• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাগ্য উজ্বলি উঠিব! ১৫ তাৰিখৰ পৰা ৬ৰাশিৰ কঁপালত লেখা আছে সোণালী ভৱিষ্যত, আপুনি আছেনে তালিকাত?

ভাগ্য উজ্বলি উঠিব! ১৫ তাৰিখৰ পৰা ৬ৰাশিৰ কঁপালত লেখা আছে সোণালী ভৱিষ্যত, আপুনি আছেনে তালিকাত?

9 months ago
জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

7 hours ago
জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

7 hours ago
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

7 hours ago
কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

8 hours ago
EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

8 hours ago
ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

10 hours ago
মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক!  মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক! মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

10 hours ago
বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব

বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব

11 hours ago
দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

11 hours ago
চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

11 hours ago
বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

12 hours ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাগ্য উজ্বলি উঠিব! ১৫ তাৰিখৰ পৰা ৬ৰাশিৰ কঁপালত লেখা আছে সোণালী ভৱিষ্যত, আপুনি আছেনে তালিকাত?

ভাগ্য উজ্বলি উঠিব! ১৫ তাৰিখৰ পৰা ৬ৰাশিৰ কঁপালত লেখা আছে সোণালী ভৱিষ্যত, আপুনি আছেনে তালিকাত?

editor by editor
September 9, 2025
in জীৱনশৈলী, ভাৰত
0
ভাগ্য উজ্বলি উঠিব! ১৫ তাৰিখৰ পৰা ৬ৰাশিৰ কঁপালত লেখা আছে সোণালী ভৱিষ্যত, আপুনি আছেনে তালিকাত?
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৫ ছেপ্টেম্বৰৰ পৰা ৯ অক্টোবৰ পৰ্যন্ত শুক্ৰ গ্ৰহই সিংহ ৰাশিত অৱস্থান কৰিব৷ অৰ্থ আৰু ঐশ্বৰ্যৰ কাৰক শুক্ৰই যেতিয়া সিংহ ৰাশিত প্ৰৱেশ কৰিব তেতিয়াই তাৰ প্ৰভাৱত কিছু ৰাশিৰ জীৱনত ৰাজযোগ আৰু ধনযোগৰ সম্ভাৱনা তৈয়াৰ হব৷ ৰাজনীতি আৰু প্ৰশাসন সংশ্লিষ্ট ব্যক্তিয়ে পৰাক্ৰম যোগ লাভ কৰিব৷ চৰকাৰী চাকৰিৰ বাবে যিসকলে চেষ্টা কৰি আছে তেওঁলোকে সাফল্য পাব৷ যিসকলে ৰাজনীতিত প্ৰৱেশ কৰিব খুজিছে তেওঁলোকৰ পথ সহজ হব৷ বিশেষকৈ মেষ, বৃষ, কৰ্কট, সিংহ, তুলা আৰু ধনু ৰাশিৰ জাতকৰ বাবে এই সময় অত্যন্ত পৰিবৰ্তনশীল আৰু ইতিবাচক হব৷

মেষ ৰাশি

মেষ ৰাশিৰ পঞ্চমঘৰত শুক্ৰৰ গোচৰৰ কাৰণে আপোনাৰ প্ৰতিভা আৰু দক্ষতাৰ বিস্তাৰ ঘটিব৷ কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা আৰু যোগ্যতাৰ যথাযথ স্বীকৃতি পাব৷ প্ৰতিযোগিতামূলক পৰীক্ষা আৰু সাক্ষাৎকাৰত বৃহৎ সাফল্য আহিব পাৰে৷ আয় উল্লেখযোগ্যভাৱে বৃদ্ধি পাব৷ দেৱ দেৱীৰ পূজা অৰ্চনাত আগ্ৰহ বাঢ়িব৷ হঠাৎ অৰ্থলাভৰ সম্ভাৱনা প্ৰৱল৷ সন্তান সুখ বা সন্তান লাভৰ শুভ সংবাদ পাব পাৰে৷ যিসকল চাকৰিয়াল বা বেকাৰ তেওঁলোকৰ বাবেও বিদেশৰ পৰা কামৰ সুযোগ আহিব৷ সংক্ষেপে মেষ ৰাশিৰ জাতক জাতিকাই এই সময়ত সৌভাগ্য, অৰ্থপ্ৰাপ্তি আৰু কৰ্মজীৱনত উন্নতিৰ বিশেষ সুযোগ পাব৷

বৃষ ৰাশি

বৃষ ৰাশিৰ অধিপতি শুক্ৰই চতুৰ্থভাৱত অৱস্থান কৰিব৷ ইয়াৰ ফলত জীৱনত সুখ সমৃদ্ধি আৰু পাৰিবাৰিক আনন্দ বৃদ্ধি পাব৷ নিজৰ ঘৰ নিৰ্মাণৰ সপোন আগবাঢ়িব৷ পৰিয়ালত আনন্দ, শান্তি আৰু ঐশ্বৰ্যৰ পৰিবেশ তৈয়াৰ হব৷ কৰ্মক্ষেত্ৰত যেনেকৈ সন্মান বাঢ়িব তেনেকৈ সমাজতো সন্মান আৰু মৰ্যাদা বৃদ্ধি পাব৷ ৰাজনীতি আৰু চৰকাৰী ক্ষেত্ৰতো ৰাজযোগৰ প্ৰভাৱ অনুভূত হব৷ পদোন্নতি, দৰমহা বৃদ্ধি আৰু বদলিৰ দৰে শুভ সুযোগ আহিব৷ ব্যৱসায় আৰু কেৰিয়াৰ সম্পূৰ্ণৰূপে ক্ষতিমুক্ত হব৷ আয়ত স্পষ্ট বৃদ্ধি ঘটিব৷ অৰ্থাৎ বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময়ত পাৰিবাৰিক আনন্দ, কৰ্মজীৱনত উন্নতি আৰু আৰ্থিক স্থিতিশীলতাৰ সময়৷

কৰ্কট ৰাশি

এই ৰাশিৰ জাতকৰ বাবে শুক্ৰৰ ধনভৱনত গোচৰ অত্যন্ত শুভ৷ কম পৰিশ্ৰমত অধিক লাভ হব৷ হঠাৎ অৰ্থপ্ৰাপ্তি আৰু আয়ৰ নতুন সুযোগ তৈয়াৰ হব৷ শ্বেয়াৰ মাৰ্কেটৰ পৰাও উল্লেখযোগ্য লাভ সম্ভৱ৷ চাকৰি আৰু কেৰিয়াৰত পৰাক্ৰম যোগ সৃষ্টি হব৷ বেকাসকলৰ ওপৰিও কৰ্মৰতসকলেও বিদেশৰ পৰা কামৰ প্ৰস্তাৱ পাব পাৰে৷ ভাল বিবাহৰ প্ৰস্তাৱ আহিব পাৰে৷ দাম্পত্য জীৱনতো বুজাপৰা বাঢ়িব৷ আৰ্থিক সমস্যাৰ সমাধান হব৷ অৰ্থাৎ কৰ্কট ৰাশিৰ জাতকৰ বাবে ই হ’ব অৰ্থনৈতিক উন্নতি আৰু পাৰিবাৰিক সুখৰ সময়৷

সিংহ ৰাশি

সিংহ ৰাশিৰ অধিপতি সূৰ্য আৰু ইয়াত শুক্ৰৰ আগমন বিশেষ ফলদায়ক হব৷ কৰ্মক্ষেত্ৰত নিশ্চিতভাৱে পদোন্নতি হব৷ কামৰ চাপৰ পৰা মুক্তি পাব৷ পেছাগত কাৰণত বিদেশ ভ্ৰমণৰ সুযোগ আহিব৷ বেকাৰসকলে নিজৰ স্থানতেই ভাল চাকৰি পাব৷ আয়ৰ বিভিন্ন উৎস বাঢ়িব৷ জীৱনসংগীয়ে উচ্চপদত অধিষ্ঠিত হব৷ জীৱনযাত্ৰাত আমূল পৰিবৰ্তন আহিব৷ সিংহ ৰাশিৰ বাবে ই হব কেৰিয়াৰত উন্নতি আৰু বিলাসবহুল জীৱনযাত্ৰাৰ সময়৷

তুলা ৰাশি

তুলা ৰাশিৰ অধিপতি নিজেই শুক্ৰ৷ সেয়ে ইয়াৰ গোচৰ বিশেষ প্রভাৱশালী৷ বিভিন্নভাৱে আৰ্থিক লাভ হব৷ ৰৈ থকা টকা উভতাই পোৱাৰ সম্ভাৱনা৷ প্ৰভাৱশালী আৰু সন্মানিত ব্যক্তিসকলৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক তৈয়াৰ হব৷ চাকৰিয়ালে চৰকাৰী চাকৰিত সুযোগ পাব৷ চাকৰিত স্থিতি আহিব, পদোন্নতি আৰু দৰমহা বৃদ্ধি হব৷ কেৰিয়াৰ আৰু ব্যৱসায় দুই ক্ষেত্ৰতেই উন্নতি হব৷ তুলা ৰাশিৰ জাতকৰ বাবে ই হব আৰ্থিক স্থিতি, সামাজিক সম্পৰ্ক আৰু কৰ্মক্ষেত্ৰত অগ্ৰগতিৰ সময়৷

ধনু ৰাশি

ধনু ৰাশিৰ বাবে ৰাজযোগ আৰু ধনযোগ দুটাই তৈয়াৰ হব৷ জীৱনৰ সকলো ক্ষেত্ৰতেই আশাতীত অগ্ৰগতি হব৷ প্ৰতিযোগিতামূলক পৰীক্ষা আৰু ইণ্টাৰভিউত সাফল্য আহিব৷ বিদেশৰ পৰা অৰ্থলাভৰ সুযোগ তৈয়াৰ হব৷ আয় প্ৰতিদিনে বৃদ্ধি পাব৷ চাকৰিয়াল আৰু চৰকাৰী বেংক ছেক্টৰত কাম পোৱাৰ সম্ভাৱনা৷ কৰ্মজীৱনৰ ওপৰিও ব্যৱসায়ত ভাল লাভ হব৷ ধনু  ৰাশিৰ জাতকৰ বাবে ই হব ভাগ্যোন্নতি, শিক্ষা, কৰ্মজীৱন আৰু অৰ্থপ্ৰাপ্তিৰ সোনালী সময়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?
জীৱনশৈলী

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

May 25, 2026
জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?
জীৱনশৈলী

জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

May 25, 2026
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?
ক্ৰীড়া

মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

May 25, 2026
কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

May 25, 2026
Next Post
প্ৰতীক্ষাৰ অৱসান!  iphone 17 চিৰিজৰ একাধিক মডেল প্ৰকাশ কৰিলে এপল ইভেণ্টত, ভাৰতত কিমান হ’ব দাম?

প্ৰতীক্ষাৰ অৱসান! iphone 17 চিৰিজৰ একাধিক মডেল প্ৰকাশ কৰিলে এপল ইভেণ্টত, ভাৰতত কিমান হ’ব দাম?

পিতৃপক্ষতেই মহাযোগ! হাতলৈ ধন আহিব এই ৭ৰাশিৰ, সোণৰ দৰে চমকিব ভাগ্য

পিতৃপক্ষতেই মহাযোগ! হাতলৈ ধন আহিব এই ৭ৰাশিৰ, সোণৰ দৰে চমকিব ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.