• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছচিয়েল মিডিয়াৰ ট্ৰেণ্ডিং Nano Banana ছবি কেনেকৈ বনাব? জানি থওক সহজ পদ্ধতি

ছচিয়েল মিডিয়াৰ ট্ৰেণ্ডিং Nano Banana ছবি কেনেকৈ বনাব? জানি থওক সহজ পদ্ধতি

1 year ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

57 seconds ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

58 minutes ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

2 hours ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

4 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

5 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

5 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

5 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

13 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

13 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

14 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

14 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছচিয়েল মিডিয়াৰ ট্ৰেণ্ডিং Nano Banana ছবি কেনেকৈ বনাব? জানি থওক সহজ পদ্ধতি

ছচিয়েল মিডিয়াৰ ট্ৰেণ্ডিং Nano Banana ছবি কেনেকৈ বনাব? জানি থওক সহজ পদ্ধতি

editor by editor
September 15, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ছচিয়েল মিডিয়াৰ ট্ৰেণ্ডিং Nano Banana ছবি কেনেকৈ বনাব? জানি থওক সহজ পদ্ধতি
0
SHARES
198
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

AIৰ যুগত এতিয়া প্ৰতিদিনেই নতুন নতুন বিষয় ছচিয়েল মিডিয়াত ট্ৰেণ্ডিং হৈ আছে৷ কেতিয়াবা যদি ঘিবলি আৰ্ট কেতিয়াবা আকৌ AI অৱতাৰ৷ বিগত তিনি চাৰিদিনত ছচিয়েল মিডিয়াত ট্ৰেণ্ডিং হৈছে 3D ভাৰ্ছনৰ ছবি৷ ইনষ্টাগ্ৰাম, ফেছবুক, টুইটাৰ জুকি এতিয়া কেৱল দেখা গৈছে মিনিয়েছাৰ 3D ভাৰ্ছন৷

টলিউডৰ পৰা বলিউড এই ট্ৰেণ্ডত সকলোৱেই এতিয়া ব্যস্ত৷ আপোনাৰ বন্ধুৱে বা পৰিচিত ব্যক্তিয়ে ছবি বা তেওঁলোকৰ পুষ্য প্ৰাণীৰ 3D ভাৰ্ছন ছবি পোষ্ট কৰিছে ইনষ্টাগ্ৰামত৷ ট্ৰেণ্ডিং ছবিসমূহত দেখা গৈছে এখন কম্পিউটান টেবুলো৷ কাষত থাকে ডেস্কটপ৷ লগত থাকে এখন কী বৰ্ড, মাউছো৷ ইয়াৰ কাষত থাকে টেবুল কেলেণ্ডাৰো৷ কাৰণ টেবুলৰ একাষত সযত্নে ৰখা উচিত এটা শ্ব পিছ৷ কাচ বা ফাইবাৰৰ বেছৰ ওপৰত এটা 3D মূৰ্তি থাকে৷ বিশেষ এই মূৰ্তি নিৰ্মান প্ৰক্ৰিয়াক নাম দিয়া হৈছে নেনো বানানা এ আই ইমেজ(Google Gemini AI 3D)

এইয়া প্ৰকৃততে কি?

আৰ্টিফিছিয়েল ইণ্টেলিজেন্স বা কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত বনোৱা হয় এই থ্ৰি ডি ইমেজ৷ এটা সময়ত যেনেকৈ ঘিবলি আৰ্ট বনোৱাটোৱে ছচিয়েল মিডিয়াত ট্ৰেণ্ডিং কৰিছিল একেধৰণেই এইবাৰ ট্ৰেণ্ডিংত আছে নেনো বানানা এআই ইমেজ৷ গুগল জেমিনিৰ এই নতুন ফিচাৰটো এতিয়া নেট দুনীয়াৰ এক হট টপিক৷ এই ফিচাৰ ব্যৱহাৰ কৰা খুবেই সহজ আৰু ইয়াৰ বাবে কোনো প্ৰফেছনেল দক্ষতাৰ প্ৰয়োজন নাই৷

কেনেকৈ তৈয়াৰ কৰিব নিজৰ 3D ভাৰ্ছন ছবি?

আপোনাক ইয়াৰ বাবে প্ৰয়োজন এটা গুগল একাউণ্টৰ৷ যত আপুনি গুগল AI Studio ৰ মাধ্যমেৰে বিনামূলীয়াকৈ পাব পাৰে৷ ইয়াৰ পাছতেই ছবিখন আপলোড কৰক আৰু এ আইয়ে কেই ছেকেণ্ডৰ ভিতৰত ইয়াক 3Dলৈ পৰিবৰ্তন কৰিব৷ আপুনি কি ভাৱিছে কেনেকৈ কৰিব সেই বিষয়ে ষ্টেপ বাই ষ্টেপ জানক?

১. প্ৰথমে ব্ৰাউজাৰলৈ গৈ Google AI Studio লৈ যাব লাগিব৷ (Nano Banana AI 3D figurine)

২. এইবাৰ Try Gemini চিলেক্ট কৰক৷ ইয়াত আপোনাৰ গুগল একাউণ্ট দি লগ ইন কৰক৷

৩. ইয়াত আপোনাৰ সোঁফালে Nano Banana (Gemini 2.5 Flash Image)  অপশ্ব্যনটো বাচি লওক৷

৪. ইয়াৰ পাছতেই “+” অপশ্ব্যনত ক্লিক কৰি আপোনাৰ যি ছবি আছে আপলোড কৰিব লাগিব৷

৫. এইবাৰ ইয়াত দেখুওৱা প্ৰম্পট কপি কৰি পেষ্ট কৰি দিয়ক

“Create a highly detailed 1/7 scale figurine of the characters from the provided picture, crafted in a realistic style, and displayed in a real-world environment. The figurine is posed dynamically on a round, transparent acrylic base with no text, placed on a sleek, modern computer desk made of wood with a glossy finish. The desk is organised, featuring a monitor, keyboard, and a few small accessories like a pen holder and a coffee mug. The computer screen prominently displays the ZBrush modeling process of the figurine, showcasing intricate sculpting details, wireframes, and texture maps in progress. Next to the monitor, a BANDAI-style toy packaging box stands upright, featuring vibrant, two-dimensional flat illustrations of the characters in dynamic poses, with the original artwork faithfully reproduced. The scene is well-lit with natural light streaming through a nearby window, casting soft shadows and emphasising the figurine’s realistic textures and fine details.”

৬. জেনাৰেট অপশ্ব্যনত ক্লিক কৰক আৰু আপোনাৰ 3D ছবি অহালৈ অপেক্ষা কৰিব লাগিব৷

৭. এ আই জেনাৰেটেড ছবি অহাৰ পাছত এইবাৰ আপুনি ডাউনলোড কৰি লওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক
জীৱনশৈলী

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

October 8, 2026
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

October 8, 2026
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?
বিনোদন

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

October 8, 2026
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ
বিনোদন

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

October 8, 2026
Next Post
পাকিস্তানৰ সৈতে No Handshake! কিয় এই সিদ্ধান্ত ল’লে ভাৰতীয় ক্ৰিকেট দলে? কি কৈছে অধিনায়ক সূৰ্যকুমাৰ যাদৱে?

পাকিস্তানৰ সৈতে No Handshake! কিয় এই সিদ্ধান্ত ল’লে ভাৰতীয় ক্ৰিকেট দলে? কি কৈছে অধিনায়ক সূৰ্যকুমাৰ যাদৱে?

একেলগে অৱস্থান সলনি কৰিছে ২ গ্ৰহই, ৩ ৰাশিৰ সম্পদ বৃদ্ধি, ১৫ ছেপ্টেম্বৰৰ পৰা কোনেও ৰখাব নোৱাৰে উন্নতি

একেলগে অৱস্থান সলনি কৰিছে ২ গ্ৰহই, ৩ ৰাশিৰ সম্পদ বৃদ্ধি, ১৫ ছেপ্টেম্বৰৰ পৰা কোনেও ৰখাব নোৱাৰে উন্নতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.