• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তেওঁৱেই নেপালৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী! কে পি শৰ্মা অলিৰ পদত্যাগৰ পাছতেই সম্ভাৱনাপূৰ্ণৰ তালিকাত থকা কোন এই বালেন্দ্ৰ শ্বাহ?

তেওঁৱেই নেপালৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী! কে পি শৰ্মা অলিৰ পদত্যাগৰ পাছতেই সম্ভাৱনাপূৰ্ণৰ তালিকাত থকা কোন এই বালেন্দ্ৰ শ্বাহ?

6 months ago
ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

4 hours ago
ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

ৰাজপথত নাথাকিব দুচকীয়া বাহন! ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

4 hours ago
মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

5 hours ago
প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

6 hours ago
প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

7 hours ago
আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

8 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

8 hours ago
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

9 hours ago
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

10 hours ago
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

10 hours ago
প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

11 hours ago
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

তেওঁৱেই নেপালৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী! কে পি শৰ্মা অলিৰ পদত্যাগৰ পাছতেই সম্ভাৱনাপূৰ্ণৰ তালিকাত থকা কোন এই বালেন্দ্ৰ শ্বাহ?

তেওঁৱেই নেপালৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী! কে পি শৰ্মা অলিৰ পদত্যাগৰ পাছতেই সম্ভাৱনাপূৰ্ণৰ তালিকাত থকা কোন এই বালেন্দ্ৰ শ্বাহ?

editor by editor
September 9, 2025
in বিশ্ব, লেখা
0
তেওঁৱেই নেপালৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী! কে পি শৰ্মা অলিৰ পদত্যাগৰ পাছতেই সম্ভাৱনাপূৰ্ণৰ তালিকাত থকা কোন এই বালেন্দ্ৰ শ্বাহ?
0
SHARES
984
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কঠোৰ কাৰ্ফিউ চলি থকা সত্ত্বেও দেশজুৰি প্ৰতিবাদ অব্যাহত আছে নেপালত৷ নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি আৰু কেইবাজনো ৰাজনৈতিক নেতাৰ ঘৰত জুই লগাই দিছে প্ৰতিবাদকাৰীয়ে৷ কাঠমাণ্ডুত ক্ষমতাহীন কমিউনিষ্ট পাৰ্টি অফ নেপাল বা চি পি এন আৰু নেপালী কংগ্ৰেছৰ দলীয় সদৰ দপ্তৰো ভাঙি চুৰমাৰ কৰি পেলোৱা হৈছে৷ তীব্ৰ বিক্ষোভৰ পাছতেই অলিয়ে প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিছে৷ জেন জি প্ৰটেষ্ট নেমেৰে পৰিচিত এই অস্থিৰতাৰ নেতৃত্ব দিছে মূলত ২৮ বছৰতকৈ তলৰ তৰুণ তৰুণীয়ে৷

সোমবাৰে পথলৈ ওলাই অহা হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ বেছিভাগেই ইউনিফৰ্ম পৰিহিত আছিল৷ আৰক্ষীয়ে জনতাৰক ওপৰত গুলি চলোৱাৰ পাছতেই আৰু অধিক হিংস্ৰ হৈ পৰে পৰিস্থিতি৷ যাৰ ফলত ১৯গৰাকীকৈ প্ৰতিবাদকাৰী নিহত হয়৷ ইয়াৰ প্ৰতিক্ৰিয়াত নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখকেও পদত্যাগ কৰে৷ তেওঁ পদত্যাগ পত্ৰত লিখিছে যে তেওঁ এই ট্ৰেজেডিৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিছে৷ অলিৰ পদত্যাগৰ পাছতেই পৰবৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নাম উত্থাপিত হৈছে বালেন্দ্ৰ শ্বাহৰ৷ জানি থওক তেওঁ কোন?

কাঠমাণ্ডুৰ ১৫ সংখ্যক মেয়ৰ বালেন্দ্ৰ শ্বাহ কেৱল এজন ৰাজনীতিবিদেই নহয় এজন ছিভিল ইঞ্জিনিয়াৰো৷ বহু তৰুণ নেপালীৰ কাষত তেওঁ আশা আৰু পৰিবৰ্তনৰ প্ৰতিনিধি৷ বালেনে মেয়ৰ পদত জয়লাভ কৰাৰ পাছৰে পৰাই নেপালৰ জনতাই তেওঁক ভৱিষ্যতৰ এজন সম্ভাৱ্য প্ৰধানমন্ত্ৰী হিচাপে চাবলৈ আৰম্ভ কৰে৷ তেওঁৰ সাফল্যই অন্য প্ৰাৰ্থীসকলকো ৰাজনীতিত ভৰি দিয়াৰ বাবে উৎসাহিত কৰিথে৷ এই নতুন শক্তিৰ এক স্পষ্ট ফলাফল আছিল ৰবি লামিছানেৰ নেতৃত্বত ৰাষ্ট্ৰীয় স্বাধীন পাৰ্টিৰ উত্থান, যিয়ে নেপালৰ সংসদৰ নিম্নকক্ষত ২১ খন আসন লাভ কৰিছে৷

এই অস্থিৰতাৰ মাজত ব্যৱসায়ৰ পৰা ৰাজনীতিবিদত পৰিণত মিঃ শ্বাহে প্ৰতিবাদকাৰীসকলৰ প্ৰতি সংহতি প্ৰকাশ কৰিছে৷ এক ফেছবুক পোষ্টত, কাঠমাণ্ডুৰ মেয়ৰে কৈছে যে আয়োজকসকলৰ দ্বাৰা নিৰ্ধাৰিত বয়সৰ সীমাৰ কাৰণে তেওঁ উপস্থিত থাকিব পৰা নাই৷ তেওঁ উপস্থিত নাথাকিলেও তেওঁ দেশৰ তৰুণসকলৰ সৈতে আছে৷

১৯৯০ চনত কাঠমাণ্ডুত জন্মগ্ৰহণ বালেন্দ্ৰৰ৷ তেওঁ নেপালৰ ছিভিল ইঞ্জিনিয়াৰিঙত অধ্যয়ন কৰে আৰু পাছত ভাৰতৰ বিশ্বেশ্বৰায়া টেকনোলজিকেল বিশ্ববিদ্যালয়ৰ পৰা ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে৷ ৰাজনীতিত প্ৰৱেশৰ পূৰ্বে মিঃ শ্বাহে নেপালৰ আণ্ডাৰগ্ৰাউণ্ড হিপ হপ জগততো এজন যাৰ্পাল আৰু গীতিকাৰ হিচাপে সক্ৰিয় আছিল৷ প্ৰায়েই তেওঁ সংগীতৰ মাধ্যমেৰে দুৰ্নীতি আৰু বৈষম্যৰ দৰে বিষয়সমূহ উত্থাপন কৰি আহিছে৷ ২০২২ চনত তেওঁ কাঠমাণ্ডুৰ মেয়ৰ নিৰ্বাচনত এজন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে আৰু ৬১০০০ ৰো বেছি ভোট লাভ কৰি তেওঁ জয়ীও হয়৷

উল্লেখ্য যে এই আন্দোলন নেপালৰ ৰাজনৈতিক ইতিহাসত নতুন উত্থান৷ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি সকলোৱে পদত্যাগ কৰাৰ পাছত দেশৰ শাসন কোনে চম্ভালি ল’ব সেই লৈয়ো উঠিছে প্ৰশ্ন৷ তাৰমাজতেই বহুতে বালেনকেই পৰবৰ্তী প্ৰধানমন্ত্ৰীৰ ৰূপত দেখা পাব বুলি ধাৰণাও কৰিছে৷ কিন্তু বালেন আৰু অন্যান্য নিৰ্দলীয় সকলে চলাব পাৰিবনে দেশ সেই লৈ বহুতেই সন্দিহানো হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?
জীৱনশৈলী

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

March 16, 2026
আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?
জীৱনশৈলী

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

March 16, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
Next Post
বৃদ্ধি যোগৰ সৈতে ধ্ৰুৱ যোগ, গণপতিৰ কৃপা পাব এই ৫ৰাশিয়ে

বৃদ্ধি যোগৰ সৈতে ধ্ৰুৱ যোগ, গণপতিৰ কৃপা পাব এই ৫ৰাশিয়ে

ভাগ্য উজ্বলি উঠিব! ১৫ তাৰিখৰ পৰা ৬ৰাশিৰ কঁপালত লেখা আছে সোণালী ভৱিষ্যত, আপুনি আছেনে তালিকাত?

ভাগ্য উজ্বলি উঠিব! ১৫ তাৰিখৰ পৰা ৬ৰাশিৰ কঁপালত লেখা আছে সোণালী ভৱিষ্যত, আপুনি আছেনে তালিকাত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.