• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহালয়াৰ পূৰ্বেই লাকী ৪ ৰাশি, দূৰ হ’ব ঘৰুৱা বিবাদ, হাতলৈ আহিব ধন, কাৰ্যালয়তো পাব সুখবৰ

মহালয়াৰ পূৰ্বেই লাকী ৪ ৰাশি, দূৰ হ’ব ঘৰুৱা বিবাদ, হাতলৈ আহিব ধন, কাৰ্যালয়তো পাব সুখবৰ

9 months ago
প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

1 hour ago
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

2 hours ago
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

3 hours ago
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

4 hours ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

5 hours ago
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

6 hours ago
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

6 hours ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

6 hours ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

7 hours ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

8 hours ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

8 hours ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহালয়াৰ পূৰ্বেই লাকী ৪ ৰাশি, দূৰ হ’ব ঘৰুৱা বিবাদ, হাতলৈ আহিব ধন, কাৰ্যালয়তো পাব সুখবৰ

মহালয়াৰ পূৰ্বেই লাকী ৪ ৰাশি, দূৰ হ’ব ঘৰুৱা বিবাদ, হাতলৈ আহিব ধন, কাৰ্যালয়তো পাব সুখবৰ

editor by editor
September 9, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
মহালয়াৰ পূৰ্বেই লাকী ৪ ৰাশি, দূৰ হ’ব ঘৰুৱা বিবাদ, হাতলৈ আহিব ধন, কাৰ্যালয়তো পাব সুখবৰ
0
SHARES
11.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ২১ ছেপ্টেম্বৰত মহালয়া৷ তাৰ পূৰ্বেই ছেপ্টেম্বৰ মাহৰ ১৭ তাৰিখ অৰ্থাৎ মঙলবাৰে বিশ্বকৰ্মা পূজা অনুষ্ঠিত হব৷ জ্যোতিষশাস্ত্ৰ অনুসৰি এই সময়ত কিছু ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ শুভ ফল আহিব৷ জানি থওক কোন কোন ৰাশিয়ে এইবছৰ বিশ্বকৰ্মা পূজাত লাভৱান হব?

সিংহ ৰাশি

এই ৰাশিৰ জাতকৰ বাবে বিশ্বকৰ্মা পূজা খুবেই শুভ হব৷ বিশেষকৈ যদি আপুনি কৰ্মক্ষেত্ৰত উন্নতিৰ চেষ্টা কৰি আছে তেন্তে এই সময় আপোনাৰ বাবে খুবেই ভাল৷ যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকেও আৰ্থিক লাভ কৰাৰ সম্ভাৱনা আছে৷ পুৰণি ৰৈ থকা কামসমূহ এই সময়তে শেষ কৰিব পাৰিব৷

কন্যা ৰাশি

বিশ্বকৰ্মা পূজাৰ প্ৰভাৱত কন্যা ৰাশিৰ জাতক জাতিকাৰ ভাগ্য উজ্বলি উঠিব৷ কৰ্মজীৱনলৈ ডাঙৰ সুযোগ আহিব পাৰে৷ এই সময়ত কামৰ প্ৰশংসা লাভ কৰিব৷ বিশেষকৈ যদি আপুনি নতুন কোনো কাম আৰম্ভ কৰাৰ কথা ভাৱি আছে তেন্তে এই সময় খুবেই অনুকূল৷ আৰ্থিক দিশৰ পৰা ভাল লাভ হব পাৰে৷

বৃশ্চিক ৰাশি

এই ৰাশিৰ জাতকৰ বাবে বিশ্বকৰ্মা পূজা খুবেই উপকাৰী প্ৰমাণিত হব৷ বিশেষকৈ যদি আপুনি কাৰিগৰি বা ইঞ্জিনিয়াৰিং সংক্ৰান্তিয় কামত যুক্ত থাকে তেন্তে আপোনাৰ জীৱনত উন্নতি অৱধাৰিত৷ অপ্ৰত্যাশিত সূত্ৰৰ পৰা অৰ্থ লাভৰ যোগ আছে৷ যিসকলে শিল্প বা সৃষ্টিশীল কামত যুক্ত তেওঁলোকৰ বাবেও এই সময় খুবেই ভাল৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে এই সময় সৌভাগ্য উদয় হোৱাৰ যোগ৷ কৰ্মজীৱনত আপুনি কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব৷ যদি আপুনি নতুন কোনো উদ্যোগ লোৱাৰ কথা ভাৱিছে তেন্তে এই সময় সঠিক সময়৷ আৰ্থিক দিশৰ পৰাও এই পূজাই আপোনালৈ শুভ ফল কঢ়িয়াই আনিব৷ আপোনাৰ আয়ো বাঢ়িব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

May 30, 2026
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ
বিনোদন

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

May 30, 2026
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?
জীৱনশৈলী

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

May 30, 2026
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!
জীৱনশৈলী

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

May 30, 2026
Next Post
জ্বলাই দিয়া হ’ল ঘৰ, নেপালত প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝালানাথৰ পত্নীৰ মৃত্যু! প্ৰতিবাদৰ মাজতেই জ্বলন্ত ঘৰৰ ভিতৰত আৱদ্ধ হৈ হেৰুৱালে প্ৰাণ

জ্বলাই দিয়া হ’ল ঘৰ, নেপালত প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝালানাথৰ পত্নীৰ মৃত্যু! প্ৰতিবাদৰ মাজতেই জ্বলন্ত ঘৰৰ ভিতৰত আৱদ্ধ হৈ হেৰুৱালে প্ৰাণ

তেওঁৱেই নেপালৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী! কে পি শৰ্মা অলিৰ পদত্যাগৰ পাছতেই সম্ভাৱনাপূৰ্ণৰ তালিকাত থকা কোন এই বালেন্দ্ৰ শ্বাহ?

তেওঁৱেই নেপালৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী! কে পি শৰ্মা অলিৰ পদত্যাগৰ পাছতেই সম্ভাৱনাপূৰ্ণৰ তালিকাত থকা কোন এই বালেন্দ্ৰ শ্বাহ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.