জুবিন গাৰ্গৰ মৃত্যু ৰহস্য উদঘাটনৰ বিষয়ক লৈ মুখ খুলিছে এইবাৰ কণ্ঠশিল্পী মানস ৰবীনে৷ মানস ৰবীনে কয়- মোৰ হাততো দুই এটা কাকতালীয় তথ্য আছে৷ তদন্তৰ সময়ত মই সম্পূৰ্ণৰূপে সহযোগ কৰিম৷ মোৰ ওচৰত BLACK AND WHITE প্ৰমাণ আছে৷ জুবিন দা কিবা কাৰণত তেওঁৰ প্ৰাপ্যৰ পৰা বঞ্চিত হলে আমি মনে মনে নাথাকিম৷
চৰকাৰে কেতিয়াও ৰাইজৰ ইচ্ছা অনিচ্ছাৰ ওপৰত যাব নোৱাৰে৷ কোনো মন্ত্ৰী এম এলেও এইকিন সুস্থিৰে থাকিব পৰা নাই৷ চৰকাৰলৈ মোৰ এটা অনুৰোধ আছে, যেনেকৈ ইনকুৱেৰি হয় সেয়া দুই প্ৰকাৰে হব লাগে৷ এটা কৈছে জুবিনৰ কি কৈছিল এয়া এক্সিডেণ্ট নে আন কিবা সেয়া বিচাৰ কৰা৷ আৰু আনটো হৈছে, ইকনমিক অফেন্স৷ তেখেতৰ টকা পইছা কোনোৱে আত্মসাৎ কৰিছে নেকি সেই বিষয়ৰো তদন্ত চলিব লাগিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ