• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সদায় কাষতে থকা পত্নীয়েও শেষ উশাহকণত কাষত থাকিব নোৱাৰিলে, কেনেকৈনো নিজকে বুজাব পিতৃ কপিল বৰঠাকুৰে?

8 months ago
ধনীয়া হৃদৰোগীৰ বাবেই উপকাৰী এনে নহয়, কৰ্কট প্ৰতিৰোধৰ বাবেও খাব পাৰে ধনীয়া পাত, আৰু কি কি উপকাৰীতা আছে ধনীয়াৰ?

7 minutes ago
অকালতে হাড় ক্ষয় গৈছে, যন্ত্ৰণাত তিল তিলকৈ শেষ হৈছে শৰীৰ! দৈনন্দিন এই ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

20 minutes ago
খাদ্যগ্ৰহণৰ পাছত লগে লগে শুই পৰে বা বহি থাকে? সাৱধান, এই অভ্যাসেই বঢ়াই ৫ৰোগৰ সম্ভাৱনা

2 hours ago
শুক্ৰবাৰেই শুক্ৰৰ ৰাশিলৈ আহিছে বুধ, বুদ্ধিৰ গ্ৰহৰ কৃপাত কঁপাল খুলিছে এই ৫ৰাশিৰ জাতক জাতিকাৰ

একেবাৰতেই ৩টকাকৈ বাঢ়িল পেট্ৰল আৰু ডিজেলৰ দাম, অসমত কিমান টকাত পাব পেট্ৰল?

3 hours ago
আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ

15 hours ago
প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ

16 hours ago
সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব

17 hours ago
দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

18 hours ago
ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সদায় কাষতে থকা পত্নীয়েও শেষ উশাহকণত কাষত থাকিব নোৱাৰিলে, কেনেকৈনো নিজকে বুজাব পিতৃ কপিল বৰঠাকুৰে?

সদায় কাষতে থকা পত্নীয়েও শেষ উশাহকণত কাষত থাকিব নোৱাৰিলে, কেনেকৈনো নিজকে বুজাব পিতৃ কপিল বৰঠাকুৰে?

editor by editor
September 19, 2025
in জীৱনশৈলী
0
সদায় কাষতে থকা পত্নীয়েও শেষ উশাহকণত কাষত থাকিব নোৱাৰিলে, কেনেকৈনো নিজকে বুজাব পিতৃ কপিল বৰঠাকুৰে?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জুবিন গাৰ্গে শেষ নিশ্বাস ত্যাগ কৰাৰ খবৰ লাভ কৰাৰ পাছৰে পৰাই এতিয়া ৰাজ্যজুৰি শোকৰ চাঁ৷ যিয়ে য’ত যেনেকৈ পাৰে তেনেকৈয়ে শ্ৰদ্ধা জনাইছে প্ৰিয় শিল্পীজনক৷ এক খবৰ অনুসৰি, খানাপাৰা ফিল্ডত ৰাজহুৱা শেষ শ্ৰদ্ধা জনোৱা হ’ব প্ৰিয় শিল্পীগৰাকীক৷ জুবিন গাৰ্গৰ মৃত্যুত স্বাভাৱিকভাৱেই ভাঙি পৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গ৷

জুবিনৰ মৃত্যুত আটাইতকৈ অকলশৰীয়া হৈ পৰিছে তেওঁৰ পিতৃ কপিল বৰঠাকুৰ৷ একমাত্ৰ পুত্ৰক হেৰুওৱাৰ বেদনা তেওঁ হয়তো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিব৷ পূৰ্বে জীয়াৰী জংকি বৰঠাকুৰক হেৰুৱাই ভাঙি পৰা পিতৃ কপিল বৰঠাকুৰৰ একমাত্ৰ ভৰষাই আছিল যেন পুত্ৰ জীৱন বৰঠাকুৰ অৰ্থাৎ জুবিন গাৰ্গ৷ কাৰণ তেওঁৰ পত্নী ইলি বৰঠাকুৰে পূৰ্বেই এই পৃথিৱীক বিদায় জনাইছে৷ শেষত একমাত্ৰ পুত্ৰ জুবিনেও পিতৃ পত্নীৰ পৰা বহু দূৰৈত ললে জীৱনত শেষ উশাহ৷ পিতৃয়ে শেষ সময়কণত দেখা নাপালে পুত্ৰক৷ হয়তো কাইলৈ অৰ্থাৎ শনিবাৰে আহি পাব জুবিনৰ নশ্বৰ দেহ৷ নশ্বৰ দেহ পিতৃয়ে হয়তো এবাৰ চাব কিন্তু সেই প্ৰাণে আৰু পিতৃক সাবটি নলয় সেই প্ৰাণ একেবাৰেই শীতল হৈ থাকিব৷ পিতৃয়ে চাব পাৰিব, হয়তো শেষবাৰৰ বাবে পুত্ৰৰ প্ৰাণহীন দেহটোক তেওঁ সাবটিও ধৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনীয়া হৃদৰোগীৰ বাবেই উপকাৰী এনে নহয়, কৰ্কট প্ৰতিৰোধৰ বাবেও খাব পাৰে ধনীয়া পাত, আৰু কি কি উপকাৰীতা আছে ধনীয়াৰ?
জীৱনশৈলী

May 15, 2026
অকালতে হাড় ক্ষয় গৈছে, যন্ত্ৰণাত তিল তিলকৈ শেষ হৈছে শৰীৰ! দৈনন্দিন এই ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ
জীৱনশৈলী

অকালতে হাড় ক্ষয় গৈছে, যন্ত্ৰণাত তিল তিলকৈ শেষ হৈছে শৰীৰ! দৈনন্দিন এই ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

May 15, 2026
খাদ্যগ্ৰহণৰ পাছত লগে লগে শুই পৰে বা বহি থাকে? সাৱধান, এই অভ্যাসেই বঢ়াই ৫ৰোগৰ সম্ভাৱনা
খাদ্য

খাদ্যগ্ৰহণৰ পাছত লগে লগে শুই পৰে বা বহি থাকে? সাৱধান, এই অভ্যাসেই বঢ়াই ৫ৰোগৰ সম্ভাৱনা

May 15, 2026
শুক্ৰবাৰেই শুক্ৰৰ ৰাশিলৈ আহিছে বুধ, বুদ্ধিৰ গ্ৰহৰ কৃপাত কঁপাল খুলিছে এই ৫ৰাশিৰ জাতক জাতিকাৰ
জীৱনশৈলী

শুক্ৰবাৰেই শুক্ৰৰ ৰাশিলৈ আহিছে বুধ, বুদ্ধিৰ গ্ৰহৰ কৃপাত কঁপাল খুলিছে এই ৫ৰাশিৰ জাতক জাতিকাৰ

May 15, 2026
Next Post
কাইলৈ অসমলৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ, ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰিব চৰকাৰে

কাইলৈ পুৱা পাবহি জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ, জুবিনক শেষবাৰৰ বাবে শ্ৰদ্ধা জনাবলৈ কি কি নিয়ম মানিব লাগিব অনুৰাগীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন