• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাহত ২৫০০ টকা জমা কৰিলেও লাখপতি হ’ব আপুনি, জানক কি এই স্কিম?

মাহত ২৫০০ টকা জমা কৰিলেও লাখপতি হ’ব আপুনি, জানক কি এই স্কিম?

10 months ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

31 minutes ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

48 minutes ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

1 hour ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

1 hour ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

2 hours ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

3 hours ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

4 hours ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

5 hours ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

6 hours ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

6 hours ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাহত ২৫০০ টকা জমা কৰিলেও লাখপতি হ’ব আপুনি, জানক কি এই স্কিম?

মাহত ২৫০০ টকা জমা কৰিলেও লাখপতি হ’ব আপুনি, জানক কি এই স্কিম?

editor by editor
September 9, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
মাহত ২৫০০ টকা জমা কৰিলেও লাখপতি হ’ব আপুনি, জানক কি এই স্কিম?
0
SHARES
572
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপুনি যদি কোনো এক নিৰাপদ আৰু দুৰ্দান্ত ৰিটাৰ্ণ বিনিয়োগ পৰিকল্পনা বিচাৰিছে তেন্তে পোষ্ট অফিচৰ আৰ ডি স্কিমত আপোনাৰ বাবে আছে এক দুৰ্দান্ত বিকল্প৷ ভাৰতীয় ডাকঘৰে কেৱল তেওঁলোকৰ গ্ৰাহকক ডাক পৰিসেৱাই প্ৰদান নকৰে বৰং বেংকিং আৰু সঞ্চয় স্কিমো প্ৰদান কৰে৷ পোষ্ট অফিচ ৰেকাৰিং ডিপজিট স্কিমত প্ৰতিমাহে এক নিৰ্দিষ্ট পৰিমাণে জমা কৰি আপুনি পাঁচ বছৰত মোটা অংকৰ ধন জমা কৰিব পাৰে৷ বৰ্তমান এই স্কিমত বাৰ্ষিক ৬.৭শতাংশ সুদ দিয়া হয়৷

পোষ্ট অফিচ স্কিমত বিনিয়োগ কৰি কেনেকৈ লাখ লাখ টকা উপাৰ্জন কৰিব?

আৰ ডি অৰ্থাৎ ৰেকাৰিং ডিপজিটত আপুনি প্ৰতিমাহে এক নিৰ্দিষ্ট পৰিমাণে জমা কৰিব পাৰে৷ এই স্কিমত আপুনি মাত্ৰ ১০০ টকা দিও বিনিয়োগ আৰম্ভ কৰিব পাৰে৷ ইয়াত সৰ্বোচ্চ বিনিয়োগৰ কোনো সীমা নাই৷ অৰ্থাৎ আপুনি যিমান ইচ্ছা সিমান জমা কৰিব পাৰে৷ ১০ বছৰতকৈ বেছি বয়সীয়া প্ৰত্যেকেই পোষ্ট অফিচত আৰ ডি একাউণ্ট খুলিব পাৰে৷ আপুনি বিচাৰিলে ইয়াত একক একাউণ্ট বা যৌথ একাউণ্টো খুলিব পাৰে৷

বিনিয়োগ আৰু ম্যাদপূৰ্তি

পোষ্ট অফিচৰ আৰ ডি একাউণ্ট ৬০ মাহত অৰ্থাৎ পাঁচ বছৰত পৰিপক্ক হয়৷ ধৰক আপুনি প্ৰতিমাহে ২৫০০ টকা জমা কৰিছে তেন্তে পাঁচ বছৰত মুঠ বিনিয়োগ হ’ব ২৫০০x ৬০ = ১,৫০,০০০ টকা৷

সুদ লাভ কৰিব ২৮, ৮১৮.৫৭ টকা৷

ম্যাদৰ শেষত হাতলৈ আহিব ১,৫০,০০০ + ২৮,৪১৪.৫৭ = ১,৭৮,৪১৪.৫৭ টকা৷

প্ৰতিমাহে আপুনি মাত্ৰ ২৫০০ টকাকৈ জমা কৰি পাঁচ বছৰৰ পাছত ১ লাখ ৫৭ হাজাৰ টকাতকৈ বেছি ধন জমা কৰিব পাৰে৷

পোষ্ট অফিচৰ আৰ ডি কিয় জনপ্ৰিয়?

পোষ্ট অফিচৰ আৰ ডি স্কিম বাচি ললে আপুনি বহু সুবিধা লাভ কৰিব পাৰে৷ ডাকঘৰে ভাৰত চৰকাৰৰ অধীনত কাম কৰে সেয়ে ইয়াত আপোনাৰ ধন সম্পূৰ্ণ নিৰাপদ৷ আপুনি প্ৰতিমাহে মাত্ৰ ১০০ টকা দিও বিনিয়োগ আৰম্ভ কৰিব পাৰে, যাৰ ফলত সকলোৰে বাবে ই সহজলভ্য হব৷ যদি আপোনাৰ পাঁচ বছৰৰ পূৰ্বে অৰ্থৰ প্ৰয়োজন হয় তেতিয়া তিনি বছৰৰ পাছতো আপুনি এই অৰ্থ উঠাই ল’ব পাৰে৷ যিসকলে প্ৰতিমাহে ক্ষুদ্ৰ সঞ্চয়েৰে ভৱিষ্যতৰ বাবে এক ডাঙৰ তহবিল তৈয়াৰ কৰিব খোজে তেওঁলোকৰ বাবে পোষ্ট অফিচৰ আৰ ডি স্কিম এক চমৎকাৰ বিকল্প৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?
বিনোদন

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

July 16, 2026
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য
অসম

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

July 16, 2026
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড
ভাৰত

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

July 16, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

July 16, 2026
Next Post
মহালয়াৰ পূৰ্বেই লাকী ৪ ৰাশি, দূৰ হ’ব ঘৰুৱা বিবাদ, হাতলৈ আহিব ধন, কাৰ্যালয়তো পাব সুখবৰ

মহালয়াৰ পূৰ্বেই লাকী ৪ ৰাশি, দূৰ হ’ব ঘৰুৱা বিবাদ, হাতলৈ আহিব ধন, কাৰ্যালয়তো পাব সুখবৰ

জ্বলাই দিয়া হ’ল ঘৰ, নেপালত প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝালানাথৰ পত্নীৰ মৃত্যু! প্ৰতিবাদৰ মাজতেই জ্বলন্ত ঘৰৰ ভিতৰত আৱদ্ধ হৈ হেৰুৱালে প্ৰাণ

জ্বলাই দিয়া হ’ল ঘৰ, নেপালত প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝালানাথৰ পত্নীৰ মৃত্যু! প্ৰতিবাদৰ মাজতেই জ্বলন্ত ঘৰৰ ভিতৰত আৱদ্ধ হৈ হেৰুৱালে প্ৰাণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.