে পেছাদাৰ জ্যোতিষীৰ সৈতে আলোচনা কৰক৷)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব কাইলৈ আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

August 24, 2026
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’
অসম

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

August 24, 2026
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ
জীৱনশৈলী

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

August 24, 2026
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?
জীৱনশৈলী

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

August 24, 2026
Next Post
মাহত ২৫০০ টকা জমা কৰিলেও লাখপতি হ’ব আপুনি, জানক কি এই স্কিম?

মাহত ২৫০০ টকা জমা কৰিলেও লাখপতি হ’ব আপুনি, জানক কি এই স্কিম?

মহালয়াৰ পূৰ্বেই লাকী ৪ ৰাশি, দূৰ হ’ব ঘৰুৱা বিবাদ, হাতলৈ আহিব ধন, কাৰ্যালয়তো পাব সুখবৰ

মহালয়াৰ পূৰ্বেই লাকী ৪ ৰাশি, দূৰ হ’ব ঘৰুৱা বিবাদ, হাতলৈ আহিব ধন, কাৰ্যালয়তো পাব সুখবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.