• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সোমবাৰে সৰ্বাৰ্থসিদ্ধি যোগ, শিৱৰ কৃপাত ভাগ্যৰ সহায় পাব ৫ৰাশিয়ে

সোমবাৰে সৰ্বাৰ্থসিদ্ধি যোগ, শিৱৰ কৃপাত ভাগ্যৰ সহায় পাব ৫ৰাশিয়ে

9 months ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

6 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

6 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

7 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

8 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

9 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

10 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

11 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

11 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

12 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

13 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

13 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সোমবাৰে সৰ্বাৰ্থসিদ্ধি যোগ, শিৱৰ কৃপাত ভাগ্যৰ সহায় পাব ৫ৰাশিয়ে

সোমবাৰে সৰ্বাৰ্থসিদ্ধি যোগ, শিৱৰ কৃপাত ভাগ্যৰ সহায় পাব ৫ৰাশিয়ে

editor by editor
September 15, 2025
in জীৱনশৈলী, ভাৰত, লেখা
0
সোমবাৰে সৰ্বাৰ্থসিদ্ধি যোগ, শিৱৰ কৃপাত ভাগ্যৰ সহায় পাব ৫ৰাশিয়ে
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৫ ছেপ্টেম্বৰ সোমবাৰ, এই দিনটোৰ অধিপতি গ্ৰহ চন্দ্ৰ আৰু দেৱতা হৈছে ভগৱান শিৱ৷ চন্দ্ৰৰ গোচৰ মিথুন ৰাশিত বৃহস্পতিৰ সৈতে হৈছে যাৰ কাৰণে গজকেশৰী নামক শুভ যোগ তৈয়াৰ হৈছে৷ ইয়াৰোপৰি বুধ গ্ৰহৰ সংযোগ কন্যা ৰাশিত হৈছে৷ ইয়াৰোপৰি আৰ্দ্ৰা নক্ষত্ৰৰ সৈতে মিলিত হৈ সৰ্বাৰ্থ সিদ্ধি যোগ আৰু অমৃত সিদ্ধি যোগৰ শুভ সংযোগো তৈয়াৰ হৈছে৷ এই পৰিস্থিতিত ভগৱান শিৱৰ কৃপা আৰু ভাদ ৰাজযোগৰ কাৰণে মিথুন, সিংহ, কন্যা, তুলা ধনু ৰাশৰ বাবে খুবেই শুভ হব৷

সোমবাৰৰ ভাগ্যবান ৰাশি

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো আৰ্থিক দিশৰ পৰা শুভ৷ ভাগ্যৰ সমৰ্থন পাব৷ চাকৰিত আপোনাৰ দিনটো স্বাভাৱিক থাকিব৷ আপুনি কোনো নতুন প্ৰকল্পত কাম কৰাৰ সুযোগ পাব৷ যদি আপুনি চাকৰি পৰিবৰ্তন কৰাৰ চেষ্টা কৰে তেন্তে আপুনি সাফল্য পাবই৷ ব্যৱসায়ত কোনো লাভ কৰিব পাৰে৷ আপুনি পিতৃৰ পৰা সহায় লাভ কৰিব৷ আৰ্থিক দিশৰ পৰা আপোনাৰ পৰিকল্পনা সফল হব৷

সিংহ ৰাশি

সোমবাৰ সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে কৰ্মক্ষেত্ৰত শুভ দিন৷ চাকৰিত ইতিবাচক পৰিস্থিতিৰ সুবিধা পাব৷ সহকৰ্মী আৰু সহযোগীৰ পৰা সহায় পাব৷ আৰ্থিক ক্ষেত্ৰত আপোনাৰ দিনটো আনন্দদায়ক হব৷ কৰ্মক্ষেত্ৰত কৰ্মকৰ্তাৰ পৰা সাহায্য পাব৷ আৰ্থিক ক্ষেত্ৰত আপোনাৰ দিনটো আনন্দদায়ক হব৷ বন্ধুৰ পৰা আপুনি সমৰ্থন পাব৷ শহুৰৰ ঘৰৰ সৈতে আপোনাৰ সম্পৰ্ক সৌহাৰ্দ্যপূৰ্ণ থাকিব৷ বৈদেশিক ক্ষেত্ৰতো আপোনাৰ লাভ হব পাৰে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে খুবেই শুভ আৰু কল্যাণকৰ দিন হ’ব৷ ওকালতিৰ কামৰ সৈতে যুক্ত ব্যক্তিয়ে এক বৃহৎ সুযোগ পাব পাৰে৷ চাকৰিত বুদ্ধিমত্তা আৰু চতুৰতাৰ কাৰণে আপুনি উপকৃত হব৷ আপুনি এক নতুন প্ৰকল্পত কাৰিবলৈ আৰম্ভ কৰিব৷ আপুনি এক সঞ্চয় প্ৰকল্পত অৰ্থ বিনিয়োগ কৰিব পাৰে৷ আপুনি প্ৰেমিকৰ সৈতে প্ৰেমময় দিন কটাব৷ আপুনি চৰকাৰী ক্ষেত্ৰৰ কামত সাফল্য পাব৷ আপুনি স্বল্পম্যাদি বিনিয়োগৰ পৰা সুবিধা পাব৷

তুলা ৰাশি

সোমবাৰ তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আনন্দৰ দিন হব৷ আপুনি শক্তি আৰু উৎসাহেৰে ভৰপুৰ থাকিব৷ নতুন কিছু কৰাৰ সুযোগ পাব৷ সাহসী সিদ্ধান্তই আপোনাক সফল কৰিব৷ আপোনাৰ চাকৰিত সহকৰ্মীৰ পৰা সমৰ্থন পাব৷ কৰ্মক্ষেত্ৰতো উন্নতিৰ সুযোগ পাব৷ আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ কামত পূৰ্ণ সাফল্য পাব৷ আপুনি যদি বাহন ক্ৰয়ৰ চিন্তা কৰিছে তেন্তে সাফল্য পাব৷ আপোনাৰ বিবাহিত জীৱন সুখৰ হব৷ আপোনাৰ যিকোনো অসম্পূৰ্ণ কাম সম্পন্ন হব৷ আপুনি চৰকাৰী কামত সাফল্য পাব৷

ধনু ৰাশি

সোমবাৰে ধনু ৰাশিৰ জাতকৰ সম্পদ বৃদ্ধি পাব৷ আপুনি আৰ্থিক প্ৰকল্পত বিনিয়োগ কৰি অৰ্থ উপাৰ্জন কৰিব পাৰে৷ আপুনি বন্ধুবান্ধৱ আৰু আত্মীয়স্বজনৰ পৰা সহায়তা পাব৷ আপুনি আপোনাৰ ভাইটি ভন্টীৰ পৰা প্ৰত্যাশিত সহায় পাব৷ আপুনি আপোনাৰ পিতৃ আৰু পিতৃপক্ষৰ পৰা উপকৃত হব৷ ভাগ্যই আপোনালৈ অগ্ৰগতিৰ সুযোগ আনিব৷ সামাজিক কামত অংশ লৈ আপুনি সন্মান পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

June 26, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

June 26, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

June 26, 2026
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!
জীৱনশৈলী

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

June 26, 2026
Next Post
পাঁচ বছৰ জমা কৰিলেই পাব ১৭ লাখ টকা, পোষ্ট অফিচৰ এই বাম্পাৰ স্কিম কি আজিয়েই জানি থওক

পাঁচ বছৰ জমা কৰিলেই পাব ১৭ লাখ টকা, পোষ্ট অফিচৰ এই বাম্পাৰ স্কিম কি আজিয়েই জানি থওক

দীপাৱলিৰ পূৰ্বেই ঘোষণা হ’ব অষ্টম পে কমিছন আৰু DA? চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আছে ডাঙৰ খবৰ

দীপাৱলিৰ পূৰ্বেই ঘোষণা হ’ব অষ্টম পে কমিছন আৰু DA? চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আছে ডাঙৰ খবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.