• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অক্টোবৰত ৪ ৰাশিৰ ঘৰত ধনবৰ্ষণ, বুধৰ দুবাৰ ঘৰ সলনিত ডাবল মুনাফা কোন কোন ৰাশিৰ?

অক্টোবৰত ৪ ৰাশিৰ ঘৰত ধনবৰ্ষণ, বুধৰ দুবাৰ ঘৰ সলনিত ডাবল মুনাফা কোন কোন ৰাশিৰ?

6 months ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

6 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

7 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

8 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

9 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

10 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

11 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

11 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

12 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

12 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

1 day ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

1 day ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অক্টোবৰত ৪ ৰাশিৰ ঘৰত ধনবৰ্ষণ, বুধৰ দুবাৰ ঘৰ সলনিত ডাবল মুনাফা কোন কোন ৰাশিৰ?

অক্টোবৰত ৪ ৰাশিৰ ঘৰত ধনবৰ্ষণ, বুধৰ দুবাৰ ঘৰ সলনিত ডাবল মুনাফা কোন কোন ৰাশিৰ?

editor by editor
September 17, 2025
in জীৱনশৈলী
0
অক্টোবৰত ৪ ৰাশিৰ ঘৰত ধনবৰ্ষণ, বুধৰ দুবাৰ ঘৰ সলনিত ডাবল মুনাফা কোন কোন ৰাশিৰ?
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত গ্ৰহৰ ৰাজপুত্ৰ বুধ গ্ৰহক সম্পদ, বুদ্ধি, কথা, যোগাযোগ, ব্যৱসায়ৰ কাৰক বুলি কোৱা হয়৷ অক্টোবৰত দীপাৱলিৰ পূৰ্বে বুধে তাৰ গতিত দুবাৰ গুৰুত্বপূৰ্ণ পৰিবৰ্তন আনিব৷ এই পৰিবৰ্তনসমূহে বহু মানুহৰ জীৱনলৈ সালসলনি আনিব৷

বুধ গ্ৰহই যদি শুভ অৱস্থানত থাকে তেন্তে জাতক জাতিকাৰ ভাগ্য উজ্জ্বল হয়৷ কোটি কোটি সম্পত্তিৰ মালিক কৰি তুলিব পাৰে জাতকক৷ বুধৰ বুদ্ধিমত্তাৰ মাধ্যমেৰে খ্যাতিও অৰ্জন কৰিব পাৰে৷ অক্টোবৰৰ আৰম্ভণিতে বুধ গ্ৰহৰ উদয় হৈ পাছৰ দিনা ৰাশিচক্ৰ পৰিবৰ্তন কৰিব৷

বুধৰ গোচৰ

২ অক্টোবৰ বুধ কন্যা ৰাশিত উদয় হ’ব৷ তাৰপিছতেই ৩ অক্টোবৰত বুধে গোচৰ কৰিব তুলা ৰাশিত৷ বুধৰ নিজস্ব ৰাশি কন্যাত উদয় আৰু পৰবৰ্তী সময়ত সম্পদ আৰু সমৃদ্ধিৰ দাতা শুক্ৰৰ ৰাশি তুলা ৰাশিত তাৰ গোচৰে অত্যন্ত শুভ ফল কঢ়িয়াই আনিব৷ জানি থওক কোন কোন ৰাশিৰ বাবে এই গোচৰ শুভ হ’ব?

মেষ ৰাশি

অক্টোবৰত বুধৰ গতি পৰিবৰ্তন মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হব৷ বকেয়া অৰ্থ প্ৰাপ্ত হব পাৰে৷ বিশেষকৈ যিসকল অবিবাহিত তেওঁলোকে এজন সংগী বিচাৰি পাব৷ বিবাহৰ কথা চলিব পাৰে৷ ব্যৱসায়ীসকল লাভৱান হোৱাৰ সম্ভাৱনা আছে৷

সিংহ ৰাশি

অক্টোবৰৰ আৰম্ভণি সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে অনুকূল হব৷ অপ্ৰত্যাশিতভাৱে কৰ্মজীৱনত অগ্ৰগতি সম্ভৱ৷ নতুন উৎসৰ পৰা অৰ্থ আহিব৷ সন্তানৰ উন্নতিত লাভ কৰিব পাৰে৷ বিনিয়োগ লাভজনক হব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে বুধৰ গোচৰ অত্যন্ত শুভ হব৷ প্ৰতিটো কামতেই সফল হব৷ বহু ইচ্ছা পূৰণ হব৷ বিৰোধীসকল পৰাজিত হব৷ শত্ৰুও আপোনাৰ প্ৰতি মুগ্ধ হব৷ ব্যৱসায়ত ভাল লাভ কৰিব৷ পত্নীৰ সৈতে সম্পৰ্ক মজবুত হব৷ কৰ্মজীৱনত সুবৰ্ণ সুযোগ পাব৷

বৃশ্চিক ৰাশি

বুধৰ উদয় আৰু বুধৰ গোচৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে উপকাৰী হব৷ কাম আৰম্ভ হব৷ কেৰিয়াৰত থকা সমস্যাসমূহ সমাধান হব৷ কেৰিয়াৰলৈ গুৰুত্বপূৰ্ণ পৰিবৰ্তন আহিব পাৰে৷ প্ৰেম জীৱন আৰু বিবাহিত জীৱন ভালে থাকিব৷ আৰ্থিক অৱস্থা শক্তিশালী হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
Next Post
স্বাতী নক্ষত্ৰত মঙলৰ গোচৰ, ২৩ ছেপ্টেম্বৰৰ পৰা প্ৰচুৰ অৰ্থ-প্ৰতিপত্তি লাভ কৰিব ৩ ৰাশিয়ে

স্বাতী নক্ষত্ৰত মঙলৰ গোচৰ, ২৩ ছেপ্টেম্বৰৰ পৰা প্ৰচুৰ অৰ্থ-প্ৰতিপত্তি লাভ কৰিব ৩ ৰাশিয়ে

ছফ্টৱেৰ ব্যৱহাৰ কৰি ডিলিট কৰা হৈছে কংগ্ৰেছৰ ভোটাৰৰ নাম, গুৰুতৰ অভিযোগ তুলি কি কৈছে ৰাহুলে?

ছফ্টৱেৰ ব্যৱহাৰ কৰি ডিলিট কৰা হৈছে কংগ্ৰেছৰ ভোটাৰৰ নাম, গুৰুতৰ অভিযোগ তুলি কি কৈছে ৰাহুলে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.