• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীপাৱলিৰ পূৰ্বেই ঘোষণা হ’ব অষ্টম পে কমিছন আৰু DA? চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আছে ডাঙৰ খবৰ

দীপাৱলিৰ পূৰ্বেই ঘোষণা হ’ব অষ্টম পে কমিছন আৰু DA? চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আছে ডাঙৰ খবৰ

1 year ago
কালিকা লাগিছে নেকি বিলাস INNত?

কালিকা লাগিছে নেকি বিলাস INNত?

24 minutes ago
অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

55 minutes ago
একেৰাহে বন্ধ থাকিব বেংক! শীঘ্ৰে কৰক প্ৰয়োজনীয় কাম

একেৰাহে বন্ধ থাকিব বেংক! শীঘ্ৰে কৰক প্ৰয়োজনীয় কাম

3 hours ago
বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

3 hours ago
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

3 hours ago
গাড়ীত ‘PRESS’ লিখি VIP ষ্টাইলত ঘূৰিছিল ঘনকান্তই! ৫ গৰাকী লোকক *ত্যা কৰা ঘা*তকৰ প্ৰকৃত পৰিচয় এতিয়াও ৰহস্য আৱৰ্তত

গাড়ীত ‘PRESS’ লিখি VIP ষ্টাইলত ঘূৰিছিল ঘনকান্তই! ৫ গৰাকী লোকক *ত্যা কৰা ঘা*তকৰ প্ৰকৃত পৰিচয় এতিয়াও ৰহস্য আৱৰ্তত

4 hours ago
মাষ্টাৰমাইণ্ড ঘনকান্ত গগৈ কোন? কি শত্ৰুতা আছিল হেলেনা ভৰালীৰ পৰিয়ালৰ সৈতে, জানক ন ন তথ্য

মাষ্টাৰমাইণ্ড ঘনকান্ত গগৈ কোন? কি শত্ৰুতা আছিল হেলেনা ভৰালীৰ পৰিয়ালৰ সৈতে, জানক ন ন তথ্য

5 hours ago
হোটেল বিলাস ইনৰ গু*লী*চা*লনাত জড়িত মাষ্টাৰমাইণ্ড ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

হোটেল বিলাস ইনৰ গু*লী*চা*লনাত জড়িত মাষ্টাৰমাইণ্ড ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

7 hours ago
‘২৪ ঘন্টাৰ ভিতৰত দোষীক এন**ণ্টাৰ কৰক’, হাতযোৰ কৰি অনুৰোধ দেৱৰ্ষি ভৰালীৰ বন্ধুৰ

‘২৪ ঘন্টাৰ ভিতৰত দোষীক এন**ণ্টাৰ কৰক’, হাতযোৰ কৰি অনুৰোধ দেৱৰ্ষি ভৰালীৰ বন্ধুৰ

8 hours ago
হেলেনা ভৰালী কোন? কেনেকৈ হৈছিল সফল অসমীয়া উদ্যোগী মহিলা জানক

হেলেনা ভৰালী কোন? কেনেকৈ হৈছিল সফল অসমীয়া উদ্যোগী মহিলা জানক

9 hours ago
গুৱাহাটীৰ গু*লীচালনাক লৈ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য, তদন্তত নতুন মোৰ!

গুৱাহাটীৰ গু*লীচালনাক লৈ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য, তদন্তত নতুন মোৰ!

10 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

আজিৰ ভাগ্যৱান ৩ ৰাশি, বাকী ৰাশিৰ জাতক-জাতিকা হওক সাৱধান!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দীপাৱলিৰ পূৰ্বেই ঘোষণা হ’ব অষ্টম পে কমিছন আৰু DA? চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আছে ডাঙৰ খবৰ

দীপাৱলিৰ পূৰ্বেই ঘোষণা হ’ব অষ্টম পে কমিছন আৰু DA? চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আছে ডাঙৰ খবৰ

editor by editor
September 15, 2025
in জীৱনশৈলী, বাণিজ্য, ভাৰত
0
দীপাৱলিৰ পূৰ্বেই ঘোষণা হ’ব অষ্টম পে কমিছন আৰু DA? চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আছে ডাঙৰ খবৰ
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অক্টোবৰ মাহত কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনভোগী কৰ্মীৰ বাবে স্বস্তিৰ কাৰণ হ’ব বুলি ধাৰণা কৰা হৈছে৷ মিডিয়া ৰিপৰ্ট অনুসৰি চৰকাৰে দীপাৱলিৰ পূৰ্বে দুটাকৈ ডাঙৰ ঘোষণা কৰিব পাৰে৷ প্ৰথমতে মহাৰ্ঘ ভাট্টা(DA) আৰু মহাৰ্ঘ ত্ৰাণ(DR) বৃদ্ধি, দ্বিতীয়তে দীৰ্ঘকাল ধৰি আহিব আহিব বুলি ৰৈ থকা অষ্টম বেতন কমিছন গঠনৰ বিজ্ঞাপ্তি৷ যদি সঁচাকৈয়ে অষ্টম পে কমিছন কাৰ্যকৰী হয় তেতিয়া প্ৰায় ১.২ কোটি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীয়ে এই চৰকাৰী সুবিধা লাভ কৰিব৷

মহাৰ্ঘ ভাট্টা কিমান বাঢ়িব?

বৰ্তমান কেন্দ্ৰীয় কৰ্মচাৰীয়ে ৫৫শতাংশ মহাৰ্ঘ ভাট্টা পায়৷ শেহতীয়া তথ্যৰ ভিত্তিত অনুমান কৰা হৈছে যে চৰকাৰে এই মহাৰ্ঘ ভাট্টা ৩ শতাংশলৈ বৃদ্ধিৰ ঘোষণা কৰিব পাৰে৷ এই সংশোধনী ২০২৫ চনৰ জুলাইৰ পৰা কাৰ্যকৰ কৰা হব৷ অৰ্থাৎ কৰ্মচাৰীয়ে অক্টোবৰৰ দৰমহাৰ সৈতে বা পেঞ্চনৰ সৈতে শেষ তিনি মাহৰ বকেয়াও পাব পাৰে৷ উল্লেখ্য যে চৰকাৰে প্ৰতি বছৰ দুবাৰকৈ ডি এ সংশোধন কৰে৷ প্ৰথমে জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত আৰু দ্বিতীয়টো জুলাইৰ পৰা ডিচেম্বৰৰ ভিতৰত৷ এই বছৰ দীপাৱলি ২০-২১ অক্টোবৰত আৰু ধাৰণা কৰা হৈছে অক্টোবৰৰ প্ৰথম সপ্তাহত এই ঘোষণা কৰা হ’ব৷ বিগত বছৰ চৰকাৰে ১৬ অক্টোবৰত ডি এ বৃদ্ধিৰ ঘোষণা কৰিছিল৷

অষ্টম বেতন কমিছন সম্পৰ্কে প্ৰত্যাশা

কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ মাজত এতিয়া সকলোতকৈ চৰ্চাত বিষয় হৈছে অষ্টম বেতন কমিছন৷ ২০২৫ চনৰ জানুৱাৰীত চৰকাৰে কমিছন গঠনৰ ইংগিত দিছিল, কিন্তু এতিয়াও ইয়াৰ বিজ্ঞাপ্তি জাৰি কৰা নহল৷ বহুতেই চৰ্চা চলাইছে যে দীপাৱলিৰ পূৰ্বে এই বিষয়ে সিদ্ধান্ত লোৱা হব পাৰে৷

চৰকাৰৰ ওপৰত চাপ বৃদ্ধি

অষ্টম বেতন কমিছনক লৈ কৰ্মচাৰী সংগঠনসমূহে ক্ৰমাগতভাৱে চাপ দি আছে৷ সম্প্ৰতি ৰে’ল কৰ্মচাৰীসকলৰ ইউনিয়নসমূহে দাবী তুলিছে যে চৰকাৰে যিমান পাৰে সোনকালে বিজ্ঞাপ্তি জাৰি কৰক৷ অল ইণ্ডিয়া ৰে’লৱে এমপ্লয়িজ ফেডাৰেছনে ১৯ ছেপ্টেম্বৰত দেশব্যাপী আন্দোলনৰো ধমকি দিছে৷ উল্লেখ্য যে সপ্তম দৰমহা কমিছনৰ ম্যাদ ২০২৫ চনৰ ডিচেম্বৰত শেষ হৈছে সেয়ে নতুন কমিছনৰ ঘোষণা বেছি দিন স্থগিত ৰখা সম্ভৱ নহয় বুলিও ধাৰণা কৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড
বিনোদন

অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

October 27, 2026
একেৰাহে বন্ধ থাকিব বেংক! শীঘ্ৰে কৰক প্ৰয়োজনীয় কাম
বাণিজ্য

একেৰাহে বন্ধ থাকিব বেংক! শীঘ্ৰে কৰক প্ৰয়োজনীয় কাম

October 27, 2026
বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ
জীৱনশৈলী

বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

October 27, 2026
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

আজিৰ ভাগ্যৱান ৩ ৰাশি, বাকী ৰাশিৰ জাতক-জাতিকা হওক সাৱধান!

October 27, 2026
Next Post
ছচিয়েল মিডিয়াৰ ট্ৰেণ্ডিং Nano Banana ছবি কেনেকৈ বনাব? জানি থওক সহজ পদ্ধতি

ছচিয়েল মিডিয়াৰ ট্ৰেণ্ডিং Nano Banana ছবি কেনেকৈ বনাব? জানি থওক সহজ পদ্ধতি

পাকিস্তানৰ সৈতে No Handshake! কিয় এই সিদ্ধান্ত ল’লে ভাৰতীয় ক্ৰিকেট দলে? কি কৈছে অধিনায়ক সূৰ্যকুমাৰ যাদৱে?

পাকিস্তানৰ সৈতে No Handshake! কিয় এই সিদ্ধান্ত ল’লে ভাৰতীয় ক্ৰিকেট দলে? কি কৈছে অধিনায়ক সূৰ্যকুমাৰ যাদৱে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.